আই পি এল
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ হৈছে বি চি চি আইৰ উদ্যোগত ভাৰতত অনুষ্ঠিত এখন পেছাদাৰী টি-২০ ক্ৰিকেট লীগ। ২০০৭ চনত আৰম্ভ হোৱা এই লীগখনত দহটা ৰাজ্যিক আৰু চহৰভিত্তিক ফ্ৰেঞ্চাইজি দল থাকে। মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত অনুষ্ঠিত হয় বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় আৰু ধনী ক্ৰিকেট লীগ আই পি এল। আই চি চি ফিউচাৰ ট্যুৰ্ছ প্ৰগ্ৰেমত ইয়াৰ বিশেষ উইণ্ডো আছে, যাৰ ফলত আই পি এলৰ ছিজনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা কমকৈ হয় । ইয়াৰ উপৰিও ভাৰতৰ ভিতৰতে সৰ্বাধিক উপভোগ কৰা ক্ৰীড়া অনুষ্ঠান আই পি এল ।
IPL ২০২৬ৰ পূৰ্বে সমস্যাত ডিফেণ্ডিং চেম্পিয়ন আৰচিবি, কাৰণ হৈ পৰিছে এই ৪ তাৰকা…
আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ৰ পিছতে আই পি এল ২০২৬ আৰম্ভ হ’ব। কিন্তু টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)- ৰ শিবিৰত হাহাকাৰ লাগিছে। দলটোৰ ৪ গৰাকী তাৰকা খেলুৱৈক লৈ বিগত সংস্কৰণৰ চেম্পিয়ন দলটো এতিয়া চৰম শংকাত পৰিছে।
- Monjit Dutta
- Updated on: Jan 4, 2026
- 15:38 pm
১৯ বছৰীয়া যুৱ ক্ৰিকেটাৰক ১৪.২০ কোটি টকাত ক্ৰয় কৰিলে CSK য়ে
২০২৪-২৫ ছিজনত তেওঁ ৰঞ্জি ট্ৰফীত অভিষেক ঘটায়, উত্তৰাখণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলতে শতক অৰ্জন কৰে। বিজয় হাজাৰে ট্ৰফীত শতক অৰ্জন কৰে। শেহতীয়াকৈ তেওঁ চৈয়দ মুস্তাক আলী ট্ৰফীৰ অংশ আছিল যদিও আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল।
- Manas Borah
- Updated on: Dec 16, 2025
- 19:27 pm
IPL Auction 2026: আৰম্ভনিতেই অন্ত পৰিব খুজিছিল কেৰিয়াৰ, ১৪.২ কোটি টকাত চেন্নাই ছুপাৰ কিংছে কিনিলে এইগৰাকী অপৰিচিত খেলুৱৈক
উত্তৰ প্ৰদেশৰ বাওঁহতীয়া স্পিনাৰ প্ৰশান্ত বীৰ এজন উৎকৃষ্ট বেটছমেনো। প্ৰশান্ত বীৰ উত্তৰ প্ৰদেশৰ আমেথিৰ। তেওঁ দুখন প্ৰথম শ্ৰেণীৰ মেচ আৰু ৯ খন টি-২০ মেচ খেলিছে। টি-২০ ক্ৰিকেটত তেওঁ ১২টা উইকেট দখল কৰাৰ লগতে ১১২ ৰান সংগ্ৰহ কৰিছে।
- Raj Saikia
- Updated on: Dec 16, 2025
- 18:45 pm
IPL Auction 2026: আই পি এলৰ আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপে পৰিগণিত কেমেৰন গ্ৰীণ
নিলামৰ আৰম্ভণিতে ছেট ১ ত অন্তৰ্ভুক্ত খেলুৱৈৰ নাম ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণকো ছেট ১ ত অন্তৰ্ভুক্ত কৰা হয় আৰু আশা কৰা মতে তেওঁৰ বেছ মূল্যতকৈ বহুগুণ বেছি মূল্য লাভ কৰে।
- Manas Borah
- Updated on: Dec 16, 2025
- 18:25 pm
IPL Auction 2026: কোনগৰাকী খেলুৱৈক কোনটো দলে কৰিলে ক্ৰয়, সৰ্বাধিক দামত নিলাম হ’ল কোন?
IPL Auction 2026: আজি আবুধাবিত অনুষ্ঠিত হৈছে আইপিএল ২০২৬ ৰ মেগা নিলাম। ৭৭ টা স্থানৰ বাবে এইবাৰ অনুষ্ঠিত হৈছে নিলাম প্ৰক্ৰিয়া। প্ৰতিটো দলেই নিজৰ প্ৰয়োজন অনুসৰি ক্ৰয় কৰিছে খেলুৱৈ। কিন্তু সৰ্বাধিক দামত নিলাম হোৱা খেলুৱৈগৰাকী আৰু দলটো কোন জানেনে?
- Raj Saikia
- Updated on: Dec 16, 2025
- 15:44 pm
ধন বাকী ২৩৭.৫৫ কোটি টকা, স্থান আছে ৭৭ টা; এতিয়াই চাওক IPL 2026ৰ নিলামৰ কিছু চৰ্চিত বিষয়
কাইলৈ অনুষ্ঠিত হ’ব এই বহুচৰ্চিত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া। কিন্তু নিলামৰ বাবে কোনটো দলৰ হাতত সৰ্বাধিক ধন আছে? কোনটো দলত অধিক খেলুৱৈৰ আৰু কোনটো দলত কম খেলুৱৈৰ প্ৰয়োজন? নিলামৰ পূৰ্বে এনে নানা প্ৰশ্ন অনুৰাগীৰ মনত উদয় হৈছে। জানো আহক এইবিষয়ে।
- Monjit Dutta
- Updated on: Dec 16, 2025
- 06:55 am
IPL Retention 2026: কোন থাকিল, কাক দিয়া হ’ল বিদায়? IPLৰ খেলুৱৈ ৰিটেনচনৰ চূড়ান্ত তালিকা প্ৰকাশ..
IPL 2026 Retained Players List: আই পি এলৰ ফ্ৰেঞ্চাইজিয়ে নিজৰ ৰিটেইনড খেলুৱৈক চূড়ান্ত কৰিছে। ৰিটেইনড খেলুৱৈসকলে অহা ছিজনত একেটা দলৰ হৈ খেলিব।
- Trishna Kalita
- Updated on: Nov 15, 2025
- 19:53 pm
শীঘ্ৰেই RCB ত দেখা যাব এই পৰিৱৰ্তন, অনুৰাগীয়ে কল্পনা নকৰা এক পৰিৱৰ্তন ঘটিবলৈ ওলাইছে দলটোত
IPL news: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দলসমূহৰ ভিতৰত কেইটামান ফ্ৰেঞ্চাইজীৰ অনুৰাগীৰ সংখ্যা অধিক। তেনে এটা ফ্ৰেঞ্চাইজীয়েই এতিয়া বিক্ৰী হোৱাৰ পথত। এগৰাকী ব্যক্তিৰ পোষ্টৰ পাছতেই চৰ্চা চলিছে ফ্ৰেঞ্চাইজীটোক লৈ। কোনটো দল বিক্ৰী হোৱাৰ পথত জানি লওক-
- Raj Saikia
- Updated on: Sep 30, 2025
- 14:54 pm
GST on IPL ticket: IPL ৰ খেল উপভোগ কৰিবলৈ অধিক টকা ভৰিব লাগিব আপুনি! ৪০% লৈ GST বৃদ্ধি…
GST on IPL ticket: আপুনি আই পি এলৰ খেল উপভোগ কৰি ভাল পাই নেকি? যদি ভাল পাই তেন্তে আছে এক বেয়া খবৰ। কিয়নো এতিয়াৰ বাবে আপুনি আই পি এলৰ খেলৰ বাবে অধিক টকা ভৰিব লাগিব।
- Barasha Sarma
- Updated on: Sep 5, 2025
- 12:13 pm
এই দিনটোতে IPLৰ পৰা বিদায় ল’ব বিৰাট কোহলীয়ে! ডাঙৰ ঘোষণা…
ভাৰতীয় দলৰ প্ৰবীণ বেটছমেন বিৰাট কোহলীৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰা অৱসৰ লোৱাক লৈ ডাঙৰ কথা প্ৰকাশ কৰিছে সতীৰ্থই। এই ছিজনত বিৰাট কোহলীৰ উজ্জ্বল প্ৰদৰ্শনৰ ভিত্তিত আৰচিবিয়ে প্ৰথমবাৰৰ বাবে আইপিএলৰ খিতাপ দখল কৰে।
- Trishna Kalita
- Updated on: Aug 23, 2025
- 15:43 pm
আগন্তুক ৫ বছৰলৈকে মই…IPL ৰ পৰা অৱসৰ গ্ৰহণ সন্দৰ্ভত ডাঙৰ মন্তব্য ধোনীৰ…
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ধোনীয়ে কেৱল আই পি এল খেলা দেখা গৈছে। কিন্তু তেওঁৰ আই পি এলৰ পৰা অৱসৰকলৈও বহু জল্পনা-কল্পনা চলি আছে। শেহতীয়াকৈ ধোনীয়ে ইয়াৰ ওপৰত মন্তব্য আগবঢ়ায়।
- Barasha Sarma
- Updated on: Aug 3, 2025
- 17:23 pm
মই ক্ৰিকেট খেলিব নাজানো…IPLৰ মাজতে কিয় এইদৰে কৈছিল কিং কোহলীয়ে?
ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেন এগৰাকীয়ে টীম ইণ্ডিয়াৰ কিংবদন্তি বেটছমেন বিৰাট কোহলীক লৈ এক ডাঙৰ কথা প্ৰকাশ কৰে। এটা প’ডকাষ্টৰ সময়ত তেওঁ আই পি এলত ঘটা এটা আমোদজনক ঘটনাৰ বিষয়ে কয়। যিটো শুনি বিৰাটৰ অনুৰাগীসকল সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিছে।
- Trishna Kalita
- Updated on: Jun 17, 2025
- 16:34 pm
বিক্ৰীৰ পথত IPLৰ RCB! ১৭ হাজাৰ কোটি টকাৰ চুক্তি হোৱা সম্ভাৱনা…
আই পি এলৰ অন্যতম প্ৰতিষ্ঠাপক দল আৰ চি বি প্ৰথমে ক্ৰয় কৰিছিল বিয়েৰ টাইকুন বিজয় মালিয়াই। যিয়ে ধাৰ কৰা ধন দিব নোৱাৰাৰ বাবে ২০১২ চনত কিংফিচাৰ এয়াৰলাইন্স লিমিটেড বন্ধ হৈ পৰিছিল। অৱশেষত মালিয়াৰ স্পিৰিটছ ব্যৱসায় ক্ৰয় কৰি ডায়েজিঅ’ই আৰচিবি অধিগ্ৰহণ কৰে।
- Trishna Kalita
- Updated on: Jun 10, 2025
- 16:14 pm
RCB ৰ বিজয় পেৰেডত পদপিষ্ট হৈ মৃত্যুক সাৱতিলে কেইবাজনে, আহত ২০ জনৰো অধিক…
RCB Victory Parade: আৰ চি বিৰ বিজয় পেৰেডৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। লাখ লাখ মানুহৰ ভিৰত প্ৰাণ হেৰুৱাই ৮ জনকৈ লোকে। মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে।
- Barasha Sarma
- Updated on: Jun 4, 2025
- 18:13 pm
প্ৰথমবাৰ আইপিএল জয়ৰ পাছতো স্বপ্ন ভংগ আৰচিবিৰ, অনুৰাগীৰ বাবে আছে এক বেয়া খবৰ
বেংগালুৰুৰ ৰাজপথত আৰ চি বিৰ জয়ৰ সম্পূর্ণ উদযাপন কৰা নহ’ব ৷ ২০২৫ চনৰ ৪ জুনত অনুষ্ঠিত হ’বলগীয়া বাছ পেৰেড যানজঁটৰ বাবে বাতিল কৰা হৈছে ।
- Raj Saikia
- Updated on: Jun 4, 2025
- 16:17 pm