২০১৮ চনত মই সাংবাদিকতা আৰম্ভ কৰিছিলোঁ ইটিভি ভাৰতত । প্ৰায় ৭ বছৰ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত হৈ থকাৰ পাছত ২০২৪ চনত শেহভাগত অব্যাহতি লওঁ । বৰ্তমান টিভি-৯ অসম ডিজিটেলত জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে কৰ্মৰত হৈ আছোঁ । সাংবাদিকতাৰ বাহিৰেও কবিতা, গল্প আদি লিখাত মোৰ ৰুচি আছে ।
পাকিস্তানপন্থী নেতাই নেতৃত্ব দিছে কংগ্ৰেছক! খিলঞ্জীয়া নেতাক কংগ্ৰেছ ত্যাগৰ আহ্বান ৰাজ্যিক বিজেপিৰ
আজি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে একেলগে পূৰ্বৰ মুছলিম লীগৰ অসমাপ্ত এজেণ্ডা পূৰণৰ প্ৰয়াস কৰিছে বুলি দাবী কৰি মেধিয়ে তেওঁলোকৰ নেতৃত্বত কংগ্ৰেছে এতিয়া অসম বা খিলঞ্জীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ নিদিয়ে বুলি উল্লেখ কৰে।
- Raj Saikia
- Updated on: Jan 29, 2026
- 5:50 pm
ডি এন এ পৰীক্ষা কৰি বাংলাদেশী বিতাড়নৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান প্ৰবীণ ভাই টোগাড়িয়াৰ
ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা ড০ প্ৰবীণ ভাই টোগাড়িয়াই ২৯ জানুৱাৰী বৃহস্পতিবাৰে বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা বুলি অভিহিত কৰা ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই ৰাজ্য চৰকাৰক ক্ষিপ্ৰ আৰু দৃঢ়তাৰে কাম কৰিবলৈ আহ্বান জনায়।
- Raj Saikia
- Updated on: Jan 29, 2026
- 4:21 pm
অৰ্থনৈতিক জৰীপ ২০২৬ তাৰিখ আৰু সময়: কেতিয়া আৰু ক’ত লাইভ চাব, পিডিএফ কেনেকৈ ডাউনলোড কৰিব জানক সবিশেষ
মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ কাৰ্যালয়ে প্ৰস্তুত কৰা অৰ্থনৈতিক জৰীপে বাজেটৰ সিদ্ধান্তৰ বিশ্লেষণাত্মক ভেটি হিচাপে কাম কৰে। ই কৰ পৰিৱৰ্তন বা নীতিগত ব্যৱস্থা ঘোষণা নকৰে যদিও ই অৰ্থনীতিৰ অৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি প্ৰদান কৰে।
- Raj Saikia
- Updated on: Jan 29, 2026
- 3:10 pm
মিঞাক ১ টকা কমাই দিলে অসমীয়া মানুহ ধনী নহয়! মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেতা পৱন খেৰাৰ
বুধবাৰে ডিমৌত এক জনসভাত পুনৰ মিঞাৰ বিৰুদ্ধে এক মন্তব্য কৰা দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাক। মিঞা ৰিক্সাৱালাক ৫ টকা ভাড়া হ'লে ৪ টকা দিবলৈ ৰাইজক আহ্বান জনোৱা দেখা গ'ল মুখ্যমন্ত্ৰীয়ে। এই বক্তব্য প্ৰকাশৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
- Raj Saikia
- Updated on: Jan 29, 2026
- 12:39 pm
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ…বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতে হেৰুৱাইছে এইসকল বিশিষ্ট ব্যক্তিক
বিমান দুৰ্ঘটনাই দেশৰ বিশিষ্ট নেতাৰ প্ৰাণ কাঢ়ি নিয়াৰ ঘটনা এইটোৱেই প্ৰথম নাছিল। ইয়াৰ পূৰ্বেও এনে কেবাটাও শোকাৱহ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। য'ত প্ৰাণ হেৰুৱাইছিল কেবাগৰাকীও ৰাজনীতিক আৰু আন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে।
- Raj Saikia
- Updated on: Jan 28, 2026
- 3:58 pm
সেই ১৩ টা ভয়ংকৰ বিমান দুৰ্ঘটনা, যি সলনি কৰিছিল বিমান পৰিবহনৰ ৰেহৰূপ
প্ৰতিটো ডাঙৰ ট্ৰেজেডীৰ পিছত প্ৰযুক্তি আৰু নিয়মৰ উন্নতি কৰা হয়, যিয়ে ভৱিষ্যতে সুৰক্ষিত বিমান সেৱা নিশ্চিত কৰিব পাৰে। বিমান পৰিবহনৰ জগতখন চিৰদিনৰ বাবে সলনি কৰি দিয়া ১৩টা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ বিষয়ে জানো আহক।
- Raj Saikia
- Updated on: Jan 28, 2026
- 1:48 pm
ৰাস্তাৰ কোনো ধৰ্ম নাথাকে, বিচাৰৰ ৰায়ত ক’লে ন্যায়াধীশে
বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনত এই সম্পত্তি ক্ৰয় কৰিছিল শৰতে। তাৰ পিছত এই গাঁথনিটোত স্থাপন কৰা হৈছিল মাদাৰ মেৰীৰ প্ৰতিমূৰ্তি। কাষৰ ঘৰ এটাৰ পৰা বিদ্যুৎ সংযোগ কৰি লাইটৰ লগতে স্থাপন কৰা হৈছিল চাউণ্ড বক্স।
- Raj Saikia
- Updated on: Jan 27, 2026
- 8:45 pm
কোনেও আইনৰ অপব্যৱহাৰ কৰিব নোৱাৰিব, ইউজিচি নিয়ম সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ইউজিচিৰ নিয়মৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে, য’ত অভিযোগ কৰা হৈছে যে এই নিয়মসমূহে জাতিভিত্তিক বৈষম্যৰ এক অন্তৰ্ভুক্ত সংজ্ঞা গ্ৰহণ কৰে আৰু কিছুমান বিশেষ শ্ৰেণীক প্ৰতিষ্ঠানিক সুৰক্ষাৰ পৰা বাদ দিয়ে।
- Raj Saikia
- Updated on: Jan 27, 2026
- 7:27 pm
ৰাস্তাত কোনো ধৰ্ম নাই! ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়
শেহতীয়াকৈ ভূমি বেদখল গোচৰৰ শুনানি আৰম্ভ হয় ন্যায়াধীশ ভি লক্ষ্মীনাৰায়ণৰ একক বিচাৰপীঠত। আদালতে পৌৰসভাক এই স্থান পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ ওপৰত ভিত্তি কৰি চেন্নাই নিগমৰ উপ আয়ুক্তই মাদাৰ মেৰীৰ প্ৰাৰ্থনা স্থান আঁতৰোৱাৰ বাবে জাননী জাৰি কৰে। তেওঁ প্ৰাৰ্থনা স্থানৰ প্ৰতিষ্ঠাপক আৰ ডেনিয়েলক সাত দিনৰ ভিতৰত মাটি খালী কৰিবলৈ নিৰ্দেশ দিলে।
- Raj Saikia
- Updated on: Jan 27, 2026
- 6:47 pm
T20 World Cup 2026: ভাৰতৰ বিৰুদ্ধে নেখেলে পাকিস্তানে! পুনৰ সুযোগ লাভৰ সম্ভাৱনা বাংলাদেশৰ
T20 World Cup 2026: ২৬ জানুৱাৰীত পিচিবিৰ মুৰব্বী মহছিন নাকৱীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ভাৰতৰ বিৰুদ্ধে খেল বৰ্জনৰ বিষয়টো উত্থাপন কৰে। যদি পাকিস্তান দলে এই মেচ বৰ্জন কৰে তেন্তে টি-২০ বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰা হ’ব আৰু তাৰ ঠাইত বাংলাদেশক পুনৰ প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত কৰা হ’ব।
- Raj Saikia
- Updated on: Jan 27, 2026
- 4:01 pm
ফ্ৰান্সৰ প্ৰথমটো পৰম্পৰাগত হিন্দু মন্দিৰৰ বাবে ভাৰতৰ পৰা নিয়া হ’ল শিল
ভাৰতৰ পৰা অনা আৰু পৰম্পৰাগত পদ্ধতিৰে খোদিত কৰা এই শিলবোৰে শতিকা পুৰণি স্থাপত্যৰ ঐতিহ্য প্ৰদৰ্শন কৰে। ফ্ৰান্সলৈ প্ৰেৰণ কৰাৰ আগতে কিছুমান টুকুৰা দক্ষ ভাৰতীয় শিল্পীয়ে হাতেৰে খোদিত কৰি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা কৌশলসমূহ সংৰক্ষণ কৰি ৰাখিছে।
- Raj Saikia
- Updated on: Jan 27, 2026
- 1:31 pm
ইউনুচক সকীয়নি হাছিনাৰ, গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মুক্তিযুদ্ধলৈ সাজু হ’বলৈ আহ্বান জনতাক
শ্বেখ হাছিনাই কয়, “ইউনুছৰ বিৰুদ্ধে কৈছোঁ, নিজৰ দেশৰ মানুহক আওকাণ কৰা বন্ধ কৰক।” ইউনুছ প্ৰশাসনক আঁতৰাই গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰাটোৱেই দেশবাসীলৈ তেওঁৰ বাৰ্তা বুলিও কয় নেত্ৰীগৰাকীয়ে। হাছিনাই পুনৰ কয়, ‘ফেচিষ্ট-উগ্ৰপন্থী শক্তিয়ে মোক ষড়যন্ত্ৰৰ জৰিয়তে বলপূৰ্বকভাৱে উফৰাই পেলাইছে।"
- Raj Saikia
- Updated on: Jan 24, 2026
- 8:36 pm