দ্যা চেন্টিনেলৰ জৰিয়তে ২০১৯ চনত মই মোৰ সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছিলো। তাৰ পাছত টাইম-৮ আৰু অসমীয়া প্ৰতিদিনত সেৱা আগবঢ়াও। এই সময়চোৱাত সামাজিক সমস্যা, নাৰীজনিত অপৰাধমূলত ঘটনা, বিশেষকৈ ৰাজনৈতিক বিষয় সম্পৰ্কীয় বাতৰিৰ লগত জড়িত আছিলো। প্ৰায় ৪ বছৰৰ অভিজ্ঞতা লৈ মই TV-9 Assam ত যোগদান কৰোঁ । এতিয়া এই যাত্ৰা মোৰ অব্যাহত আছে...
শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হ’ব অসমৰ চাহ…ডিব্ৰুগড়ৰ ভূমিৰ পৰা কি কি ক’লে শ্বাহে…
Amit Shah: বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ক কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লগতে বিশাল জনতাক সম্বোধন কৰে।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 2:17 pm
মোদীৰ পৰিকল্পনা কি? ভাৰতলৈ আহিব ২২ খন আৰব দেশৰ বৈদেশিক মন্ত্ৰী…
দিল্লীত অনুষ্ঠিত হ'ব কেইবাখনো আৰৱ দেশৰ বৈঠক। এই বৈঠক বিশ্বৰ ২২ খন আৰৱ দেশৰ বৈদেশিক মন্ত্ৰীসকলে অংশ গ্ৰহণ কৰিব। য'ত বিভিন্ন দিশৰ ওপৰত আলোচনা হব। ই আৰৱ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 1:07 pm
ভাৰতৰ নতুন বায়ু প্ৰতিৰক্ষা ব্যৱস্থা! চেৰ পেলাব ৰাছিয়াৰ S400 ক…
Indian New Air Defence System: ভাৰতে নিজাকৈ নিৰ্মাণ কৰি আছে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। যদি ভাৰতৰ এই পৰিকল্পনা সফল হয় তেন্তে ই ৰাছিয়াৰ এছ-৪০০ ক ছেৰ পেলাব। শক্তিশালী হৈ উঠিব প্ৰতিৰক্ষা ব্যৱস্থা।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 12:28 pm
জামিন পাব নেকি? জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি আদালতত শুনানি…
Zubeen Garg Death Case: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি নিয়মীয়া শুনানি অনুষ্ঠিত হ'ব। ৩ অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ আজি শুনানি হ'ব। ইয়াৰোপৰি সিদ্ধাৰ্থ, শ্যামকানু আৰু শেখৰৰ কেইবাখনো আবেদনৰ শুনানি হ'ব।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 11:17 am
পাকিস্তান ভ্ৰমণৰ পূৰ্বে বিবেচনা কৰক…নাগৰিকলৈ কিয় এই বাৰ্তা দিলে আমেৰিকাই…
পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত আমেৰিকাই নাগৰিকৰ বাবে লেভেল ৩ৰ পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শত আমেৰিকাই নিজ দেশৰ নাগৰকিক পাকিস্তান ভ্ৰমণৰ পূৰ্বে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। লগতে বিভিন্ন সতৰ্কবাণী দিছে।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 10:37 am
ডায়েবেটিছৰ প্ৰধান লক্ষণসমূহ কি কি?
যেতিয়া ডায়েবেটিছ হয় তেতিয়া শৰীৰে বিভিন্ন ইংগিত দিয়ে, এয়া জনা দৰকাৰ. Diabetes Main Symptoms Know From Doctor Details Assamese
- Barasha Sarma
- Updated on: Jan 30, 2026
- 9:52 am
বাৰে বাৰে মুখৰ ঘাঁ কিয় হয়? জানক কাৰণ…
বহু মানুহৰে মুখৰ ঘাঁ হয়। ইয়াৰ আঁৰত থাকে বিভিন্ন কাৰণ. Mouth Ulcer Common 5 Cause Shared By Doctor Details Assamese
- Barasha Sarma
- Updated on: Jan 30, 2026
- 9:29 am
EPFO ক লৈ ডাঙৰ আপডেট! বৃদ্ধি হ’ব পাৰে EPFৰ দৰমহাৰ সীমা…
EPFO: ২০২৬ চনত EPFO ৰ লগত জড়িত নিয়মৰ সাল-সলনি হোৱাৰ সম্ভাৱনা আছে। চৰকাৰে EPFৰ দৰমহাৰ সীমা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত লাখ লাখ কৰ্মচাৰী উপকৃত হোৱাৰ লগতে অৱসৰৰ পুঁজি শক্তিশালী হ'ব।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 8:50 am
UGC ৰ নতুন নিয়মত কি আছে? কাঢ়ি লোৱা হ’ব নেকি সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ অধিকাৰ…
UGC: বৰ্তমান সমগ্ৰ দেশ UGC বিতৰ্কই উত্তাল কৰি ৰাখিছে। লাখ লাখ শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহি UGCৰ নতুন নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে দেশৰ সৰ্বোচ্চ ন্যাায়ালয়ে নতুন নিয়মৰ ওপৰত স্থগিতাদেশ জাৰি কৰে।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 8:02 am
Morning News: অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা বাংলাদেশৰ ভয়ংকৰ তথ্যলৈ, পুৱাৰ খবৰ…
Morning News: কালি আহি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি তেওঁ ডিব্ৰুগড়ত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় ১০৫ বিঘা ভূমিত নিৰ্মাণ হৈছে এই প্ৰকল্প।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 7:13 am
প্ৰস্ৰাৱৰ ৰং সলনি যকৃত ক্ষতিৰ লক্ষণ নেকি? AIIMS ৰ চিকিৎসকৰ পৰা জানক…
Urine: প্ৰস্ৰাৱৰ সলনি হোৱা ৰঙে আমাক বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ইংগিত দিব পাৰে। যেতিয়া প্ৰস্ৰাৱৰ ৰং সলনি হয় তেতিয়া বিভিন্ন সমস্যাৰ ই কাৰণ হ'ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে এগৰাকী জ্যেষ্ঠ চিকিৎসকে।
- Barasha Sarma
- Updated on: Jan 30, 2026
- 6:38 am
Today’s Rashifal: দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
Today's Horoscope: হিন্দু ধৰ্ম অনুসৰি ৰাশিফল ১২ টা। আজি কিছুমান ৰাশিৰ লোকৰ আৰ্থিক উন্নতিৰ যোগ আছে। ইফালে কিছুমানে সাৱধানে থকা দৰকাৰ। জ্যোতিষ শাস্ত্ৰ অনুযায়ী আপোনাৰ আজিৰ দিনটো কেনে যাব?
- Barasha Sarma
- Updated on: Jan 30, 2026
- 12:30 am