শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
user

Manas Borah

Sub Editor

manash.borah@tv9.com

কলেজীয়া দিনতে গণমুখী ধাৰা অটুট ৰাখি সাংবাদিক হোৱাৰ সপোন দেখিছিলো । অসম সাংবাদিকতা বিদ্যালয়ত সাংবাদিকতাৰ ব্যৱহাৰিক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছতে মোৰ এই সপোনটোক বাস্তৱ ৰূপ দিয়াৰ যাত্ৰা আৰম্ভ হৈছিল । ২০১৯ চনত প্ৰথমে ছপা মাধ্যমত আনুষ্ঠানিকভাৱে সাংবাদিকতাৰ কলম ধৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ডিজিটেল সংবাদ ক্ষেত্ৰখনলৈকে, এই যাত্ৰাত কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকৰ পৰামৰ্শ আৰু নিৰ্দেশনাই মোক উৎসাহিত কৰিছিল । সাহিত্য চৰ্চাৰ উপৰিও মোৰ ভালপোৱাবোৰৰ ভিতৰত অন্যতম-ভ্ৰমণ আৰু ফটোগ্ৰাফী ।

Read More
চূড়ান্ত হ’ব নেকি শাসকীয় মিত্ৰজোঁটৰ আসনৰ ভাগ-বতৰা ? বাজপেয়ী ভৱনত অমিত শ্বাহৰ ৰুদ্ধদ্বাৰ বৈঠক

চূড়ান্ত হ’ব নেকি শাসকীয় মিত্ৰজোঁটৰ আসনৰ ভাগ-বতৰা ? বাজপেয়ী ভৱনত অমিত শ্বাহৰ ৰুদ্ধদ্বাৰ বৈঠক

শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা। বৈঠকত দলটোৰ নিৰ্বাচন পৰিচালনা সমিতি আৰু ৰাজ্যিক মূল সমিতিৰ নিৰ্বাচিত সদস্যসকলে বৈঠকত অংশগ্ৰহণ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব

শৰীৰত ইউৰিৰ এচিড অত্যধিক জমা হ'লে বাতবিষ আৰু গাঁঠিৰ বিষ হ'ব পাৰে। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ এই ফলবোৰ কেতিয়াও খাব নালাগে। Uric Acid Fruits to Avoid

ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক

ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক

সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনাৰ খাদ্যৰ তালিকাত ৰাজমাহ অন্তৰ্ভুক্ত কৰিব পাৰে। ই কলেষ্টেৰল হ্ৰাস, ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা ওজন হ্ৰাসলৈ বহু ক্ষেত্ৰত উপকাৰী। Black Rajma Health Benefits

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৮ সংখ্যক মৃত্যু বাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৮ সংখ্যক মৃত্যু বাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস

আজি ৩০ জানুৱাৰী, শুকুৰবাৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ক'ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস।

আজি ২৯ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস…

আজি ২৯ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস…

আজি,২৯ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ক'ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস...।

India-EU Free Trade Deal: ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তিত ফলত আৰু কি কি সামগ্ৰী সস্তা হ’ব?

India-EU Free Trade Deal: ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তিত ফলত আৰু কি কি সামগ্ৰী সস্তা হ’ব?

ইউৰোপীয় সংঘৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনে এই চুক্তিক “Mother of All Deals” বুলি অভিহিত কৰিছে। এফালে এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিৰ দুৱাৰ মুকলি কৰিব। আনহাতে, ইউৰোপীয় সামগ্ৰীও ঘৰুৱা বজাৰত সস্তা হ’ব বুলি আশা কৰা হৈছে।

আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? নিয়ন্ত্ৰণ কৰাৰ ঘৰুৱা উপায় জানক

আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? নিয়ন্ত্ৰণ কৰাৰ ঘৰুৱা উপায় জানক

চিকিৎসকৰ মতে, যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে ইয়াক নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজন। নহ'লে ষ্টোকৰ সম্ভাৱনা বাঢ়িব পাৰে। Home Remedies to Manage High Blood Pressure

সঘনাই আপোনাৰ শৰীৰত দেখা দিয়া লক্ষণবোৰে তেজৰ কৰ্কট ৰোগৰ ইংগিত দিব পাৰে

সঘনাই আপোনাৰ শৰীৰত দেখা দিয়া লক্ষণবোৰে তেজৰ কৰ্কট ৰোগৰ ইংগিত দিব পাৰে

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হ'লে কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক। Blood Cancer Symptoms

দাম কমিব গাড়ী, মদ আৰু ঔষধৰ ! ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তিত ফলত কি কি সামগ্ৰী সস্তা হ’ব?

দাম কমিব গাড়ী, মদ আৰু ঔষধৰ ! ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তিত ফলত কি কি সামগ্ৰী সস্তা হ’ব?

এই চুক্তিক "Mother of All Deals" বুলি অভিহিত কৰিছে। এফালে এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিৰ দুৱাৰ মুকলি কৰিব। আনহাতে, ইউৰোপীয় সামগ্ৰীও ঘৰুৱা বজাৰত সস্তা হ’ব বুলি আশা কৰা হৈছে।

পাকিস্তানৰ সৈতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ কি সম্পৰ্ক? প্ৰতিবেদন ৰাজহুৱা কৰাৰ দিন ঘোষণা…

পাকিস্তানৰ সৈতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ কি সম্পৰ্ক? প্ৰতিবেদন ৰাজহুৱা কৰাৰ দিন ঘোষণা…

৮ ফেব্ৰুৱাৰী দিন ধাৰ্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্টভাৱে কয় যে,কংগ্ৰেছ নেতা গৌৰৱ গগৈ, তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ন গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ অভিযোগৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদন অহা ৮ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ’ব।

মহাৰাষ্ট্ৰৰ বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত অজিত পাৱাৰৰ বিমান…৬ জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত অজিত পাৱাৰৰ বিমান…৬ জন লোকৰ মৃত্যু

বাৰামাটিৰ এখন ৰাজহুৱা সভালৈ গৈ অৱস্থা বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে। বিমানখন বাৰামতীত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

Union Budget Session: ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজিৰ পৰা আৰম্ভ হ’ব বাজেট অধিৱেশন…বিৰোধীৰ দাবী নাকচ চৰকাৰৰ

Union Budget Session: ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজিৰ পৰা আৰম্ভ হ’ব বাজেট অধিৱেশন…বিৰোধীৰ দাবী নাকচ চৰকাৰৰ

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হ’ব অধিৱেশন। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কালি চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি বিৰোধী পক্ষক সহযোগিতা কৰিবৰ বাবে আবেদন জনায় যদিও VB-G RAM G আইন আৰু SIR প্ৰক্ৰিয়া সন্দৰ্ভত নতুন আলোচনাৰ দাবী নাকচ কৰে চৰকাৰে।