শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সোণ-ৰূপৰ মূল্য

সোণ-ৰূপৰ মূল্য

সোণ-ৰূপৰ মূল্য প্ৰত্যেক দিনে পৰিৱৰ্তন হয়। যেতিয়া আপুনি সোণ-ৰূপ কিনিবলৈ যায়, আপুনি সেই সময়ত সোণৰ ৰূপৰ মূল্য জনা উচিত। সোণৰ মূল্য জানিবলৈ, আপুনি আপোনাৰ স্থানীয় সংবাদ মাধ্যমৰ ৱেবছাইটত চাব পাৰে। ইয়াৰোপৰি সোণ-ৰূপৰ মূল্য জানিবলৈ স্থানীয় সোণৰ দোকানৰ পৰাও জানিব পাৰে।

Gold-Silver Price: সোণৰ বজাৰত জুই! গুৱাহাটীত আজি সোণ-ৰূপৰ মূল্য কিমান জানক

মুম্বাইত প্ৰতি ১০ গ্ৰামৰ দাম ১৬৪,১১০ টকা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ স্পট মূল্য প্ৰতি আউন্সত ৫,৫৯৫.০২ ডলাৰ। বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তা আৰু ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজত নিৰাপদ আশ্ৰয়স্থলৰ সম্পত্তিৰ চাহিদা বৃদ্ধিয়ে মূল্য বৃদ্ধি কৰিলে।

Gold Price Today: তীব্ৰগতিত বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য! জানক আজিৰ দাম…

Gold Price Today: তীব্ৰগতিত বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য। আজিৰ দিনটোতো বহু পৰিমাণে দাম বঢ়া দেখা গৈছে। গতিকে আপুনি যদি সোণ-ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

Gold Price Today: সোণৰ যাদু! আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?

Gold and Silver Price Today in India: আজি ২৮ জানুৱাৰী, শুক্ৰবাৰ। সোণ আৰু ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। কেতিয়াবা দাম কমি যায়, কেতিয়াবা বাঢ়ি যায়। আজি গুৱাহাটীত সোণ ৰূপৰ মূল্য কিমান হৈছে জানো আহক।

Gold Price: প্ৰতিদিনে বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য, জানক আজিৰ দাম…

Gold Price Today: প্ৰতিদিনে সোণ-ৰূপৰ মূল্য বৃদ্ধি পাইছে। নতুন বছৰৰ পাছতেই সোণ-ৰূপৰ মূল্যই আকাশ চুইছে। আজিৰ দিনটোত গুৱাহাটীত সোণ ৰূপৰ মূল্য কিমান? প্ৰতিগ্ৰাম কিমানত বিক্ৰী হৈছে?

Gold Price Today: হ্ৰাস নে বৃদ্ধি? আজি গুৱাহাটীৰ বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ, জানক দাম…

Gold Price Today: বিগত সময়চোৱাত হোৰাহোৰে বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ মূল্য। আজিৰ দিনটোতো সোণ আৰু ৰূপৰ মূল্যত বিশেষ পৰিবৰ্তন দেখা যোৱা নাই। গতিকে আপুনি যদি বজাৰলৈ যোৱাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

Gold Price Today: গুৱাহাটীৰ বজাৰত আজি কিমান হৈছে সোণৰ দাম? জানক…

Gold and Silver Rate Guwahati: দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৬২, ৮৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৪৯,৩০০ টকা হৈছে । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

আজি দেওবাৰৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ? চাওক…

আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কোনো পৰিৱৰ্তন হোৱা নাই যদিও যোৱা কেইদিনত ইয়াৰ মূল্য বৃহৎ হাৰত বৃদ্ধি পোৱা দেখা গৈছে। আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান ? চাওঁ আহক।

আজি সোণ ক্ৰয়ৰ পূৰ্বে হাজাৰবাৰ ভাবক, নহ’লে খালী হ’ব বেংক একাউণ্ট; একেকোবে দাম দাঢ়িল প্ৰায় ১৪৭০০০ টকা!

আপুনিও যদি আজি সোণ আৰু ৰূপৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে, বজাৰলৈ যোৱাৰ পূৰ্বে আজিৰ বজাৰৰ পৰিস্থিতি চাই লোৱা উচিত হ’ব। কিয়নো আজি বজাৰত হোৰাহোৰে দাম বাঢ়িছে সোণৰ। গতিকে এতিয়াই চাই লওক সোণৰ দাম।

Gold Price Today: সৰস্বতী পূজাৰ দিনটোত কমিল দাম! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Gold Price Today: আজি সৰস্বতী পূজাৰ দিনা কিছু পৰিমাণে হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য। গতিকে আপুনি যদি আজি সোণ আৰু ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

Gold Price Today: সৰস্বতী পূজাৰ পূৰ্বে পালে হ্ৰাস! জানক আজিৰ দিনটোৰ সোণ-ৰূপৰ মূল্য…

Gold Price Today: নতুন বছৰৰ পৰা তীব্ৰগতিত বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য। আনকি ৰূপৰ মূল্যও দ্ৰুতগতিত বৃদ্ধি পাইছে। গতিকে আপুনি আজি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

Gold Price Today: বিয়াৰ বতৰত হোৰাহোৰে বাঢ়িছে সোণৰ দাম, গুৱাহাটীত কিমান হৈছে জানক…

Gold and Silver Rate Guwahati: আজি দিল্লীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৫৪, ৯৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৪২,০৫০ টকা হৈছে ।। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

Gold Price Today: কিমান বৃদ্ধি পালে? আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Gold Price Today: পুনৰ বৃদ্ধি পালে সোণ আৰু ৰূপৰ দাম। গুড ৰিটাৰ্ণে প্ৰকাশ কৰা তথ্য অনুসৰি, আজি বজাৰত পুনৰ দাম বৃদ্ধি পাইছে। গতিকে আপুনি যদি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

বজাৰত সোণৰ উৰ্ধমুখী গতি, একেকোবে দাম বাঢ়িল প্ৰায় ১৯১০০০ টকা! কিমান হ’ব আজিৰ দৰ?

গ্ৰাহকসকলৰ বাবে আজিৰ সোণ-ৰূপৰ বজাৰত এক উদ্বেগজনক খবৰ। সোণৰ বজাৰত আজি দেখা গৈছে দৰৰ উৰ্ধমুখী গতি। বজাৰত আজি হোৰাহোৰে বাঢ়িছে সোণৰ দাম। আপুনি যদি অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে চাই লওক এতিয়াই।

বিয়াৰ বতৰত বাচিব নে জেপৰ খৰচ! সোণৰ বজাৰত দেখা গৈছে এনে স্থিতি, চাই লওক এতিয়াই

বিয়া বুলিলেই সোণৰ অলংকাৰৰ প্ৰয়োজনীয়তা। গতিকে বজাৰত সোণ-ৰূপৰ দৰৰ ওপৰত গ্ৰাহকসকলৰ দৃষ্টি থাকে। যোৱা কিছুদিন ধৰি সোণ আৰু ৰূপৰ মূল্য যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছিল। পিছে আজি বজাৰত কিমান হ’ব সোণ-ৰূপৰ দাম?

Gold-Silver Price: হোৰাহোৰে কমিছে সোণৰ মূল্য! জানক গুৱাহাটীত কিমান সোণ-ৰূপ মূল্য…

ক্ৰমাগত দ্বিতীয় দিনলৈ সোণৰ মূল্য হ্ৰাস, ৰূপৰ মূল্যও হ্ৰাস। এয়াই উচিত সময় নেকি সোণ-ৰূপৰ গহনা ক্ৰয় কৰাৰ? জানক আজি গুৱাহাটীৰ সোণ-ৰূপৰ মূল্য...