বকোত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। ভোট চোৰ,চকী এৰক" - শীৰ্ষক কংগ্ৰেছৰ প্ৰতিবাদ। কামৰূপ জিলা কংগ্ৰেছৰ সমিতিৰ উদ্যোগত এই প্ৰতিবাদ। বকো আৰু বনগাঁও ব্লক কংগ্ৰেছ সমিতিৰ সহযোগত প্ৰতিবাদ। বিভিন্ন শ্ল'গানত উত্তাল পৰিস্থিতি। ভোট চোৰ হুচিয়াৰ, ধৰ ধৰ ভোট চোৰক ধৰ, গণতন্ত্ৰ ৰক্ষা কৰক আদি শ্ল'গান দি প্ৰতিবাদ। ৰাজীৱ ভৱনৰ পৰা সমদল কৰি সমজিলাৰ কাৰ্যালয় ঘেৰাও। বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা নন্দিতা দাস, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, জিলাৰ সভাপতি প্ৰাঞ্জিত চৌধুৰী, APCCৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাকে ধৰি বহুকেইজন কংগ্ৰেছৰ নেতা উপস্থিত থাকে।