শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

IPL Retention 2026: কোন থাকিল, কাক দিয়া হ’ল বিদায়? IPLৰ খেলুৱৈ ৰিটেনচনৰ চূড়ান্ত তালিকা প্ৰকাশ..

IPL 2026 Retained Players List: আই পি এলৰ ফ্ৰেঞ্চাইজিয়ে নিজৰ ৰিটেইনড খেলুৱৈক চূড়ান্ত কৰিছে। ৰিটেইনড খেলুৱৈসকলে অহা ছিজনত একেটা দলৰ হৈ খেলিব।

IPL Retention 2026: কোন থাকিল, কাক দিয়া হ’ল বিদায়? IPLৰ খেলুৱৈ ৰিটেনচনৰ চূড়ান্ত তালিকা প্ৰকাশ..
IPLৰ খেলুৱৈ ৰিটেনচনৰ চূড়ান্ত তালিকা প্ৰকাশImage Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 15 Nov 2025 19:53 PM

সময়সীমা ওচৰ চাপি অহাৰ লগে লগে আই পি এলৰ সকলো ফ্ৰেঞ্চাইজিয়ে নিজৰ খেলুৱৈক ধৰি ৰাখিছে। আই পি এল ২০২৬ৰ বাবে খেলুৱৈক ধৰি ৰখাৰ অন্তিম তাৰিখ আছিল ১৫ নৱেম্বৰ। এইবাৰ আটাইতকৈ আচৰিত ধৰণৰ ৰিটেনচন কৰিলে পঞ্জাব কিংছ আৰু চেন্নাই ছুপাৰ কিংছে। পঞ্জাবে সৰ্বাধিক সংখ্যক খেলুৱৈ ২১ জন খেলুৱৈক ধৰি ৰখাৰ বিপৰীতে তেওঁলোকৰ ইতিহাসৰ বিপৰীতে পাঁচবাৰৰ চেম্পিয়ন চেন্নাইয়ে ১৫ জন খেলুৱৈক ধৰি ৰাখি এজনক নিলাম কৰে।

কোনজন খেলুৱৈক কোনটো দলে ধৰি ৰাখিছিল?

এতিয়া প্ৰশ্ন হয় কোনটো দলে কিমানজন খেলুৱৈক ধৰি ৰাখিলে?  ক্ৰমিকভাৱে চাওঁ আহক…

চেন্নাই ছুপাৰ কিংছ

এম এছ ধোনি, ৰুতুৰাজ গাইকৱাদ, আয়ুষ মাহত্ৰে, দেৱাল্ড ব্ৰুইছ, উৰভিল পেটেল, শিৱম ডুবে, ৰামকৃষ্ণ ঘোষ, খলিল আহমেদ, মুকেশ চৌধুৰী, নাথান এলিছ, অংশুল কামোজ, জেমী অভাৰটন, গুৰজাপনীত সিং, নূৰ আহমেদ, শ্ৰেয়াস গোপাল, আৰু সঞ্জু চেমচন (ট্ৰেড)

দিল্লী কেপিটেলছ

অক্ষৰ পেটেল, কুলদীপ যাদৱ, কৰুণ নাইৰ, সমীৰ ৰিজৱী, কে এল ৰাহুল, ত্ৰিষ্টান ষ্টাবছ, অভিষেক পোৰেল, আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মাধৱ তিৱাৰী, ত্ৰিপুৰ বিজয়, অজয় ​​মণ্ডল, মুকেশ কুমাৰ, মিচেল ষ্টাৰক, টি নটৰাজন, দুছমন্ত চমীৰা, আৰু নীতিশ ৰাণা (ট্ৰেড)

গুজৰাট টাইটানছ

শুভমন গিল, সাই সুদৰ্শন, ৰছিদ খান, কুমাৰ কুশাগ্ৰা, অনুজ ৰাৱত, জোছ বাটলাৰ, নিশান্ত সিন্ধু, ৱাশ্বিংটন সুন্দৰ, আৰ্ছাদ খান, শ্বাহৰুখ খান, ৰাহুল তেৱতিয়া, কাগিছো ৰাবাদা, আৰু মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, ইশান্ত শৰ্মা, গুৰনুৰ সিং ব্ৰাৰ, মানৱ সুথাৰ, সাই কিশোৰ, জয়ন্ত যাদৱ

কলকাতা নাইট ৰাইডাৰ্ছ

বৰুণ চক্ৰৱৰ্তী, ৰিংকু সিং, সুনীল নৰিনে, অংকৃশ ৰঘুবংশী, অজিংক্য ৰাহানে, মনীষ পাণ্ডে, ৰভমান পাৱেল, ৰমনদীপ সিং, অনুকুল ৰায়, হৰ্ষিত ৰাণা, বৈভৱ অৰোৰা, উমৰাণ মালিক

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

ঋষভ পন্ত, মিচেল মাৰ্ছ, আইডেন মাৰ্কৰাম, মায়ংক যাদৱ, আব্দুল ছামাদ, আয়ুষ বদোনি, মেথিউ ব্ৰেট্জকি, হিম্মৎ সিং, নিকোলাছ পুৰাণ, শ্বাহবাজ আহমেদ, আৰ্শিন কুলকাৰ্ণী, মায়ংক যাদৱ, আবেশ খান, মহছিন খান, এম সিদ্ধাৰ্থ, দিগবেশ ৰাথী, প্ৰিন্স যাদৱ, আকাশ সিং, মহম্মদ শামী, আৰু অৰ্জুন টেণ্ডুলকাৰ (দুয়োজন ট্ৰেড)

মুম্বাই ইণ্ডিয়ানছ

ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, ৰিয়ান ৰিকেলটন, তিলক বৰ্মা, ৰবিন মিংছ, মিচেল ছাণ্টনাৰ, নমন ধীৰ, উইল জেকছ, কৰ্বিন বছ, ৰাজ অংগদ বাৱা, ট্ৰেণ্ট ব’ল্ট, দীপক চহৰ, আল্লাহ গাজানফৰ, শ্বাৰদুল ঠাকুৰ, শ্বাৰফেন ৰাদাৰফোৰ্ড, আৰু মায়াংক মাৰ্কাণ্ডে (তিনিওজন ট্ৰেড)

পঞ্জাৱ কিংছ

শ্ৰেয়াছ আয়াৰ, প্ৰিয়ংশ আৰ্য্য, প্ৰভসিমৰন সিং, আৰ্শদ্বীপ সিং, নেহাল ৱাধেৰা, মুছিৰ খান, হৰনুৰ সিং, বিষ্ণু বিনোদ, শশাংক সিং, পায়লা অবিনাশ, মাৰ্কাছ ষ্টয়নিছ, মাৰ্কো য়ানছন, আজমতুল্লাহ ওমৰজাই, সূৰ্য্যং শ্বেডজ, মিচেল ওৱেন, বিজয়কুমাৰ বৈশক, যশ ঠাকুৰ, জেভিয়াৰ বাৰ্টলেট, লকি ফাৰ্গুচন, যুজবেন্দ্ৰ চাহাল, আৰু হৰপ্ৰীত ব্ৰাৰ

ৰাজস্থান ৰয়েলছ

যশস্বী জয়ছোৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, জোফ্ৰা আৰ্চাৰ, নন্দ্ৰে বাৰ্গাৰ, যুধবীৰ সিং চৰাক, কুৱেনা ম্ফাকা, আৰু তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা, শুভম ডুবে, শিমৰন হেটমায়াৰ, লুহান প্ৰেটৰিয়াছ, ড’নভান ফেৰেইৰা, ৰবীন্দ্ৰ জাডেজা, আৰু ছেম কাৰাণ (তিনিওজন ট্ৰেড)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

বিৰাট কোহলী, ৰজত পাটিদাৰ, ফিল ছল্ট, জোছ হেজলউড, জিতেশ শৰ্মা, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, সূয়াশ শৰ্মা, ৰোমাৰিঅ’ শ্বেফাৰ্ড, টিম ডেভিদ, দেৱদত্ত পাডিক্কাল, জেকব বেথেল, স্বপ্নিল সিং, ৰশিখ চালাম, যশ দয়াল, নুৱান থুছাৰা, আৰু অভিনন্দন সিং

ছানৰাইজাৰ্ছ হায়দৰাবাদ

পেট কামিন্স, ট্ৰেভিছ হেড, অভিষেক শৰ্মা, হাইনৰিচ ক্লাচেন, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, ৰবিচন্দ্ৰন অশ্বিন, কামিন্দু মেণ্ডিছ, হৰ্ষ ডুবে, ব্ৰাইডন কাৰ্ছে, ঈশান মালিংগা, হৰ্ষল পেটেল, জয়দেৱ উনাদকট, জীশন আনছাৰী, আৰু অনিকেত বৰ্মা