শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
user

Trishna Kalita

Sub Editor

trishna.kalita@tv9.com

কটন বিশ্ববিদ্যালয়ৰপৰা সাংবাদিকতাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি মই যোগদান কৰিছিলো ND24 ত । এগৰাকী সংবাদকৰ্মীৰূপে সামাজিক-ৰাজনৈতিক বিষয়সমূহ‌ সামাজিক মাধ্যমযোগে উপস্থাপন কৰিছিলোঁ সত্য আৰু শুদ্ধ ৰূপত।‌প্ৰায় ৩টা বছৰৰ অভিজ্ঞতা লৈ মই যোগ দিছিলোঁ TV9 ASSAMত। সত্য আৰু শুদ্ধ খবৰৰ সন্ধানত এতিয়াও অব্যাহত মোৰ এই যাত্ৰা.

Read More
আপোনাৰ PF একাউণ্টত জমা হ’ব হাজাৰ হাজাৰ টকা, সবিশেষ…

আপোনাৰ PF একাউণ্টত জমা হ’ব হাজাৰ হাজাৰ টকা, সবিশেষ…

ইপিএফঅ’ই অতি সোনকালে গ্ৰাহকৰ একাউণ্টত সুতৰ ধন জমা কৰাৰ প্ৰচেষ্টা হাতত লৈছে। এই সুতৰ হাৰ ৮.২৫ শতাংশ। আপুনি যি সুত পাব সেয়া নিৰ্ভৰ কৰে আপোনাৰ ইপিএফঅ’ একাউণ্টত কিমান টকা আছে তাৰ ওপৰত।

Budget 2026: এইবাৰৰ বাজেটত কমিব নেকি আপোনাৰ স্বাস্থ্য বীমাৰ খৰচ? জানক…

Budget 2026: এইবাৰৰ বাজেটত কমিব নেকি আপোনাৰ স্বাস্থ্য বীমাৰ খৰচ? জানক…

Budget Expectation: কৰ বিশেষজ্ঞসকলে চৰকাৰৰ ওপৰত যি আশা ৰাখিছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল গৃহ ঋণৰ সুতৰ হাৰ আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ৰেহাই। বৰ্তমান এই সুবিধাসমূহ কেৱল পুৰণি কৰ গাঁথনিতহে উপলব্ধ, নতুন কৰ গাঁথনিত আয়কৰ দাখিল কৰাসকলে এই সুবিধা নাপায়।

EPFO: ভাল খবৰ! শীঘ্ৰে আপোনাৰ PF একাউণ্টত জমা হ’ব হাজাৰ হাজাৰ টকা, কেনেকৈ জানক…

EPFO: ভাল খবৰ! শীঘ্ৰে আপোনাৰ PF একাউণ্টত জমা হ’ব হাজাৰ হাজাৰ টকা, কেনেকৈ জানক…

আপুনি জানেনে যে আপোনাৰ দৰমহাৰ পৰা কৰ্তন কৰা ধন আপোনাৰ পি এফ একাউণ্টত জমা হোৱাৰ উপৰিও তাৰ ওপৰত সুতো পায়। পি এফ একাউণ্টত বাৰ্ষিক সুত পোৱা যায়। যাৰ ফলত আপোনাৰ একাউণ্টত বহুত টকা জমা হ’বলৈ গৈ আছে। কিমান টকা জানেনে?

অজিত পাৱাৰৰ দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ব্লেক বক্স উদ্ধাৰ, প্ৰকৃততে কি হৈছিল?

অজিত পাৱাৰৰ দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ব্লেক বক্স উদ্ধাৰ, প্ৰকৃততে কি হৈছিল?

ব্লেক বক্সটোত আছে ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইচ ৰেকৰ্ডাৰ। এতিয়া ইয়াক বিশ্লেষণ কৰি এই মৰ্মান্তিক দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হ’ব। বুধবাৰে সন্ধিয়া Aircraft Accident Investigation Bureauৰ (AAIB) এটা বিশেষ দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ ফৰেনছিক তদন্ত আৰম্ভ কৰে।

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি কাৰ্যসূচী আছে?

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ, কি কি কাৰ্যসূচী আছে?

এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ৩০ জানুৱাৰীত তেওঁ নতুন বিধানসভা কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চাহ খাই ভাল পায় নেকি? কি ৰোগ হ’ব পাৰে জানক…

চাহ খাই ভাল পায় নেকি? কি ৰোগ হ’ব পাৰে জানক…

মানুহে চাহৰ প্ৰতি ইমানেই আকৰ্ষিত যে মাজে মাজে চাহ পাৰ্টিৰ পৰিকল্পনা কৰে। অত্যধিক চাহ সেৱনৰ স্বাস্থ্যজনিত প্ৰভাৱৰ বিষয়ে জানক | Side Effects of Tea can caused these diseases know in assamese

Republic Day Parade 2026: গণৰাজ্য দিৱসৰ পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীকপট ঘোষণা, আছে অসমৰো নাম…

Republic Day Parade 2026: গণৰাজ্য দিৱসৰ পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীকপট ঘোষণা, আছে অসমৰো নাম…

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল শাখাত শ্ৰেষ্ঠ প্ৰতীকপটৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰই। তেওঁলোকে গণেশ উৎসৱক আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছিল। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা মহিলাসকলে প্ৰতীকপটৰ দুয়োকাষে লোকনৃত্য প্ৰদৰ্শন কৰিছিল।

মিত্রতাক লৈ এতিয়া চিন্তা নাই, অসমৰ ৰাইজে বিজেপিক ভোট দিব: মুখ্যমন্ত্ৰী

মিত্রতাক লৈ এতিয়া চিন্তা নাই, অসমৰ ৰাইজে বিজেপিক ভোট দিব: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কয়,  "গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। কাৰণ এয়া এক ডাঙৰ প্ৰকল্প। চানমাৰী আৰু ভৰলুৰ উৰণসেতু দুখন ফেব্ৰুৱাৰী মাহতে মই উদ্বোধন কৰিম। কাৰণ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ অলপ সময় লাগিব।"

বৃক্কৰ সংক্ৰমণ হ’লে শৰীৰত দেখা দিয়ে এই ৫টা লক্ষণ, জানক…

বৃক্কৰ সংক্ৰমণ হ’লে শৰীৰত দেখা দিয়ে এই ৫টা লক্ষণ, জানক…

বৃক্ক সংক্ৰমণৰ ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিব পাৰে। বিশেষজ্ঞৰ মতে, এই লক্ষণবোৰ একেবাৰে সহজভাৱে ল’ব নালাগে | 5 big Warning Signs of Kidney Infection know in assamese

আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব অজিত পাৱাৰৰ শেষকৃত্য, অন্তিম যাত্ৰাৰ বহু লোকৰ সমাগম…

আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব অজিত পাৱাৰৰ শেষকৃত্য, অন্তিম যাত্ৰাৰ বহু লোকৰ সমাগম…

বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। চিতাৰ বাবে নিৰ্মাণ কৰা হৈছে মঞ্চ। ৰাইজে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নিৰাপদে অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ সাক্ষী হ’ব পৰাকৈ খেলপথাৰখনত বেৰিকেড লগোৱা হৈছে।

ভয়ংকৰ বিমান দুৰ্ঘটনা, সাংসদ, ক্ৰু মেম্বাৰসহ ১৫ জনকৈ লোকৰ কৰুণ মৃত্যু…

ভয়ংকৰ বিমান দুৰ্ঘটনা, সাংসদ, ক্ৰু মেম্বাৰসহ ১৫ জনকৈ লোকৰ কৰুণ মৃত্যু…

কলম্বিয়াত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। কলম্বিয়াৰ এজন সাংসদকে ধৰি ১৫ জন লোকৰ মৃত্যু। অৱতৰণৰ ঠিক আগতেই বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে।

Morning News: অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়ালৈ..পুৱাৰ খবৰ পঢ়ক

Morning News: অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়ালৈ..পুৱাৰ খবৰ পঢ়ক

আজি ২৯ জানুৱাৰী ২০২৬, বৃহস্পতিবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...