ৰাজনীতি
ৰাজনীতি হৈছে এটা গোটত নিৰ্ণয় লোৱা বা ব্যক্তিৰ মাজত অন্যান্য প্ৰকাৰৰ শক্তিৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপৰ সংহতি যেনে সম্পদ বা স্থিতি আদি বিতৰণ। প্ৰবুদ্ধ সমাজৰ ৰাষ্ট্ৰীয় সভাপতি ড০ শ্ৰী প্ৰকাশ বৰাণৱালে কয় যে, ৰাজনীতি হৈছে ৰাজ আৰু নীতি দুয়া শব্দৰ সংমিশ্ৰণ। য’ত ৰাজ মানে শাসন আৰু নীতিৰ অৰ্থ হৈছে সঠিক সময় আৰু স্থান সঠিক কাম কৰাৰ কলা। এটা বিশেষ নীতিৰ জৰিয়তে শাসন কৰা বা এটা নিৰ্দিষ্ট উদ্দেশ্যত উপনীত হোৱাক ৰাজনীতি বোলা হয়। ৰাজনীতি জনসাধাৰণৰ সামজিক আৰু অৰ্থনৈতিক স্তৰ উন্নীত কৰাৰ এক কৌশল। ৰাজনীতিৰ ইতিহাস অতি পুৰণি। যাৰ বিৱৰণ সনাতন ধৰ্মৰ বিভিন্ন গ্ৰন্থত পোৱা যায়। সেয়া লাগিলে মহাভাৰতৰ চক্ৰবেহুৰ সৃষ্টি হওক বা পাশা খেলত পাণ্ডৱক পৰাস্ত কৰাৰ ৰাজনীতি।
১৫ জানুৱাৰীৰ ভিতৰত চয়-নিশ্চয় হ’ব ২০২৬ ৰ নিৰ্বাচনৰ বাবে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰাৰ
অহা বছৰ অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। পূৰ্বৰ দৰেই মিত্ৰতা অক্ষুণ্ণ ৰাখি যুঁজত নামিবলৈ সাজু হৈছে অগপ-বিজেপি। এইবাৰ কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব, তাক লৈ দল দুটাৰ মাজত আলোচনা চলি আছে। অহা ১৫ জানুৱাৰীৰ পূৰ্বেই সকলো চয়-নিশ্চয় হ'ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে।
- Raj Saikia
- Updated on: Dec 5, 2025
- 16:27 pm
আমেৰিকাই ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিব পাৰে, ভাৰতে কিয় নোৱাৰে? ট্ৰাম্প সন্দৰ্ভত কি ক’লে পুটিনে…
আমেৰিকাক স্পষ্ট বাৰ্তা পুটিনৰ। তেওঁ কয় যে, আমেৰিকাই যদি ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিব পাৰে তেন্তে ভাৰতে কিয় নোৱাৰে। ভাৰত-ৰাছিয়াৰ সম্পৰ্ক কাৰো বিৰোধিতা কৰাৰ উদ্দেশ্যে নহয় বুলি কয় তেওঁ।
- Barasha Sarma
- Updated on: Dec 5, 2025
- 11:00 am
ৰাজ্যত বাবৰি মছজিদ নিৰ্মাণৰ দাবী কৰি দলৰ পৰা বহিষ্কৃত বিধায়ক, হিন্দুক গংগাত উটুৱাই দিয়াৰো ভাবুকি!
বিধায়ক হুমায়ুনে উল্লেখ কৰে যে অযোধ্যাত বাবৰি মছজিদ ভাঙি পেলোৱাৰ দিনটোতে, ২০২৫ চনৰ ৬ ডিচেম্বৰত মুৰ্ছিদাবাদৰ বেলডাঙাত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ বিৰোধিতা কৰিছে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে। তাৰ মাজতেই তেওঁক টি এম চিৰ পৰা বহিষ্কাৰ কৰা হয়।
- Raj Saikia
- Updated on: Dec 4, 2025
- 15:57 pm
পুটিনক সাক্ষাৎ কৰিব খোজে ৰাহুল গান্ধীয়ে, চৰকাৰক ক’লে- “আমিও দেশক প্ৰতিনিধিত্ব কৰোঁ”
বিদেশী বিশিষ্ট ব্যক্তিৰ সৈতে বিৰোধী দলপতিৰ বৈঠকৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰৰ সাধাৰণ নীতি হৈছে বিৰোধী দলপতিৰ সৈতে বৈঠক অনুষ্ঠিত কৰা। বিৰোধী দলপতিৰ সৈতে পূৰ্বতে বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল, যিটো পৰম্পৰা অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙৰ কাৰ্যকালত চলি আছিল।
- Raj Saikia
- Updated on: Dec 4, 2025
- 13:57 pm
‘জুবিন গাৰ্গক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰক’- সংসদ গৌৰৱ গগৈ
Gaurav Gogoi: জুবিন গাৰ্গৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদানৰ দাবী সাংসদ গৌৰৱ গগৈৰ। সংসদৰ শীতকালীন অধিৱেশনত এই দাবী কৰে সাংসদগৰাকীয়ে। লগতে জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে।
- Barasha Sarma
- Updated on: Dec 3, 2025
- 19:03 pm
সন্মুখত নিৰ্বাচন, শংকিত বিৰোধী! উপায় বিচাৰি দিল্লীলৈ উৰা মাৰিছে গৌৰৱ,ৰকি, ভূপেন…
বিধানসভাৰ শীতকালীন অধিৱেশন শেষ হোৱাৰ পাছতে শংকিত হৈ পৰিছে কংগ্ৰেছ। শাসকীয় পক্ষক পৰাজিত কৰিবলৈ বিচাৰিছে নতুন ৰণকৌশল। ইয়াৰ মাজতে আজি দিল্লীত বিশেষ বৈঠকত মিলিত হ'ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।
- Barasha Sarma
- Updated on: Dec 2, 2025
- 13:31 pm
ছাত্ৰৰ দলে বিটিচিৰ সচিবালয়ত আক্ৰমণ কৰা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সংবাদমেল…
জনজাতিকৰণ সন্দৰ্ভত অসম বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হয়। ইয়াৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে বিটিচি সচিবালয়ত প্ৰৱেশ কৰি সকলো লণ্ড ভণ্ড কৰে।
- Barasha Sarma
- Updated on: Dec 1, 2025
- 13:49 pm
অসমত বিজেপিৰ কাৰ্যালয় বনাবলৈ কিমান মাটি দিয়া হৈছিল? অখিল গগৈৰ প্ৰশ্ন…
Akhil Gogoi: বিজেপি চৰকাৰক উদ্দেশ্য কৰি অখিল গগৈয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয় যে, অসম চৰকাৰে বিজেপিৰ কাৰ্যালয় নিৰ্মাণ কৰিবলৈ চৰকাৰী মাটি দিছে। বিধানসভাৰ পৰা নিলম্বন কৰাৰ পাছতে এই মন্তব্য কৰে।
- Barasha Sarma
- Updated on: Nov 28, 2025
- 12:41 pm
আনিব UCC, বৃদ্ধি হ’ব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স! সদনত মুখ্যমন্ত্ৰীয়ে কি কি ক’লে…
Himanta Biswa Sarma On UCC: চলি থকা শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, পুনৰ মুখ্যমন্ত্ৰী হ'লে তেওঁ সদনত ইউনিফৰ্ম চিভিল কোড আনিব।
- Barasha Sarma
- Updated on: Nov 28, 2025
- 10:31 am
তিনি গগৈ একলগ হ’ব পাৰে, কিন্তু হাজাৰ গগৈ বিজেপিৰ লগত আছে: দিলীপ শইকীয়া
Dilip Saikia: বিৰোধিক কটাক্ষ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। তেওঁ কয় যে, তিনি গগৈ একলগ হৈ একো কৰিব নোৱাৰে, কাৰণ বিজেপিৰ লগত হাজাৰ হাজাৰ গগৈ আছিল। অখিল গগৈ, লুৰিণজ্যোতি, গৌৰৱ গগৈক উদ্দেশ্যি এই মন্তব্য কৰে।
- Barasha Sarma
- Updated on: Nov 26, 2025
- 20:18 pm
উচ্ছেদিত মিঞাৰ প্ৰতি মৰম দেখুওৱা বিৰোধী নেতাক আধুনিক বদন আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ
Dilip Saikia: কংগ্ৰেছক আধুনিক বদন আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। তেওঁ কয় যে,আমি বেদখলমুক্ত কৰা ভূমি আকৌ ঘূৰাই দিম কোৱা, মছজিদ বনাই দিম বুলি কোৱা সকল আধুনিক যুগৰ বদন।
- Barasha Sarma
- Updated on: Nov 26, 2025
- 19:12 pm
বাৰিষা আহিলে ভেকুলী ওলাই, নিৰ্বাচন আহিলে বিৰোধিয়ে মৰ্চা গঠন কৰেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
Ranjit kumar das: বিৰোধিক কটাক্ষ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বিৰোধী দলসমূহক ভেকুলীৰ সৈতে তুলনা কৰে দাসে। তেওঁ কয় যে, ভেকুলীৰ বিয়া পতাৰ দৰে বিৰোধিয়ে মৰ্চা গঠন কৰে।
- Barasha Sarma
- Updated on: Nov 26, 2025
- 18:26 pm
অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰিলে একপক্ষীয়ভাৱে ইচ্ছ্যু বনাব লাগিবঃ বিধায়ক আমিনুল ইছলাম
Aminul Islam:সমাগত বিধানসভা নিৰ্বাচন। ইতিমধ্যে ইয়াৰ বাবে প্ৰতিটো দলে নিজা নিজা প্ৰস্তুতি চলাইছে। ইয়াৰ মাজতে বিধায়ক আমিনুল ইছলামে কয় যে, বিজেপিয়ে এতিয়া একো বিচাৰি নাপাই হাতীগাঁৱক লক্ষ্য কৰি লৈছে।
- Barasha Sarma
- Updated on: Nov 26, 2025
- 18:20 pm
সদনত বিৰোধী বিধায়ক নথকা অৱস্থাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল: বিধায়ক ৰফিকুল ইছলাম
Tiwari Commission: কালি অসম বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিলিপি দাখিল হয়। এই সময়চোৱাত বিৰোধী উপস্থিত নাছিল। যাৰ বাবে আজি সকলোৱে ইয়াৰ বিৰোধিতা কৰে। লগতে কয় যে, এনে ঘটনাৰ নজিৰ নাই।
- Barasha Sarma
- Updated on: Nov 26, 2025
- 18:13 pm
বিৰোধিৰ অনুপস্থিতিত বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল, নেলী কাণ্ডৰ CBI তদন্তৰ দাবী AIUDF ৰ…
Tiwari Commission: প্ৰায় ৪২ বছৰৰ পাছত কালি বিধানসভাত উত্থাপন হয় তিৱাৰী আয়োগৰ প্ৰতিবেদন। বিৰোধী নথকা অৱস্থাত চৰকাৰে এই প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে এতিয়া নেলী কাণ্ডৰ তদন্ত বিচাৰিছে AIUDF য়ে।
- Barasha Sarma
- Updated on: Nov 26, 2025
- 11:40 am