IPL Auction 2026: কোনগৰাকী খেলুৱৈক কোনটো দলে কৰিলে ক্ৰয়, সৰ্বাধিক দামত নিলাম হ’ল কোন?
IPL Auction 2026: আজি আবুধাবিত অনুষ্ঠিত হৈছে আইপিএল ২০২৬ ৰ মেগা নিলাম। ৭৭ টা স্থানৰ বাবে এইবাৰ অনুষ্ঠিত হৈছে নিলাম প্ৰক্ৰিয়া। প্ৰতিটো দলেই নিজৰ প্ৰয়োজন অনুসৰি ক্ৰয় কৰিছে খেলুৱৈ। কিন্তু সৰ্বাধিক দামত নিলাম হোৱা খেলুৱৈগৰাকী আৰু দলটো কোন জানেনে?
আবুধাবিত চলি আছে আই পি এল ২০২৬ৰ খেলুৱৈ নিলাম। লাহে লাহে আৰম্ভ হয় নিলাম প্ৰক্ৰিয়া, প্ৰথম অৱস্থাত কিছুমান খেলুৱৈ বিক্ৰী নোহোৱাকৈয়ে থাকিল। কিন্তু কেমেৰন গ্ৰীণৰ প্ৰৱেশৰ ফলত তীব্ৰ নিবিদা যুদ্ধৰ সূচনা হয় আৰু আশা কৰা মতে সৰ্বোচ্চ বাজেটত কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক অভিলেখ সংখ্যক ২৫.২০ কোটি টকাত ক্ৰয় কৰে।
এই মিনি নিলামত বিক্ৰী হোৱা প্ৰথমজন খেলুৱৈ আছিল দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰ। কোন দলে কোন খেলুৱৈ কিনিলে তাৰ সম্পূৰ্ণ তালিকা চাওক-
চেন্নাই ছুপাৰ কিংছ
এম এছ ধোনি, ৰুতুৰাজ গাইকৱাদ, আয়ুষ মাহত্ৰে, দেৱাল্ড ব্ৰুইছ, উৰভিল পেটেল, শিৱম ডুবে, ৰামকৃষ্ণ ঘোষ, খলিল আহমেদ, মুকেশ চৌধুৰী, নাথান এলিছ, অংশুল কামোজ, জেমী অভাৰটন, গুৰজপনীত সিং, নূৰ আহমেদ, শ্ৰেয়াছ গোপাল, আৰু সঞ্জু চেমচন (ট্ৰেড)
দিল্লী কেপিটেলছ
ক্ৰয় কৰা খেলুৱৈ: ডেভিড মিলাৰ (২ কোটি)
ৰিটেন: অক্ষৰ পেটেল, কুলদীপ যাদৱ, কৰুণ নাইৰ, সমীৰ ৰিজৱী, কে এল ৰাহুল, ত্ৰিষ্টান ষ্টাবছ, অভিষেক পোৰেল, আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মাধৱ তিৱাৰী, ত্ৰিপুৰ বিজয়, অজয় মণ্ডল, মুকেশ কুমাৰ, মিচেল ষ্টাৰ্ক, টি নটৰাজন, দুষমন্ত চমীৰা, আৰু নীতিশ ৰাণা (ট্ৰেড)
গুজৰাট টাইটানছ
শুভমন গিল, সাই সুদৰ্শন, ৰছিদ খান, কুমাৰ কুশাগ্ৰা, অনুজ ৰাৱত, জোছ বাটলাৰ, নিশান্ত সিন্ধু, ৱাশ্বিংটন সুন্দৰ, আৰ্ছাদ খান, শ্বাহৰুখ খান, ৰাহুল তেৱতিয়া, কাগিছো ৰাবাদা, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, ঈশান্ত শৰ্মা, গুৰনুৰ সিং ব্ৰাৰ, মানৱ সুথাৰ, সাই কিশোৰ, জয়ন্ত যাদৱ
কলকাতা নাইট ৰাইডাৰ্ছ
ক্ৰয় কৰা খেলুৱৈ: কেমেৰন গ্ৰীণ (২৫.২০ কোটি টকা)
ৰিটেন: বৰুণ চক্ৰৱৰ্তী, ৰিংকু সিং, সুনীল নাৰিনে, অংকৃশ ৰঘুবংশী, অজিংক্য ৰাহানে, মনীষ পাণ্ডে, ৰোভমান পাৱেল, ৰমনদীপ সিং, অনুকুল ৰায়, হৰ্ষিত ৰাণা, বৈভৱ অৰোৰা, উমৰাণ মালিক
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ
ক্ৰয় কৰা খেলুৱৈ: ৱানিন্দু হাছাৰংগা (২ কোটি টকা)
ঋষভ পন্ত, মিচেল মাৰ্ছ, আইডেন মাৰ্কৰাম, মায়ংক যাদৱ, আব্দুল ছামাদ, আয়ুষ বদোনি, মেথিউ ব্ৰেট্জকি, হিম্মৎ সিং, নিকোলাছ পুৰাণ, শ্বাহবাজ আহমেদ, আৰ্শিন কুলকাৰ্ণী, মায়ংক যাদৱ, আবেশ খান, মহছিন খান, এম সিদ্ধাৰ্থ, দিগবেশ ৰাথী, প্ৰিন্স যাদৱ, আকাশ সিং, মহম্মদ শামী, আৰু অৰ্জুন টেণ্ডুলকাৰ (দুয়োজন ট্ৰেড)
মুম্বাই ইণ্ডিয়ানছ
ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰা, সূৰ্যকুমাৰ যাদৱ, ৰিয়ান ৰিকেলটন, তিলক বাৰ্মা, ৰবিন মিঞ্জ, মিচেল ছাণ্টনাৰ, নমন ধীৰ, উইল জেকছ, কৰ্বিন বছ, ৰাজাংগদ বাৱা, ট্ৰেণ্ট ব’ল্ট, দীপক চহৰ, আল্লাহ গাজানফৰ, শ্বাৰ্দুল ঠাকুৰ, শ্বাৰফেন ৰাদাৰফোৰ্ড আৰু মায়াংক মাৰ্কাণ্ডে (তিনিওজন ট্ৰেড)
পঞ্জাৱ কিংছ
শ্ৰেয়াছ আয়েৰ, প্ৰিয়ংশ আৰ্য, প্ৰভসিমৰন সিং, অৰ্শদীপ সিং, নেহাল ৱাধেৰা, মুছিৰ খান, হৰনুৰ সিং, বিষ্ণু বিনোদ, শশাংক সিং, পাইলা অবিনাশ, মাৰ্কাছ ষ্টয়নিছ, মাৰ্কো য়ানছন, আজমতুল্লাহ ওমৰজাই, সূৰ্যং শ্বেডজ, মিচেল ওৱেন, বিজয়কুমাৰ বৈশক, যশ ঠাকুৰ, জেভিয়াৰ বাৰ্টলেট, লকি ফাৰ্গুচন, যুজবেন্দ্ৰ চাহাল, আৰু হৰপ্ৰীত ব্ৰাৰ
ৰাজস্থান ৰয়েলছ
যশস্বী জয়ছোৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, জোফ্ৰা আৰ্চাৰ, নন্দ্ৰে বাৰ্গাৰ, যুধবীৰ সিং চৰাক, কুৱেনা ম্ফাকা, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা, শুভম ডুবে, চিমৰন হেটমায়াৰ, লুহান প্ৰেটৰিয়াছ, ড’নভান ফেৰেইৰা, ৰবীন্দ্ৰ জাডেজা, আৰু ছেম কাৰাণ (তিনিওজন ট্ৰেড)
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু
বিৰাট কোহলী, ৰজত পাটিদাৰ, ফিল ছল্ট, জোছ হেজলউড, জিতেশ শৰ্মা, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, সূয়াশ শৰ্মা, ৰোমাৰিঅ’ শ্বেফাৰ্ড, টিম ডেভিদ, দেৱদত্ত পাডিক্কাল, জেকব বেথেল, স্বপ্নিল সিং, ৰশিখ চালাম, যশ দয়াল, নুৱান থুছাৰা, আৰু অভিনন্দন সিং
ছানৰাইজাৰ্ছ হায়দৰাবাদ
পেট কামিন্স, ট্ৰেভিছ হেড, অভিষেক শৰ্মা, হাইনৰিচ ক্লাচেন, ঈশান কিষান, নীতিশ কুমাৰ ৰেড্ডী, ৰবিচন্দ্ৰন অশ্বিন, কামিন্দু মেণ্ডিছ, হৰ্ষ ডুবে, ব্ৰাইডন কাৰ্ছে, ঈশান মালিংগা, হৰ্শল পেটেল, জয়দেৱ উনাদকট, জীশন আনছাৰী, আৰু অনিকেত বাৰ্মা