শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
স্বাস্থ্য

স্বাস্থ্য

স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: “স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাৰ বিহীন নহয়, ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা”। কাৰ্যকৰী মূল্য নথকা আৰু “পূৰ্ণাংগ” শব্দটোৱে সৃষ্টি কৰা সমস্যাৰ বাবে এই সংজ্ঞাটো বিতৰ্কৰ উৰ্ধত নহয়।

Read More

প্ৰস্ৰাৱৰ ৰং সলনি যকৃত ক্ষতিৰ লক্ষণ নেকি? AIIMS ৰ চিকিৎসকৰ পৰা জানক…

Urine: প্ৰস্ৰাৱৰ সলনি হোৱা ৰঙে আমাক বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ইংগিত দিব পাৰে। যেতিয়া প্ৰস্ৰাৱৰ ৰং সলনি হয় তেতিয়া বিভিন্ন সমস্যাৰ ই কাৰণ হ'ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে এগৰাকী জ্যেষ্ঠ চিকিৎসকে।

ডায়েবেটিছ নহয়! বাৰে বাৰে প্ৰস্ৰাৱ অহাৰ আঁৰত থাকিব পাৰে এই ডাঙৰ কাৰণ, জানক চিকিৎসকৰ পৰা…

বহু মানুহৰ বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা আছে। কিছুমান সঘনাই প্ৰস্ৰাৱ আহি থাকে। কেতিয়াবা এনে হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি এনে হৈ থাকিলে ইয়াৰ আঁৰত আন কাৰণ থাকিব পাৰে। এই সন্দৰ্ভত জনা উচিত।

আপোনাৰ শৌচে দিব আপোনাৰ স্বাস্থ‍্যৰ ইংগিত, আওকাণ নকৰিব কোনো লক্ষণ

আপোনাৰ শৌচৰ ৰং, টেক্সচাৰ আনকি আকৃতিয়েও আপোনাৰ শৰীৰৰ বহু গোপন কথা উদঙাই দিয়ে। আজি জানো আহক সবিশেষ

ডিঙিৰ বিষ কিয় হয়? চিকিৎসকৰ পৰা জানক কাৰণ…

প্ৰায়ভাগ মানুহে ডিঙিৰ বিষৰ সমস্যাত ভোগে। কেতিয়াবা এই বিষ হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন এনে হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। কিয়নো ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে।

ৰাতিপুৱাৰ এই ৬টা অভ্যাসে ১০০ বছৰলৈ নিৰোগী কৰি ৰাখিব আপোনাক, জানক…

আপুনি আপোনাৰ ৰাতিপুৱাটো কেনেকৈ আৰম্ভ কৰে, সেইটোৱেই আপোনাৰ শক্তিৰ মাত্ৰাৰ পৰা আৰম্ভ কৰি দিনটোৰ মেজাজলৈকে সকলো নিৰ্ধাৰণ কৰে। গতিকে আজি আমি আপোনালোকক ক'ম ৰাতিপুৱাৰ ৬টা অভ্যাসৰ বিষয়ে যিয়ে আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব। আজিৰ পৰা এই ৬টা অভ্যাস আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক।

প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…

Moong Daal Benefits: বহুতে মগু খায়। কিছুমানে পুৱা গজালি ওলোৱা মগু খায়। ইয়াত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। পিছে প্ৰশ্ন হয়, প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া?

Protein: অত্যধিক প্ৰটিন খোৱাটো শৰীৰৰ বাবে ভাল নে বেয়া? কি হয় জানক…

আমাৰ শৰীৰৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়। সেইবাবেই মানুহে খাদ্যত প্ৰটিন সমৃদ্ধ খাদ্য ক্ৰমান্বয়ে অন্তৰ্ভুক্ত কৰিছে বা পৰিপূৰক গ্ৰহণ কৰিছে। কিন্তু প্ৰটিন গ্ৰহণ বেছি দূৰলৈ গ’লে কি হয় জানেনে? এই লেখাটোত এজন বিশেষজ্ঞৰ পৰা জানো আহক।

শুই উঠাৰ পিছত ভাগৰুৱা অনুভৱ হয় নেকি? এয়া কি ৰোগৰ লক্ষণ জানক

টোপনিৰ সময়ত যেতিয়া বাৰে বাৰে উশাহ বন্ধ হৈ যায় তেতিয়া মগজুৱে বাৰে বাৰে সাৰ পায়, যিটো আমি উপলব্ধি নকৰো। ফলত সাৰ পোৱাৰ পিছতো ভাগৰ লাগি থাকে। কিন্তু কেতিয়াবা অন্য কাৰণো হ'ব পাৰে!

Hair Care: নিশা চুলি মেলি নে বান্ধি শোৱে? এই ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰাৰ সমস্যা…

Hair Care: সকলোৱে নিজৰ চুলি যত্ন ৰখা দৰকাৰ। নিশা বহুতে চুলি বান্ধি থয়, কিছুমানে আকৌ মেলি থয়। পিছে প্ৰশ্ন হয়, নিশা শোৱাৰ সময়ত কেনেকৈ ৰাখিলে চুলি নসৰে? কেনেকৈ ৰাখিলে চুলিৰ কোনো সমস্যা নহয়?

সঘনাই চৰ্দি-কাহ হৈ থকাৰ কাৰণ কি? জানক চিকিৎসকৰ পৰা…

বতৰৰ পৰিবৰ্তনৰ ফলত মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। চৰ্দি-কাহ তেনে এক সমস্যা। যদি মাজে মাজে চৰ্দি-কাহ হয় তেন্তে সেয়া সাধাৰণ কথা। দীৰ্ঘদিন এনে হলে ই চিন্তাৰ কাৰণ হ'ব পাৰে।

ৰাতিপুৱাৰ এই ৪টা অভ্যাসে অকালতে বৃদ্ধ কৰে মানুহক! সাৱধান হওক…

ৰাতিপুৱা উঠাৰ পিছত কিছু সময় আমাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত যদি আপুনি কিছু সময়ৰ বাবে ব্যায়াম কৰা, ব্ৰেকফাষ্টত স্বাস্থ্যকৰ বস্তু খোৱাৰ দৰে ভাল অভ্যাস গ্ৰহণ কৰে তেন্তে আপুনি ফিট আৰু সুস্থ হৈ থাকিব পাৰে।

কম বয়সতে হৈছে নেকি উচ্চ ৰক্তচাপৰ সমস্যা? চিকিৎসকে জনালে নিয়ন্ত্ৰণৰ উপায়…

উচ্চ ৰক্তচাপ আজিৰ সময়ত এক ডাঙৰ সমস্যা। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বিভিন্নজনে এই সমস্যাত ভোগা দেখা যায়। গতিকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা দৰকাৰ। ই অন্য ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে।

৪০ বছৰৰ পাছতো ছালত নপৰে বয়সৰ প্ৰভাৱ! নিশা শোৱাৰ পূৰ্বে কৰক এই কাম…

সকলো মানুহে নিজকে ধুনীয়া ৰাখিব বিচাৰে। কিন্তু বয়স বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ পৰিবৰ্তন মানুহৰ ছাল আৰু চুলিত দেখা যায়। কিন্তু কিছুমান অভ্যাসে আপোনাক ডেকা কৰি ৰাখিব পাৰে।

Diabetes: ডায়েবেটিছৰ মূল কাৰণ এই ৫টা অভ্যাস! জানক চিকিৎসকৰ পৰা…

আজিকালি প্ৰায়ভাগ মানুহৰে ডায়েবেটিছৰ সমস্যা থাকে। কিছুমান সাধাৰণ অভ্যাসে মানুহৰ মাজত এই সমস্যা সৃষ্টি কৰে। গতিকে এই বিষয়ে জানি এই অভ্যাসবোৰ ত্যাগ কৰা দৰকাৰ।

Diabetes: ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা খালী পেটত নাখাব এইবোৰ খাদ্য, কি কি খাব লাগে জানক…

আধুনিক জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মধুমেহ ৰোগ (Diabetes)ত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু বহু লোকে চুগাৰৰ মাত্ৰা বৃদ্ধি কৰা খাদ্যৰ বিষয়ে অৱগত নহয় আৰু উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ অক্ষম। ইয়াৰ ফলত তেওঁলোকৰ ডায়েবেটিছ ৰোগীৰ অৱস্থা বেছি বেয়া হৈ পৰে। ডায়েবেটিছ ৰোগীয়ে খালী পেটত কিছুমান বিশেষ ধৰণৰ খাদ্য একেবাৰেই খাব নালাগে।