২০২১ চনত নৰ্থইষ্ট নাওৰ জৰিয়তে মোৰ সাংবাদিকতাৰ যাত্ৰা আৰম্ভ হৈছিল। প্ৰধানকৈ খেল, ৰাজনীতি, তথা অন্যান্য কিছুমান সামাজিক বিষয়ৰ বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত মই অধিক প্ৰাধান্য দিওঁ। নৰ্থইষ্ট নাওৰ সৈতে প্ৰায় তিনিবছৰীয়া যাত্ৰাৰ পিছত TV-9 Assam ত যোগদান কৰোঁ। সম্প্ৰতি TV-9 Assamৰ সৈতে মোৰ এই যাত্ৰা অব্যাহত আছে।
প্রদীপ বৰুৱাৰ শেষকৃত্যৰ পৰা বিশ্ববেংকৰ ঋণলৈ, দিনটোৰ শীৰ্ষ খবৰ
পৰম্পৰা ৰক্ষা কৰি হাজোত অনুষ্ঠিত হয় মণিকূট উৎসৱ, য’ত পোৱামক্কাৰ পৰা মাধৱ মন্দিৰলৈ এক বিশাল সমন্বয় শোভাযাত্ৰা উলিওৱা হয়। ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰতো আজি বিশেষ খবৰ লাভ কৰা গৈছে।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 11:13 pm
শনিবাৰে ঘটিব মহাজাগতিক লক্ষ্মী নাৰায়ণ ৰাজযোগ, সুখ-সমৃদ্ধিৰে ভৰিব এই ৪ ৰাশিৰ লোকৰ জীৱন
লক্ষ্মী নাৰায়ণ ৰাজযোগে বহুলোকৰ জীৱনলৈ সুখকৰ সময়ৰ আগমন ঘটাব বুলি কোৱা হৈছে। বিশেষকৈ চাৰিটা ৰাশিৰ জাতক-জাতিকাৰ বাবে এই যোগ সোণত সুৱগা চৰোৱা হ’ব। জানো আহক এই বিষয়ে।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 11:02 pm
সলনি হোৱা নাই চৰিত্ৰ! এইবাৰ পুঞ্চত দেখা গ’ল পাকিস্তানী ড্ৰোন, ভাৰতীয় সেনাই দিলে উচিত প্ৰত্যুত্তৰ
কেৱল পুঞ্চতে নহয়, সাম্বা জিলাৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্ততো সন্দেহজনক ড্ৰোন প্ৰত্যক্ষ হৈছে। ৰামগড় খণ্ডত এই ড্ৰোনৰ চলাচল ধৰা পৰাৰ লগে লগে নিৰাপত্তা বাহিনীৰ মাজত সতৰ্কতা বৃদ্ধি কৰা হৈছে।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 10:25 pm
বিধানসভা নিৰ্বাচনলৈ বিশেষ প্ৰস্তুতি কংগ্ৰেছৰ, প্ৰিয়ংকা গান্ধীক দিয়া হ’ল এনে গুৰুত্বপূৰ্ণ দায়িত্ব
ক্ৰমাগত তৃতীয়বাৰৰ বাবে দিছপুৰৰ মছনদ দখলৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। ইফালে বিৰোধীৰ মাজত এতিয়াও অব্যাহত মিত্ৰজোঁট গঠনৰ কুচকাৱাজ। প্ৰধান বিৰোধী দল কংগ্ৰেছো বিশেষ প্ৰস্তুতিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে। দলটোৱে এক গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োগ কৰিছে প্ৰিয়ংকা গান্ধীক।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 9:47 pm
পতঞ্জলিৰ দিব্য যৌৱনামৃত বটীয়ে দূৰ কৰিব দৈনিক সন্মুখীন হোৱা এনে সমস্যা, জানি লওক ব্যৱহাৰৰ নিয়ম
এই সমস্যা দূৰ কৰিবলৈ মানুহে বিভিন্ন ঔষধ সেৱন কৰে, যিবোৰৰ ভিতৰত সাধাৰণতে এলোপেথিক ঔষধৰ ব্যৱহাৰ বেছি। এই সমস্যাৰ সমাধানকল্পে পতঞ্জলিৰ 'দিব্য যৌৱনামৃত বটী' এক বিকল্প হ'ব পাৰে।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 8:41 pm
এইখন জিলাত চাৰি দিনৰ বাবে উপলব্ধ নহ’ব সুৰা, প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা; পিছে কিয় এই সিদ্ধান্ত
চাৰি দিনলৈ সুৰাপায়ী লোকসকলৰ বাবে উপলব্ধ নহ’ব পছন্দৰ সুৰা। এখন বিশেষ জিলাত সুৰাৰ ওপৰত চাৰি দিনৰ বাবে প্ৰশাসনে আৰোপ কৰিছে নিষেধাজ্ঞা। কোন স্থানত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা? জানো আহক।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 8:12 pm
পাকঘৰত লগাওক এইসমূহ সামগ্ৰী, দূৰ হ’ব বাস্তু দোষ; মাত্ৰ মনত ৰাখক এইকেইটা বিশেষ দিশ
বহু সময়ত দেখা যায় যে কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে ঘৰত এক মানসিক গধুৰ পৰিৱেশ বা অশান্তিয়ে বিৰাজ কৰে। ইয়াৰ এটা অন্যতম কাৰণ হ’ব পাৰে পাকঘৰৰ বাস্তু দোষ। যিহেতু পাকঘৰৰ পৰাই সমগ্ৰ পৰিয়ালৰ স্বাস্থ্য আৰু শক্তিৰ সঞ্চাৰ হয়, সেয়েহে ইয়াৰ শুদ্ধিকৰণ অতি প্ৰয়োজনীয়।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 7:37 pm
ৰে’লতকৈ সস্তা হ’ব বিমান যাত্ৰা! মাত্ৰ ১৪৯৯ টকাতে ল’ব পাৰিব যাত্ৰাৰ আনন্দ
এক বিশেষ অফাৰৰ জৰিয়তে কোম্পানীটোৱে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োবিধ ভ্ৰমণৰ ক্ষেত্ৰতে টিকটৰ মূল্যত বৃহৎ ৰেহাই ঘোষণা কৰিছে। এই অফাৰৰ অধীনত ঘৰুৱা বিমান যাত্ৰাৰ টিকট মাত্ৰ ১৪৯৯ টকাৰ পৰা আৰম্ভ হৈছে। জানো আহক এইবিষয়ে।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 6:51 pm
হাজোৰ সমন্বয়ৰ বাৰ্তাৰ পৰা প্ৰদীপ বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ, দিনটোৰ চৰ্চিত খবৰসমূহ
মাঘ বিহুৰ আনন্দৰ মাজতে প্ৰদীপ বৰুৱাৰ মৃত্যুৰ খবৰে ৰাজ্যক শোকস্তব্ধ কৰি তোলে। ইফালে হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাই আজি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। চাওঁ আহক দিনটোত চৰ্চা লাভ কৰা এনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 6:23 pm
হাতৰ পৰা এনে সামগ্ৰী পৰা মানেই ভয়ানক বিপদৰ সংকেত! বিপৰ্যস্ত হ’ব পাৰে জীৱন
ধৰ্মীয় আৰু জ্যোতিষ শাস্ত্ৰৰ মতে, হাতৰ পৰা হঠাতে কোনো বস্তু পৰি যোৱাটো কোনো শুভ বা অশুভ ঘটনাৰ ইংগিত হ'ব পাৰে। যদিহে আপোনাৰ হাতৰ পৰা কিছুমান বিশেষ বস্তু বাৰে বাৰে পৰি যায়, তেতিয়া সাৱধান হোৱা প্ৰয়োজন। এনে ৫ বিধ বস্তুৰ বিষয়ে জানো আহক।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 4:20 pm
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
সঠিক খাদ্যইহে আপোনাৰ ওজন কমোৱাৰ লক্ষ্যত উপনীত কৰাব পাৰে। মেদবহুলতা কমোৱাৰ লগতে পুষ্টিৰ যোগান ধৰা এনে ৮ বিধ ফলৰ বিষয়ে জানো আহক।Burn Fat with Fruit: Top 8 Picks for Your Weight Loss Journey
- Monjit Dutta
- Updated on: Jan 15, 2026
- 3:55 pm
বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰকৃত স্বত্বাধিকাৰী কোন? জানিলে হ’ব আচৰিত
দৰাচলতে, চেন্নাইত নিৰ্মিত এই ব্যয়বহুল ট্ৰেইনসমূহ ভাৰতীয় ৰে'লৱেই এক বিশেষ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৩০ বছৰৰ বাবে লীজতহে লৈছে। এই ব্যৱস্থাৰ বাবে ৰে'ল বিভাগে নিৰ্দিষ্ট হাৰত ভাড়াও পৰিশোধ কৰিবলগীয়া হয়।
- Monjit Dutta
- Updated on: Jan 13, 2026
- 10:19 pm