প্ৰকৃতিৰ এক অপূৰ্ব দান সৰ্থেবাৰীৰ ঐতিহাসিক কাপলা বিল। হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই, শৰালী হাঁহৰ বিচৰণে শুৱনি কৰিছে কাপলা বিল।