শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বতৰৰ বতৰা

বতৰৰ বতৰা

দেশৰ বিভিন্ন ৰাজ্যৰ বতৰৰ দৈনিক পৰিৱৰ্তনৰ তথ্য আৰু আনুষংগিক তথ্য এই পৃষ্ঠাত পাব । আপোনাৰ অঞ্চলৰ তাপমান, কুঁৱলী, আৰ্দ্ৰতা, বৰষুণ আৰু ধুমুহাৰ সৈতে জড়িত তথ্য ইয়াত উপলব্ধ হ’ব । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সকলো আপডেট আৰু বতৰৰ আগজাননীৰ তথ্যও থাকিব । ইয়াৰ উপৰিও আপুনি ইয়াত আপোনাৰ অঞ্চলৰ বায়ুৰ গুণাগুণৰ সূচক আৰু বিশুদ্ধতাৰ বিষয়ে অৰ্থাৎ বায়ুৰ গুণাগুণ সূচকাংকৰ বিষয়ে আপডেট পাব । কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বা গুজৰাটৰ পৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহলৈকে বতৰৰ তথ্য, প্ৰতিটো ঠাইৰ বতৰৰ আগলি বতৰাৰ তথ্য ইয়াত উপলব্ধ হ’ব ।

Read More

ৰাজ্যৰ এই তিনি জিলাত অ’ৰেঞ্জ এলাৰ্ট জাৰিঃ প্ৰবল ধুমুহা-বৰষুণ, বজ্ৰপাতৰ আগজাননী বতৰ বিভাগৰ

ৰাজ্যত আজি দেখা পোৱা যাব পাৰে বৰষুণৰ প্ৰভাৱ। উৎকট গৰমৰ পিছত আজি ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী কৰিছে। বতৰ বিভাগে তিনিখন জিলাত অ’ৰেঞ্জ এলাৰ্টো জাৰি কৰিছে।

প্ৰচণ্ড গৰমৰ মাজতে কিছু সকাহ! ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ সতৰ্কবাণী…

প্ৰচণ্ড ৰ'দৰ লগতে উৎকট গৰমে দহিছে ৰাজ্য। ইয়াৰ মাজত আহিছে সকাহৰ খবৰ। আজি ৰাজ্যৰ ১২খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

নেৰানেপেৰা বৰষুণত বিধ্বস্ত জনজীৱন! আজি কেনে হ’ব ৰাজ্যৰ বতৰ?

নেৰানেপেৰা বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰলৈ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ বুকু। ইফালে উত্তৰ-পূবত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD-এ। মহানগৰীত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

আগন্তুক ২-৩ দিনত অসমত হ’ব প্ৰচণ্ড বৰষুণ, বিশেষ সতৰ্কবাণী IMDৰ…সবিশেষ জানক

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বুধবাৰে কয় যে, আগন্তুক ২-৩ দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অঞ্চলত প্ৰচণ্ড পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । ইয়াৰ লগতে আগন্তুক ২৪ ঘণ্টাত সমগ্ৰ অসমত অশুভ বতৰৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে ।

আগতীয়াকৈ আহিল মৌচুমী, আগন্তুক ৭২ ঘণ্টাত অসমত মুষলধাৰ বৰষুণৰ আগজাননী…

অসমৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই । এইবাৰ কেৰালাৰ লগতে উত্তৰ-পূব ভাৰতৰ কিছু অংশত আগতীয়াকৈ প্ৰৱেশ কৰিছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ ।

Assam Weather: ৰাজ্যত মুষলধাৰ বৰষুণ, কেইবাখনো জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান বিভাগৰ

ৰাজ্যত অব্যাহত আছে মুষলধাৰ বৰষুণ। ইয়াৰ মাজতে ৰাজ্যৰ ১৭খনকৈ জিলাত Yellow Alert, ৪খনকৈ জিলাত Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সকলোকে সাৱধান হৈ থাকিব আহ্বান জনোৱা হৈছে

আগন্তুক দুই-তিনিদিন ৰাজ্যত দেখা যাব বতৰৰ তাণ্ডৱ, জনসাধাৰণলৈ এনে আহ্বান জনালে প্ৰশাসনে…

বতৰৰ এই ৰুক্ষ অৱস্থাৰ পৰা সহজেই ৰক্ষা নাপাব ৰাজ্যবাসীয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ প্ৰকাশ কৰা তথ্য অনুসৰি, আগন্তুক ২-৩ দিন ধৰি অসমত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব।

Assam Weather Updates: ৰাজ্যৰ ১১ খন জিলালৈ ধুমুহা-বৰষুণৰ সতৰ্কবাণী, মহানগৰীৰ বাসিন্দাক ঘৰৰ ভিতৰতে থকাৰ আহ্বান

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ধুমুহা-বৰষুণ। ইয়াৰ মাজতে পুনৰ অসমৰ বতৰত লৈ সতৰ্কবাণী IMD। ৰাজ্যৰ ১১খনকৈ জিলাত আজি বৰষুণ ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা।

মহানগৰীত প্ৰচণ্ড ধুমুহা-বৰষুণ, ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি…

দিনতেই অন্ধকাৰ হৈ পৰিল মহানগৰী। ধুমুহা-বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বান। সোমবাৰৰ পুৱাৰ এজাক বৰষুণতে দুৰ্দশা ভুগিবলগীয়া হৈছে মহানগৰীৰ নাগৰিকে।

Assam Weather Updates: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী, ১৬ খনকৈ জিলাত Yellow Alert জাৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বৰষুণ। ১৬ খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ আশংকা।

Assam Weather: ৰাজ্যত ধাৰাসাৰ বৰষুণ, কৃত্ৰিম বানত বুৰিল মহানগৰী, বিভিন্ন জিলালৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ

ৰাজ্যত চৌদিশে আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। নিশাৰে পৰা মহানগৰীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাটাও অঞ্চল প্লাবিত হৈ পৰিছে। যাৰ ফলত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

Assam Weather: হঠাৎ বতৰ পৰিৱৰ্তন, প্ৰচণ্ড ধূলি-ধুমুহাত নেদেখা হৈ পৰিছে চৌদিশ, কি ক’লে বতৰ বিজ্ঞান কেন্দ্ৰই?

ৰাজ্যত প্ৰচণ্ড ধূলি, ধুমুহা। প্ৰান্তে প্ৰান্তে ধুমুহা-বৰষুণ। ব্যাহত বিদ্যুৎ যোগান। চৌদিশে হাহাকাৰ অৱস্থা। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ?