শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰচণ্ড গৰমৰ মাজতে কিছু সকাহ! ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ সতৰ্কবাণী…

প্ৰচণ্ড ৰ'দৰ লগতে উৎকট গৰমে দহিছে ৰাজ্য। ইয়াৰ মাজত আহিছে সকাহৰ খবৰ। আজি ৰাজ্যৰ ১২খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

trishna-kalita
Trishna Kalita | Updated On: 11 Jun 2025 17:19 PM
প্ৰচণ্ড ৰ'দৰ লগতে উৎকট গৰমে দহিছে ৰাজ্য। আজি গুৱাহাটীত সৰ্বোচ্চ তাপমান ৩৬ ডিগ্ৰী ছেলচিয়াছ আৰ সৰ্বনিম্ন তাপমান ২৬ ডিগ্ৰী ছেলচিয়াছ (Getty Images)

1 / 5
ইয়াৰ মাজত আহিছে সকাহৰ খবৰ। ৰাজ্যৰ ১২খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কোন কোন জিলা হ'ব বৰষুণ? (Getty Images)

2 / 5
বতৰ বিজ্ঞানৰ তথ্য অনুসৰি গোৱালপাৰা, হাইলাকান্দি, ডিমা হাচাও,কোকৰাঝাৰ, শিৱসাগৰ, শ্ৰীভূমি, কাছাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া জিলাত  বৰষুণ হ'ব পাৰে। (Getty Images)

3 / 5
ইফালে তামুলপুৰ, হোজাই আৰু কাৰ্বি আংলং, বৰপেটা, তামুলপুৰ, বজালী, বাক্সা জিলাত উৎকট গৰমৰ প্ৰকোপ পৰিব সম্ভাৱনা ব্যক্ত কৰা হৈছে। (Getty Images)

4 / 5
আকৌ পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি, হাইলাকান্দি, যোৰহাট, শিৱসাগৰ, মাজুলী, ডিব্ৰুগড়,গোৱালপাৰা জিলাত বৃহস্পতিবাৰে  বৰষুণ হ'ব পাৰে।(Getty Images)

5 / 5