5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
user

Barasha Misra

Sub Editor

barasha.misra@tv9.com

সাংবাদিকতাৰ পাঠ্যক্ৰম সমাপ্ত কৰি MyNews NE-ৰ জৰিয়তে সংবাদক্ষেত্ৰত কাম কৰাৰ সুবিধা পাইছোঁ। ইয়াৰ পাছত, Ishan News আৰু News18 AssamNE ৰ জৰিয়তে এগৰাকী সংবাদকৰ্মী হিচাপে সেৱা আগবঢ়াইছোঁ। বৰ্তমান মই TV9 Assamত কৰ্মৰত। সংবাদজগতত, বিশেষকৈ স্থানীয় খবৰ, মনোৰঞ্জনধৰ্মী, ব্যৱসায়িক তথা বৈশ্বিক খবৰৰ প্ৰতি মই বিশেষভাৱে আকৰ্ষিত।

Read More
Deepika Padukone Baby: নিশা ৰণবীৰ-দীপিকাৰ কন্যাক লগ কৰিবলৈ যায় শ্বাহৰুখ খানে, দিলে এজোলোকা আশীৰ্বাদ

Deepika Padukone Baby: নিশা ৰণবীৰ-দীপিকাৰ কন্যাক লগ কৰিবলৈ যায় শ্বাহৰুখ খানে, দিলে এজোলোকা আশীৰ্বাদ

কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ পৰাই দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক বহু অনুৰাগীয়ে জনাইছে অভিনন্দন। বৰ্তমান দীপিকা হস্পিতালত আছে, সেয়ে তেওঁলোকৰ ঘনিষ্ঠ মানুহ আহি আছে লগ কৰিবলৈ। যোৱা নিশা শ্বাহৰুখ খানেও হস্পিতালত দীপিকাৰ কণমানিক লগ কৰে।

Durga Puja 2024: দুৰ্গা পূজাৰ সময়ত আপোনজনলৈ প্ৰেৰণ কৰক এই শুভকামনা, মায়ে দিব আশীৰ্বাদ

Durga Puja 2024: দুৰ্গা পূজাৰ সময়ত আপোনজনলৈ প্ৰেৰণ কৰক এই শুভকামনা, মায়ে দিব আশীৰ্বাদ

Dugra Puja 2023: বছৰৰ আটাইতকৈ ডাঙৰ উৎসৱৰ ভিতৰত অন্যতম নৱৰাত্ৰিৰ। এই উপলক্ষে মানুহে আনকি আপোনজনক বাৰ্তা, উক্তি বা কবিতাও প্ৰেৰণ কৰে। এই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দুৰ্গা পূজাত আপোনাৰ আপোনজনক কেনেকৈ বিশেষ ধৰণেৰে Happy Durga Puja বাৰ্তা প্ৰেৰণ কৰিব জানক।

চুমি-তাৰ্কিকৰ তলা বিতৰ্কৰ অৱসান! DGP জি পি সিঙে ‘X’ যোগে প্ৰকাশ কৰিলে থানাৰ তলাৰ প্ৰকৃত সত্য

চুমি-তাৰ্কিকৰ তলা বিতৰ্কৰ অৱসান! DGP জি পি সিঙে ‘X’ যোগে প্ৰকাশ কৰিলে থানাৰ তলাৰ প্ৰকৃত সত্য

কাপোৰৰ পিছত চুমি আৰু তাৰ্কিকৰ লক-আপৰ ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত। একাংশই আকৌ ভাইৰেল হোৱা ফটোত চুমি বৰাৰ লক-আপৰ তলাটো নোহোৱাৰ বাবেও প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু আজি DGP জি পি সিঙে 'X' যোগে জনাই তলাৰ আচল ৰহস্যৰ কথা।

Durga Puja: কেতিয়াৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ? জানক দুৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

Durga Puja: কেতিয়াৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ? জানক দুৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

ধৰাৰ বুকুলৈ আকৌ আহিছে শৰৎ। কঁহুৱা, শেৱালীৰ সুৱাসেৰে শাৰদী ৰাণীক আদৰিবলৈ সাজু প্ৰকৃতি। আজি জানো আহক শাৰদীয় দুৰ্গোৎসৱৰ তাৎপৰ্য আৰু মহত্ব...

Delhi Excise Policy Case: আজি জে’লৰ পৰা মুকলি হ’ব নেকি মুখ্যমন্ত্ৰী কেজৰিৱাল? জামিনক লৈ SC দিব ৰায়

Delhi Excise Policy Case: আজি জে’লৰ পৰা মুকলি হ’ব নেকি মুখ্যমন্ত্ৰী কেজৰিৱাল? জামিনক লৈ SC দিব ৰায়

Delhi Excise Policy Case: দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত তিহাৰ কাৰাগাৰত দাখিল কৰা অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব। উচ্চতম ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তিৰ পিছত ৫ ছেপ্টেম্বৰত এই সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল।

International Chocolate Day 2024: আজি আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস, জানি লওঁক চকলেটৰ উপকাৰিতা…

International Chocolate Day 2024: আজি আন্তঃৰাষ্ট্ৰীয় চকলেট দিৱস, জানি লওঁক চকলেটৰ উপকাৰিতা…

আপুনি আপোনাৰ সংগীক উপহাৰ হিচাপে চকলেট দিব পাৰে। হেল্থলাইনৰ বাতৰি অনুসৰি, ডাৰ্ক চকলেটে আমাৰ স্বাস্থ্যৰ বাবে বহুতো ইতিবাচক লাভালাভ প্ৰদান কৰে।

Travel: উত্তৰাখণ্ডৰ মনোমোহা শ্ৰীনগৰলৈ গৈ পাইছে নে? আপুনি লাভ কৰিব এক ৰোমাঞ্চকৰ অভিজ্ঞতা

Travel: উত্তৰাখণ্ডৰ মনোমোহা শ্ৰীনগৰলৈ গৈ পাইছে নে? আপুনি লাভ কৰিব এক ৰোমাঞ্চকৰ অভিজ্ঞতা

Srinagar Tourist Places: উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল অঞ্চলত আন এখন শ্ৰীনগৰ আছে। সেউজীয়া উপত্যকাত অৱস্থিত এই চহৰখন অতি সুন্দৰ। কেদাৰনাথ আৰু বদ্ৰীনাথ ভ্ৰমণ কৰিবলৈ যোৱা লোকসকলে এবাৰ শ্ৰীনগৰ ভ্ৰমণ কৰিব যাব পাৰে। এই ধুনীয়া ঠাইখনৰ বিষয়ে জানক।

বিলাসী কোঠা এৰি লক-আপত চুমি-তাৰ্কিক, সামাজিক মাধ্যমত ভাইৰেল ফটো

বিলাসী কোঠা এৰি লক-আপত চুমি-তাৰ্কিক, সামাজিক মাধ্যমত ভাইৰেল ফটো

ব্ৰেণ্ডেড কাপোৰৰ পিছত এইবাৰ চৰ্চা চুমি-তাৰ্কিকৰ লক-আপৰ ফটোক লৈ। আজিৰ দিনটোত যেন আটাইতকৈ চৰ্চাৰ বিষয় হৈ পৰিছে চুমি-তাৰ্কিক।

Truke BTG 500: এই হেডফোন মাত্ৰ 999 টকাত পাব, বেটাৰী চলিব সম্পূৰ্ণ ১০ ঘন্টা

Truke BTG 500: এই হেডফোন মাত্ৰ 999 টকাত পাব, বেটাৰী চলিব সম্পূৰ্ণ ১০ ঘন্টা

Truke এ মুকলি কৰিছে নতুন অভাৰহেড হেডফোন, যাৰ নাম হৈছে BTG 500। কোম্পানীটোৰ মতে, ই প্ৰায় ১০ ঘণ্টা ধৰি চলি থাকিব। এইবোৰ ফ্লিপকাৰ্টৰ পৰা এতিয়া মাত্ৰ ৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। যদিও ইয়াৰ নিয়মীয়া মূল্য ১২৯৯ টকা।

সমাগত দুৰ্গা পূজা, নৱৰাত্ৰিত পূজা–অৰ্চনা কৰা দেৱীৰ ৯টা ৰূপ কি কি জানেনে? প্ৰতিটো দিনৰেই আছে বিশেষ মহত্ব

সমাগত দুৰ্গা পূজা, নৱৰাত্ৰিত পূজা–অৰ্চনা কৰা দেৱীৰ ৯টা ৰূপ কি কি জানেনে? প্ৰতিটো দিনৰেই আছে বিশেষ মহত্ব

‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা। দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে।

Durga Puja 2024 Date: দুৰ্গা পূজা কেতিয়া? মহালয়াৰ পৰা বিজয়া দশমীলৈ জানক তাৰিখ

Durga Puja 2024 Date: দুৰ্গা পূজা কেতিয়া? মহালয়াৰ পৰা বিজয়া দশমীলৈ জানক তাৰিখ

ধৰ্মীয় বিশ্বাস অনুসৰি মা দুৰ্গাই দশমীত মহিষাসুৰৰ সৈতে ৯ দিন যুদ্ধ কৰি হত্যা কৰিছিল। হিন্দু ধৰ্মত দুৰ্গা পূজাত ৯ গৰাকী দেৱী দুৰ্গাক ন দিন পূজা কৰা হয় আৰু দশম দিনত বিজয়দশমী পালন কৰা হয়।

আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ বিলাসী জীৱন, সামাজিক মাধ্যমত চলিছে এইবাৰ ব্ৰেণ্ডেড পোছাকৰ চৰ্চা

আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ বিলাসী জীৱন, সামাজিক মাধ্যমত চলিছে এইবাৰ ব্ৰেণ্ডেড পোছাকৰ চৰ্চা

গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট।

Follow Us