শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
user

Barasha Misra

Sub Editor

barasha.misra@tv9.com

সাংবাদিকতাৰ পাঠ্যক্ৰম সমাপ্ত কৰি MyNews NE-ৰ জৰিয়তে সংবাদক্ষেত্ৰত কাম কৰাৰ সুবিধা পাইছোঁ। ইয়াৰ পাছত, Ishan News আৰু News18 AssamNE ৰ জৰিয়তে এগৰাকী সংবাদকৰ্মী হিচাপে সেৱা আগবঢ়াইছোঁ। বৰ্তমান মই TV9 Assamত কৰ্মৰত। সংবাদজগতত, বিশেষকৈ স্থানীয় খবৰ, মনোৰঞ্জনধৰ্মী, ব্যৱসায়িক তথা বৈশ্বিক খবৰৰ প্ৰতি মই বিশেষভাৱে আকৰ্ষিত।

Read More
প্ৰস্ৰাৱৰ পৰা অস্বাভাৱিক গোন্ধ? তেন্তে ভুলতো নকৰিব আওকাণ

প্ৰস্ৰাৱৰ পৰা অস্বাভাৱিক গোন্ধ? তেন্তে ভুলতো নকৰিব আওকাণ

মহিলাৰ ক্ষেত্ৰত ইউটিআইৰ লক্ষণসমূহ মৃদু যেন লাগিব পাৰে, কিন্তু ইয়াক সহজভাৱে লোৱাটো বিপদজনক হ’ব। সময়মতে চিনাক্ত কৰি চিকিৎসা কৰিলে এই সংক্ৰমণ সহজে আৰোগ্য লাভ কৰিব পৰা যায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু শৌচাগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটোৱেই হৈছে ইউটিআই প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়।

উমানন্দ দেৱালয় কোনে নিৰ্মাণ কৰিছিল, এই দেৱালয়ৰ ইতিহাস জানেনে আপুনি ?

উমানন্দ দেৱালয় কোনে নিৰ্মাণ কৰিছিল, এই দেৱালয়ৰ ইতিহাস জানেনে আপুনি ?

কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ল’লে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱ‌ই কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হ’ল ভস্মাঞ্চল।

Sara Ali khan: কৰীনাৰ সৈতে ছাৰাৰ সম্পৰ্ক কেনেকুৱা? জানক ছেইফৰ দ্বিতীয় পত্নীকলৈ সুখীনে কন্যা

Sara Ali khan: কৰীনাৰ সৈতে ছাৰাৰ সম্পৰ্ক কেনেকুৱা? জানক ছেইফৰ দ্বিতীয় পত্নীকলৈ সুখীনে কন্যা

Sara Ali khan On Kareena: ছেইফ আলী খান আৰু অমৃতা সিঙৰ প্ৰেম কাহিনী অতীত হ'ল। ছেইফে পিছত কৰীনাক বিয়া কৰাইছিল। কফি উইথ কৰণৰ এটা খণ্ডত ছাৰা আলী খানে এই পাৰিবাৰিক সম্পৰ্কৰ বিষয়ে স্পষ্টকৈ কয়।

Relationship Tips: লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ ভাল? কোনটো আপোনাৰ বাবে শ্ৰেষ্ঠ জানক

Relationship Tips: লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ ভাল? কোনটো আপোনাৰ বাবে শ্ৰেষ্ঠ জানক

বিয়া এদিন বা দুদিনৰ সম্পৰ্ক নহয়; ইয়াত দুজন ব্যক্তিয়ে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়ে। গতিকে উপযুক্ত ব্য়ক্তিৰ সৈতে বিয়া হোৱাটো অতি গুৰুত্বপূৰ্ণ। এই প্ৰসংগত কিছুমানে এৰেঞ্জ মেৰেজক ভাল বুলি গণ্য কৰে, আনহাতে কিছুমানে প্ৰেমৰ বিবাহক বেছি পছন্দ কৰে।

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ মানে কি? জানক আজিকালি কিয় ইমান জনপ্ৰিয় এই দুটা শব্দ

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ মানে কি? জানক আজিকালি কিয় ইমান জনপ্ৰিয় এই দুটা শব্দ

আজিকালি ছ’চিয়েল মিডিয়াত আৰু মানুহৰ মুখৰ পৰা দুটা শব্দ শুনিছে ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ। কিছুমান মানুহে ইয়াৰ অৰ্থ জানে, কিন্তু কিছুমানে এতিয়াও অজ্ঞাত।

জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন নাকচ

জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন নাকচ

আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। জামিন আবেদনত এনেধৰণৰ ৰায়দানৰ আশা প্ৰকাশ গৰিমাৰ। গৰিমাই কয়, "অসুৰ কেইটাই শাস্তি পাবই লাগিব। জুবিন গাৰ্গৰ ইমান মৰমৰ পিছত এনে বিশ্বাসঘাটক কৰিব বুলি সপোনতো ভৱা নাছিলোঁ।"

আপত্তি সত্ত্বেও অৰিজিতক ‘বৰ্ডাৰ ২’ত গান গাবলৈ বাধ্য কৰাইছিল নেকি?

আপত্তি সত্ত্বেও অৰিজিতক ‘বৰ্ডাৰ ২’ত গান গাবলৈ বাধ্য কৰাইছিল নেকি?

বলীউডৰ ভিতৰত শুনা গৈছে এক চাঞ্চল্যকৰ অভিযোগ। দাবী কৰা হৈছে যে অৰিজিতে ‘বৰ্ডাৰ ২’ ছবিৰ গীত ‘ঘৰ কব আওগে’ৰ পুনৰ্নিৰ্মাণ সংস্কৰণত নিজৰ কণ্ঠ নিগৰাবলৈ একেবাৰেই ইচ্ছুক নাছিল। সৃষ্টিশীল ভিত্তিত গীতটোৰ প্ৰতি তেওঁৰ তীব্ৰ আপত্তি আছিল।

বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব

বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব

বৈবাহিক জীৱন ভালে ৰখাৰ টিপচ, Relationship tips husband wife habits causing distance, Know the details

Gold-Silver Price: সোণৰ বজাৰত জুই! গুৱাহাটীত আজি সোণ-ৰূপৰ মূল্য কিমান জানক

Gold-Silver Price: সোণৰ বজাৰত জুই! গুৱাহাটীত আজি সোণ-ৰূপৰ মূল্য কিমান জানক

মুম্বাইত প্ৰতি ১০ গ্ৰামৰ দাম ১৬৪,১১০ টকা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ স্পট মূল্য প্ৰতি আউন্সত ৫,৫৯৫.০২ ডলাৰ। বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তা আৰু ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজত নিৰাপদ আশ্ৰয়স্থলৰ সম্পত্তিৰ চাহিদা বৃদ্ধিয়ে মূল্য বৃদ্ধি কৰিলে।

Top9: মিঞা বিতৰ্কৰ পৰা চাহ বাগিচাৰ উত্তাল প্ৰতিবাদলৈ…চাওক দিনটোৰ শীৰ্ষ খবৰ

Top9: মিঞা বিতৰ্কৰ পৰা চাহ বাগিচাৰ উত্তাল প্ৰতিবাদলৈ…চাওক দিনটোৰ শীৰ্ষ খবৰ

পাকিস্তান পন্থী নেতাই পৰিচালনা কৰিছে অসম কংগ্ৰেছক। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কটাক্ষ কৰি এই মন্তব্য অসম বিজেপিৰ। খিলঞ্জীয়া নেতাক কংগ্ৰেছ ত্যাগ কৰাৰো আহ্বান ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ।

Shani Dev: শনি দেৱৰ পূজাত ভুলতো নকৰিব এইবোৰ বস্তুৰ ব্যৱহাৰ, পৰিব ডাঙৰ বিপদত!

Shani Dev: শনি দেৱৰ পূজাত ভুলতো নকৰিব এইবোৰ বস্তুৰ ব্যৱহাৰ, পৰিব ডাঙৰ বিপদত!

কিন্তু শনি দেৱৰ পূজাৰ সময়ত কি নিয়ম মানি চলিব লাগে জানেনে? শনিদেৱক পূজা কৰাৰ নিয়ম পালন নকৰিলে বিৰূপ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শনি দেৱক মূলতঃ শনিবাৰে পূজা কৰা হয়। কিছুমান বস্তু শনি দেৱৰ পূজাত ভুল কৰিও ব্যৱহাৰ কৰা উচিত নহয়। বিশ্বাস মতে এনে কৰিলে তেওঁৰ খং উঠে।

কিয় কোনো মহিলাৰ পেটত কথা নাথাকে? আঁৰত আছে ডাঙৰ কাৰণ

কিয় কোনো মহিলাৰ পেটত কথা নাথাকে? আঁৰত আছে ডাঙৰ কাৰণ

মহাভাৰত যুদ্ধ ১৮ দিন ধৰি চলিছিল য’ত এনে বহু ঘটনা সংঘটিত হৈছিল, যিবোৰ আজিও স্মৰণীয়। প্ৰায় ৫২০০ বছৰ আগতে কৌৰৱ আৰু পাণ্ডৱৰ মাজত মহাভাৰত যুদ্ধ হৈছিল। কিন্তু আপুনি জানেনে যে মহাভাৰত কালত দিয়া এটা অভিশাপে আজিও নাৰী জাতিক প্ৰভাৱিত কৰি আছে।