শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Weather Updates: ৰাজ্যৰ ১১ খন জিলালৈ ধুমুহা-বৰষুণৰ সতৰ্কবাণী, মহানগৰীৰ বাসিন্দাক ঘৰৰ ভিতৰতে থকাৰ আহ্বান

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ধুমুহা-বৰষুণ। ইয়াৰ মাজতে পুনৰ অসমৰ বতৰত লৈ সতৰ্কবাণী IMD। ৰাজ্যৰ ১১খনকৈ জিলাত আজি বৰষুণ ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা।

trishna-kalita
Trishna Kalita | Updated On: 15 May 2025 16:45 PM
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ধুমুহা-বৰষুণ। মহানগৰীতো আগমণ ঘটিছে বৰদৈচিলাৰ।

1 / 5
ইয়াৰ মাজতে পুনৰ অসমৰ বতৰত লৈ সতৰ্কবাণী IMD। ৰাজ্যৰ ১১খনকৈ জিলাত আজি বৰষুণ ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা।

2 / 5
বৰপেটা, দৰং, ধেমাজি, গোৱালপাৰা, কামৰূপ, কামৰূপ (মেট্ৰ’), লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, আৰু পশ্চিম কাৰ্বি আংলঙকে ধৰি কেইবাখনো জিলাত বজ্ৰপাত আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD গুৱাহাটীয়ে।

3 / 5
IMDৰ মতে, আজি মহানগৰীৰ আকাশ ডাৱৰীয়া হৈ থাকিব। লগতে বজ্ৰপাত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

4 / 5
জনস্বাৰ্থৰ হিতৰ বাবে এই সতৰ্কবাণী জাৰি কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (ASDMA) কৰ্তৃপক্ষই। মহানগৰীৰ বাসিন্দাক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

5 / 5