
অম্বুবাচী মেলা
অম্বুবাচী মেলা হৈছে পূব ভাৰতৰ সৰ্ববৃহত সমাৰোহ। এই সময়ছোৱাত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয় সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে। বিশ্বাস অনুসৰি অম্বুবাচীৰ জৰিয়তে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াক উৎপাদনক্ষম কৰি তোলে। এই সময়ছোৱাত বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মিণ সকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে। চতুৰ্থ দিনা অৰ্থাত্ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী চটিওৱা হয়, এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি নীতি সমূহ সম্পূৰ্ণ কৰি কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয়। এই সকলোবোৰৰ পাছত মঠ-মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয়।
কামাখ্যা ধাম: জনশ্ৰুতি, পৰম্পৰা, বিশ্বাসৰ ধাৰাৰে এক অৱলোকন, প্ৰচলিত প্ৰতিটো বিষয়ৰ সত্যতা আছেনে?
অম্বুবাচী সন্দৰ্ভত বিভিন্ন কাহিনী বিভিন্নজনে বৰ্ণনা কৰা দেখা যায়। বহুতেই বৰ্ণনা কৰে যে অম্বুবাচীৰ সময়ত মা ৰজস্বলা হয়। যাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হৈ পৰে। কিন্তু এনে বৰ্ণনাৰ ভিত্তি কি? সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হয় নেকি?
- Raj Saikia
- Updated on: Jun 27, 2025
- 11:37 am
প্ৰধানমন্ত্ৰী মোদীৰ শক্তিৰ বাবে প্ৰাৰ্থনা…অম্বুবাচীৰ নিবৃত্তিৰ পিছতে কামাখ্যা ধামত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
৪ দিনৰ অন্ত আজি খোল খালে মা কামাখ্যাৰ দ্বাৰ। মা কামাখ্যাৰ দৰ্শনৰ বাবে উপস্থিত হাজাৰ হাজাৰ লোক। পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হৈ সেৱা জনালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।
- Trishna Kalita
- Updated on: Jun 26, 2025
- 12:08 pm
Ambubachi Mela 2025: অম্বুবাচীৰ নিবৃত্তি, মাৰ আশিস বিচাৰি কামাখ্যা ধামত অগণন ভক্তৰ সমাগম
অম্বুবাচীৰ নিবৃত্তিৰ পিছতে ভক্তৰ বাবে খোল খালে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। পুৱতিনিশা ৩.২৭ বজাত অম্বুবাচীৰ নিবৃত্তি। দেশ-বিদেশৰ ভক্তই ভিৰ কৰিছে শক্তিপীঠ মা কামাখ্যাত।
- Trishna Kalita
- Updated on: Jun 26, 2025
- 09:42 am
Morning News: পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।
- Monjit Dutta
- Updated on: Jun 24, 2025
- 07:53 am
অম্বুবাচী মহাযোগ: উখল-মাখল নীলাচলৰ বুকু, কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ
২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হৈছে মহা অম্বুবাচী মেলা ৷ নীলাচলৰ বুকুত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে। সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম।
- Trishna Kalita
- Updated on: Jun 23, 2025
- 10:39 am
Ambubachi Mela 2025: কিয় বিশেষ অম্বুবাচী মেলা? কামাখ্যা মন্দিৰৰ কিছু অলৌকিক ৰহস্যৰ বিষয়ে জানক…
প্ৰতিবছৰে অম্বুবাচীত লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰে । এইবাৰো যেন ব্যাতিক্ৰম নহয়। অম্বুবাচী উপলক্ষে শক্তিপীঠ মা কামাখ্যা ধামত উপস্থিত দেশী বিদেশী সাধু সন্ন্যাসী। বিশেষ পূজা অৰ্চনাৰ পাছত মা কামাখ্যা ধামৰ পৰিক্ৰমা কৰে সাধু সন্ন্যাসীসকলে।
- Trishna Kalita
- Updated on: Jun 23, 2025
- 10:44 am
Ambubachi Mela: আজিৰে পৰা অম্বুবাচী মহাযোগ, উখল মাখল-নীলাচলৰ বুকু
কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অতিৰিক্তভাৱে ৪০০ ৰো অধিক চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে । একেদৰে ৭০০ ৰো অধিক অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী ।
- Barasha Misra
- Updated on: Jun 22, 2025
- 22:52 pm
আজিৰে পৰা অম্বুবাচী মহাযোগ ২০২৫, ভিৰ কৰিছে ভক্ত-দৰ্শনাৰ্থীয়ে…
আজিৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচীৰ মহাযোগ। ইতিমধ্যে কামাখ্যা দেৱালয়ত ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে ।
- Manas Borah
- Updated on: Jun 22, 2025
- 14:02 pm
Ambubachi Mela 2025: কেনেদৰে পালন কৰা হয় অম্বুবাচী, জানক ইয়াৰ মহত্ব, ৰীতি-নীতি সকলো…
এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলাৰ আয়োজন কৰা হৈছে। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি। অম্বুবাচীৰ লগত জড়িত বহুতো নিয়ম-নীতি জড়িত হৈ আছে।
- Trishna Kalita
- Updated on: Jun 21, 2025
- 19:10 pm
Ambubachi Mela 2025: শনিবাৰৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা, নীলাচলৰ বুকুত বাঢ়িছে ব্যস্ততা
দেশ-বিদেশৰ ভক্তক আদৰিবলৈ একপ্ৰকাৰ সাজু কামাখ্যা দেৱালয়। ইতিমধ্যে নীলাচল পাহাৰত সমাগম ঘটিছে দেশৰ ভিন্ন প্ৰান্তৰ সাধু-সন্যাসীৰ। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি।
- Barasha Misra
- Updated on: Jun 19, 2025
- 18:15 pm
Ambubachi mela 2025: অম্বুবাচী মেলা কেতিয়া? কেনেকৈ কৰিব মা কামাখ্যাৰ দৰ্শন, নিৰ্দেশনা জাৰি প্ৰশাসনৰ…
Ambubachi mela 2025: সমাগত অম্বুবাচী মেলা। পুনৰ এবাৰ লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মা কামাখ্যা ধাম। অম্বুবাচীৰ সময়ত যাতে ভক্তৰ সুৰক্ষা নিশ্চিত থাকে তাৰ বাবে প্ৰশাসনে বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে।
- Barasha Sarma
- Updated on: Jun 17, 2025
- 08:13 am
অম্বুবাচী মেলা: জানক মা কামাখ্যা আৰু তন্ত্ৰ-মন্ত্ৰৰ মহত্ব, প্ৰাসংগিকতাৰ বিষয়ে…
Ambubachi Mela 2025: এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলাৰ আয়োজন কৰা হৈছে। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি। ইতিমধ্যে অম্বুবাচী মেলাৰ পূৰ্বে আগমন ঘটিছে সাধু-সন্যাসীৰ।
- Trishna Kalita
- Updated on: Jun 15, 2025
- 03:00 am
Ambubachi Mela History: অম্বুবাচী মেলা সমাগত, হিন্দু ধৰ্মত অম্বুবাচী মেলাৰ মহত্ব কিয় বেছি জানো আহক
নীলাচলৰ বুকুত অম্বুবাচী মেলাৰ পূৰ্বে আগমন ঘটিছে সাধু-সন্যাসীৰ। অসম চৰকাৰে ঘোষণা কৰা নিৰ্দেশনা অনুসৰি দৰ্শনাৰ্থীসকলে মন্দিৰ চৌহদৰ ভিতৰত জোতা-চেণ্ডেল পৰিধান কৰিব নোৱাৰিব, লগতে পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। কিন্তু আপুনি জানেনে হিন্দু ধৰ্মত অম্বুবাচী মেলাৰ মহত্ব কিয় অধিক?
- Barasha Misra
- Updated on: Jun 14, 2025
- 10:10 am
Kamakhya Temple: ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰৰ আছে বহু ৰহস্য, অম্বুবাচীৰ নিবৃত্তিৰ সময়ত দিয়া ৰক্তবস্ত্ৰৰ বিষয়ে জানেনে?
কোচ মহাৰাজ বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যাপীঠৰ উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। কোৱা হয় সেই পীঠৰ মন্দিৰ সৰ্ব্ব প্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। আজি জানো আহক ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰৰ বহু ৰহস্য...
- Barasha Misra
- Updated on: Jun 3, 2025
- 15:56 pm
Ambubachi Mela 2025: অম্বুবাচী মানে কি? জানক অম্বুবাচীৰ সময়ত কি কৰিব আৰু কি নকৰিব
অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। আজি জানো আহক এই সময়চোৱাত কি কি কৰিব আৰু কি কি নকৰিব...
- Barasha Misra
- Updated on: Jun 3, 2025
- 12:35 pm