বিহাৰ নিৰ্বাচন
বিহাৰ নিৰ্বাচন 2025
চলিত বৰ্ষৰ নৱেম্বৰ মাহত বিহাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। প্ৰথম পৰ্যায়ত ৬ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ত ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিহাৰ বিধান সভাৰ মুঠ আসনৰ সংখ্যা হৈছে ২৪৩ খন। প্ৰথম পৰ্যায়ত ১২১ খন আৰু দ্বিতীয় পৰ্যায়ত ১২২ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। ভোটগণনা হ’ব ১৪ নৱেম্বৰত।
Morning News: প্ৰাণৰ শিল্পী জুবিনৰ ওপজা দিনৰ পৰা শ্বেখ হাছিনাৰ মৃত্যুদণ্ডলৈ, চাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। মাত্ৰ দুমাহ পূৰ্বে অকালতে প্ৰাণ হেৰুওৱা হিয়াৰ আমঠু শিল্পীগৰাকীক সুঁৱৰিছে সমগ্ৰ অসমবাসী তথা গুণমুগ্ধই। তেওঁৰ অবৰ্তমানত প্ৰথমটো জন্মদিন উপলক্ষে ৰাজ্যৰ চৌদিশে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
- Monjit Dutta
- Updated on: Nov 18, 2025
- 08:08 am
Morning News: দেশ-ৰাজ্যৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, থোৰতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
সম্প্ৰতি লণ্ডন ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে।
- Monjit Dutta
- Updated on: Nov 18, 2025
- 08:09 am
নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ, আজি মন্ত্ৰী মণ্ডলীৰ সৈতে বৈঠকত বহিব নীতিশ কুমাৰ
আজি বিহাৰৰ বিদায়ী মন্ত্ৰীসভাৰ চূড়ান্ত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান কৰা হ’ব। বৈঠকত বিদায়ী বিধানসভা ভংগ কৰি নীতিশ কুমাৰক ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ কৰ্তৃত্ব প্ৰদানৰ বাবে প্ৰস্তাৱ গৃহীত কৰা হ’ব।
- Monjit Dutta
- Updated on: Nov 17, 2025
- 07:03 am
ৰাজনীতিয়ে সকলো কাঢ়িলে লালুৰ! প্ৰথমে হেৰুৱালে গাদী আৰু এতিয়া পুত্ৰ-কন্যাক…
বিহাৰ বিধানসভা নিৰ্বাচনত আৰজেডিয়ে চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু কেৱল ৰাজনীতিৰ ক্ষেত্ৰতেই নহয়, লালু প্ৰসাদ যাদৱৰ ব্যক্তিগত জীৱনতো আহে এক ডাঙৰ সমস্যা।
- Barasha Sarma
- Updated on: Nov 16, 2025
- 15:47 pm
বিহাৰৰ দৰে গতি অসমত নহয় কংগ্ৰেছৰ, উৎখাত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ…আশাবাদী গৌৰৱ গগৈ
বিহাৰৰ নিৰ্বাচত ভোট চুৰিৰ প্ৰসংগ তুলিলে গৌৰৱ গগৈয়ে। অসমৰ নিৰ্বাচনত বিহাৰৰ ফলাফলে প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰিব বুলিও আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।
- Raj Saikia
- Updated on: Nov 15, 2025
- 17:15 pm
২৫ বছৰে খেলা নাই নিৰ্বাচন, তথাপিও বিহাৰৰ মুখ্যমন্ত্ৰীৰ গাদীত নীতিশৰ সৰ্বাধিক কাল
২০০০ চনৰ ৩ মাৰ্চত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰ। বিহাৰৰ বিধানসভা নিৰ্বাচনত যোৱা ২৫ বছৰে প্ৰতিদ্বন্দ্বিতা কৰা নাাই নীতিশে। এইবাৰো তেওঁ বিহাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে। কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ কেনেকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ?
- Raj Saikia
- Updated on: Nov 15, 2025
- 13:18 pm
অমিত শ্বাহৰ এই ৭ পৰিকল্পনাই নিশ্চিত কৰিলে NDA-ৰ বিহাৰ জয়! কি আছিল বিজেপিৰ ‘চাণক্য’ৰ এই নীতি?
নিৰ্বাচনী প্ৰচাৰৰ বাবে বিহাৰত সঘনাই দেখা গৈছিল এই চাণক্যক। আনকি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতো তেওঁ উপস্থিত আছিল বিহাৰত। কেৱল প্ৰচাৰ চলোৱাই নহয়, নিৰ্বাচনত এন ডি এৰ বিজয়ৰ পথ মুকলিৰ বাবে তেওঁ ৭টা পৰিকল্পনাও লৈছিল। কি আছিল সেই পৰিকল্পনা!
- Monjit Dutta
- Updated on: Nov 15, 2025
- 11:20 am
ৰাজনীতিৰ পথাৰত প্ৰথমটো সাফল্য, IPS ৰ পৰা বক্সাৰৰ বিধায়ক হ’ল আনন্দ মিশ্ৰ
এসময়ৰ এই IPS বিষয়াগৰাকীয়ে প্ৰশাসনিক বিষয়া হিচাপে কেৰিয়াৰৰ সামৰণি পেলোৱাৰ পিছত ৰাজনীতিৰ পথাৰত ভৰি দিছিল। প্ৰাৰম্ভিক অৱস্থাত এই নতুন ক্ষেত্ৰখনত বিফলতাৰ মুখ দেখিলেও এতিয়া সাফল্য লভিছে আনন্দ মিশ্ৰই।
- Monjit Dutta
- Updated on: Nov 14, 2025
- 21:09 pm
২২ গজত অভিষেক, ৰাজনীতিত চিৰাগ! অনন্য ‘ষ্ট্ৰাইক ৰেট’ৰ সমুখত বিধ্বস্ত প্ৰতিপক্ষ
এন ডি এ গোটৰ সহযোগী দল লোক জনশক্তি পাৰ্টিয়ে এইপৰ্যন্ত আকাংক্ষিত সফলতা লাভ কৰা দেখা গৈছে। দলৰ সভাপতি চিৰাগ পাছৱানে নিৰ্বাচনী প্ৰচাৰৰ সময়তে এক বিশেষ দাবী কৰিছিল। এতিয়া চিৰাগৰ এই দাবী ক্ৰমাৎ বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে।
- Monjit Dutta
- Updated on: Nov 14, 2025
- 13:51 pm
Bihar Election Result: বিহাৰত NDA ৰ অগ্ৰগতি! সৰ্ববৃহৎ দল হোৱাৰ দিশে বিজেপি, পিছ পৰি ৰৈছে কংগ্ৰেছ…
Bihar Election Result 2025: বৰ্তমান চলি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। এতিয়ালৈকে প্ৰকাশ পোৱা তথ্য অনুসৰি, বিহাৰত আগবাঢ়ি আছে এন ডি এ। অৱশ্যে যিকোনো মুহূৰ্ততে দৃশ্যপট সলনি হ'ব পাৰে।
- Barasha Sarma
- Updated on: Nov 14, 2025
- 11:33 am
Bihar Election Results 2025 LIVE: বিহাৰত NDA ৰ বৃহৎ জয়, সৰ্ববৃহৎ দল হিচাপে পৰিগণিত বিজেপি, বিধ্বস্ত মহাগঠবন্ধন
Bihar Assembly Election Results 2025 LIVE Counting and Updates in Assamese: বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। অপ্ৰতিৰোধ্য গতিৰে আগুৱাইছে এন ডি এ। দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে যে বিহাৰত এতিয়া তুষ্টিকৰণৰ কোনো স্থান নাই। বিহাৰে নিৰ্দ্বিধায় ঘোষণা কৰিছে যে জনসাধাৰণে জামিনত থকাসকলক সমৰ্থন নকৰে। বিহাৰে প্ৰমাণ কৰিছে যে জনসাধাৰণৰ আস্থা প্ৰধান। নতুন চৰকাৰৰ সৈতে এন ডি এ এতিয়া বিহাৰত ২৫ বছৰৰ সোণালী যাত্ৰাৰ দিশে আগবাঢ়িছে।
- Barasha Sarma
- Updated on: Nov 14, 2025
- 23:17 pm
Bihar Election 2025 Results: কাৰ দখললৈ বিহাৰৰ মচনদ! NDAৰ গতি ৰোধ কৰিব পাৰিবনে মহাগঠবন্ধনে?
কোনে দখল কৰিব বিহাৰৰ ক্ষমতা? বিহাৰৰ শাসনৰ গাদীত নীতিশ বাবুৰ ধাৰাবাহিকতা থাকিব নে ‘তেজস্বী’ ধুমুহাই এই ধাৰাবাহিকতা ভংগ কৰিব? নে জন স্বৰাজৰ ‘প্ৰশান্ত’ ধুমুহাই নতুন জোকাৰণি তুলিব বিহাৰত? অৱশেষত আজি উত্তৰ পোৱা দীৰ্ঘদিনীয়া এই চৰ্চিত প্ৰশ্নসমূহৰ।
- Monjit Dutta
- Updated on: Nov 14, 2025
- 00:45 am
বিহাৰ নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, ইভিএমত বন্দী হ’ব ১৩০২ জন প্ৰাৰ্থীৰ ভাগ্য
দ্বিতীয় পৰ্যায়ত শান্তিপূৰ্ণ ভোটদানৰ বাবে সকলো প্ৰস্তুতি চলাইছে নিৰ্বাচন আয়োগে। আন ৰাজ্যৰ সৈতে বিহাৰৰ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে। সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত বিহাৰ আৰক্ষী হাই এলাৰ্টত আছে।
- Monjit Dutta
- Updated on: Nov 11, 2025
- 06:54 am
পৰিৱৰ্তনৰ ইংগিত নে চৰকাৰৰ প্ৰতি সমৰ্থন! বিহাৰ নিৰ্বাচনত ভোটদানৰ হাৰে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ
এই অভিলেখ সংখ্যক ভোটদানক যদি কোনোৱে চৰকাৰ পৰিৱৰ্তনৰ ইংগিত আখ্যা দিছে, আনফালে আকৌ আন একাংশই এই ভোটদানৰ হাৰক বৰ্তমানৰ শাসকীয় চৰকাৰৰ প্ৰতি উপকাৰ হিচাপে গণ্য কৰিছে।
- Monjit Dutta
- Updated on: Nov 8, 2025
- 11:59 am
Bihar Election 2025: আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ১২১ আসনত ১৩১৪ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা
Bihar Assembly Elections 2025: প্ৰথম পৰ্যায়ৰ ১২১টা বিধানসভা সমষ্টিৰ ভিতৰত ১০২ খন সাধাৰণ আসন, আনহাতে ১৯ খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। মুঠ ৪৫,৩৪১টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব।
- Trishna Kalita
- Updated on: Nov 6, 2025
- 08:08 am