
অসম পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ২০২৫
দুটা পৰ্যায়ত অসমত অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচন । ২০২৫ চনৰ ২ মে’ত প্ৰথম পৰ্যায়ত আৰু ৭ মে’ত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । ১১ মে’ত ভোটগণনা অনুষ্ঠিত হয় ।
অসমৰ প্ৰগতিৰ হকে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিবঃ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতে মোদীয়ে দিলে প্ৰতিশ্ৰুতি
পঞ্চায়ত নিৰ্বাচনত এন ডি এই লাভ কৰা এনে ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰিছে, এই পোষ্টটোত তেওঁ কয়, “এন ডি এৰ উন্নয়নমূলক কাৰ্যসূচীত স্পষ্ট সমৰ্থন আগবঢ়োৱাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ।”
- Monjit Dutta
- Updated on: May 14, 2025
- 00:06 am
Assam Panchayat Election 2025 Result Day: আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, ভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি, কোনে মাৰিব শেষ হাঁহি?
Assam Panchayat Election 2025 Result Day News in Assamese: আজি পঞ্চায়ত নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব অৰ্ধলক্ষাধিক প্ৰাৰ্থীৰ। পুৱাৰে পৰা ৰাজ্যৰ ৩৯ টা স্থানত ভোটগণনা অনুষ্ঠিত হৈছে।
- Barasha Misra
- Updated on: May 11, 2025
- 16:54 pm
Assam Panchayat Election Results 2025: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, বেলট পেপাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য
২ মে’ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন।এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা প্ৰায় ৯০ লাখ আৰু মহিলা ভোটাৰ আছে প্ৰায় ৮৯ লাখ। ১১ মে'ত পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ভোট গণনাৰ পৰ্ব । সহস্ৰাধিক ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।
- Trishna Kalita
- Updated on: May 11, 2025
- 08:57 am
Assam Panchayat Elections: বঙাইগাঁৱত সৰ্বাধিক ভোটদানৰ হাৰ, শান্তিপূৰ্ণভাৱে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
বুধবাৰে ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । নিৰ্বাচনটোৰ অন্তিম পৰ্যায়ত ৯১.৩১ লাখ ভোটাৰৰ ভিতৰত আনুমানিক ৫৬.৭১ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বুলি বিষয়াসকলে জানিবলৈ দিছে ।
- Manas Borah
- Updated on: May 8, 2025
- 10:47 am
কাইলৈ অসমৰ ১৩ খন জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ, জানক কিহৰ কাৰণে এই সিদ্ধান্ত…
কাইলৈ ১৩ খন জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ। উল্লেখ্য যে, কাইলৈ ৰাজ্যত অনুুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। তেনে অৱস্থাত ১৩ খন জিলাত বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।
- Barasha Sarma
- Updated on: May 8, 2025
- 10:49 am
অসমত এতিয়া এটাই সমস্যা, গৌৰৱ গগৈৰ সন্তান দেশী নে বিদেশী?
মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী-বিধায়কলৈকে শাসকীয় দল এটা বিষয়ক লৈ ব্যস্ত হৈ পৰা কথাটো বহুতেই চৰ্চা কৰিছে । সেই বিষয়টো হ'ল গৌৰৱ গগৈ । একাংশই অভিযোগ কৰিছে যে ৰাজ্যৰ মূল সমস্যাৱলীৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰ কৰাৰ বাবে বিজেপিয়ে এই কৌশল গ্ৰহণ কৰিছে ।
- Raj Saikia
- Updated on: May 8, 2025
- 10:50 am
Assam Panchayat Polls 2025: পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ…
২ মে'ত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হৈছে ৭০.১৯ শতাংশ । প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ।
- Manas Borah
- Updated on: May 8, 2025
- 10:52 am
Assam Panchayat election: আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ১৪ জিলাত মুঠ ভোটাৰ ৮৯,৬০,৫৭৭ গৰাকী
Assam Panchayat election: আজি পুৱাৰ পৰা আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হোৱা এই নিৰ্বাচনে সামৰি লৈছে ১৪ খন জিলা।
- Barasha Sarma
- Updated on: May 8, 2025
- 11:09 am