
জন্মাষ্টমী
জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।
হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়। ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।
কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্মৰ তাৰিখ হৈছে খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই আৰু তেওঁৰ মৃত্যুৰ দিন খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰী। কৃষ্ণ মথুৰাৰ যাদৱ সকলৰ বৃষ্ণি ফৈদৰ লোক আছিল।
অসমত ১৪ ছেপ্তেম্বৰত পালন কৰিব জন্মাষ্টমী, এই দিনটোত কিদৰে সন্তুষ্ট কৰিব গোপালক?
সমগ্ৰ দেশতে জন্মাষ্টমী অতি ধুমধামেৰে পালন কৰাৰ পৰম্পৰা আছে। ইতিমধ্যে অসমৰ বাহিৰত এই দিনটো উদযাপন কৰিলে কিন্তু অসমীয়া কেলেণ্ডাৰ অনুসৰি ১৪ ছেপ্তেম্বৰত অসমত জন্মাষ্টমী পালন হ'ব।
- Barasha Misra
- Updated on: Aug 27, 2025
- 21:16 pm
ঘৰত ময়ূৰৰ পাখি ৰখাটো শুভ নে অশুভ? ভুলতেও নকৰিব এই কাম!
ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অলংকাৰৰ অংগ বুলি গণ্য কৰা হয়। বিভিন্ন পূজাতো প্ৰায়ে ময়ুৰৰ পাখি ব্যৱহাৰ কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে ময়ুৰৰ পাখি ঘৰত ৰখাটো শুভ নে অশুভ?
- Barasha Misra
- Updated on: Aug 21, 2025
- 20:23 pm
Janmashtami 2025: শ্ৰীকৃষ্ণৰ দৰ্শন আওৰাই সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰখাৰ সংকল্প মহম্মদ ইউনুছৰ
Janmashtami 2025: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বাংলাদেশতো হিন্দুসকলে পালন কৰিছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে এই উপলক্ষে শ্ৰীকৃষ্ণৰ দৰ্শনৰ কথা দোঁহাৰে।
- Raj Saikia
- Updated on: Aug 16, 2025
- 12:56 pm
Krishna Janmashtami 2025 Wishes: ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আপোনজনলৈ প্ৰেৰণ কৰক ভক্তি বাৰ্তা
প্ৰতি বছৰে ভগৱান কৃষ্ণৰ জন্মদিন অতি আড়ম্বৰ আৰু প্ৰদৰ্শনেৰে পালন কৰা হয়। এই দিনটোত ভক্তই ভজন গায়, আৰু ব্ৰত পালন কৰে। এই বিশেষ অনুষ্ঠানত ইজনে সিজনক শুভেচ্ছা জনোৱাৰো পৰম্পৰাও আছে। আমি আপোনালোকৰ বাবেও লৈ আহিছো উত্তম বাৰ্তা, যিবোৰ আপুনি এই জন্মাষ্টমীত আপোনাৰ আপোনজনলৈ প্ৰেৰণ কৰিব পাৰে।
- Barasha Misra
- Updated on: Aug 16, 2025
- 11:56 am
Krishna Janmashtami 2025: ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত কিয় ময়ূৰৰ পাখি থাকে? জানক এই কাহিনী
Krishna Janmashtami 2025: ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত থকা ময়ূৰৰ পাখি কেৱল সৌন্দৰ্যবৰ্ধনৰ বাবেই নহয়, ইয়াত তিনিটা আচৰিত পৌৰাণিক কাহিনী আৰু আধ্যাত্মিক ৰহস্য লুকাই আছে। সেই বিষয়ে জানো আহক...
- Barasha Misra
- Updated on: Aug 16, 2025
- 10:51 am
Krishna Janmashtami Wishes: জন্মাষ্টমীত এই ১০ টা বাৰ্তাৰে সকলোকে দিয়ক শুভেচ্ছা
Happy Janmashtami wishes 2025: জন্মাষ্টমীৰ পবিত্ৰ উৎসৱত মানুহে ইজনে সিজনক অভিনন্দন জনায়। আপুনিও এই বাৰ্তাসমূহৰ জৰিয়তে আপোনজনক কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।
- Barasha Misra
- Updated on: Aug 15, 2025
- 22:48 pm
Krishna Janmashtami 2025: ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কেনেকৈ হৈছিল? জন্মাষ্টমী কেতিয়া আৰু ইয়াৰ তাৎপৰ্য কি জানক
কাইলৈ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। বৃন্দাবনৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই শুভ অনুষ্ঠানটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী হিচাপে পালন কৰা হয়। অৱশ্যে অসমীয়া কেলেণ্ডাৰ অনুসৰি কাইলৈ অসমত পালন নকৰে জন্মাষ্টমী।
- Barasha Misra
- Updated on: Aug 15, 2025
- 21:37 pm
Sudarshan Chakra: ভগৱান বিষ্ণুক কেতিয়া আৰু কোনে দিছিল সুদৰ্শন চক্ৰ?
Sudarshan Chakra: সুদৰ্শন চক্ৰ হৈছে ভগৱান বিষ্ণুৰ অস্ত্ৰ, যাৰ নিৰ্মাণ বিশ্বকৰ্মাই কৰিছিল। বিষ্ণুই সুদৰ্শন চক্ৰৰে বহু অসুৰক হত্যা কৰিছিল। কিন্তু আপুনি জানেনে বিষ্ণুই কেতিয়া আৰু কেনেকৈ সুদৰ্শন চক্ৰ লাভ কৰে।
- Barasha Misra
- Updated on: Aug 15, 2025
- 18:49 pm
Lucky Zodiacs: শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা ভাগ্য উদয় হ’ব এইসমূহ ৰাশিৰ, জানক সবিশেষ
Lucky Zodiacs: ১৬ আগষ্ট এটা বিশেষ দিন। উৎসাহ, নতুন ধাৰণা আৰু সাহসী সিদ্ধান্তৰ বাবে এয়া অতি উত্তম দিন। এই দিনটোত কোনবোৰ ৰাশি ভাগ্য উদয় হ 'ব জানো আহক...
- Barasha Misra
- Updated on: Aug 15, 2025
- 17:43 pm
Happy Krishna Janmashtami 2025 Quotes: শ্রীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমীত এইদৰে সকলোকে জনাওক শুভেচ্ছা
Janmashtami 2025 wishes : সমাগত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয় জন্মাষ্টমী মহোৎসৱ। এই শুভ অনুষ্ঠানটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী হিচাপে পালন কৰা হয়। এই বিশেষ দিনটোত কৃষ্ণ ভক্তসকলক দিয়ক শুভেচ্ছা...
- Barasha Misra
- Updated on: Aug 14, 2025
- 20:10 pm
কোচ ৰজা নৰনাৰায়ণৰ দিনৰে এটি মন্দিৰ, য’ত গছত গামোচা বান্ধিলে মনৰ কামনা পূৰণ হয়!
সমাগত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হ'ব। অসমত কৃষ্ণৰ প্ৰতি উৎসর্গীকৃত কেইবাটাও বিখ্যাত মন্দিৰ আছে। তাৰে ভিতৰত এটা বিশেষ মন্দিৰ, য'ত সেৱা কৰিলে হেৰোৱা গৰু বিচাৰি পায়!জন্মাষ্টমীৰ পূৰ্বে সেই কোচ ৰজা নৰনাৰায়ণৰ দিনৰ সেই মন্দিৰটোৰ বিষয়ে জানো আহক...
- Barasha Misra
- Updated on: Aug 14, 2025
- 13:08 pm
Janmashtami 2025: অসমত জন্মাষ্টমী কেনেদৰে পালন কৰা হয়? জানক এইসমূহ নিয়ম
সমাগত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয় জন্মাষ্টমী মহোৎসৱ। কিন্তু অসমত পালন কৰাৰ নিয়ম আৰু তাৰিখৰ কিছু অমিল আছে।
- Barasha Misra
- Updated on: Aug 14, 2025
- 12:15 pm
Krishna Janmashtami 2025: জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই সামগ্ৰী, সন্তানৰ সকলো বিপদ আঁতৰিব!
পবিত্ৰ জন্মাষ্টমীৰ দিনটোতে জগতৰ সৃষ্টিকৰ্তা মহান ঈশ্বৰ শ্ৰীকৃষ্ণ পৃথিৱীত ওপজিছিল। এই দিনটোৰ পূৰ্বে ঘৰলৈ কিছুমান বস্তু আনিলে শুভ ফল পোৱা যায়। তেনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ পৰা সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰে ভক্তই।
- Barasha Misra
- Updated on: Aug 13, 2025
- 14:43 pm
Janmashtami 2025 Date: অসমত কেতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিব? পূজাৰ তাৰিখ আৰু শুভ সময় জানি লওক
প্ৰতি বছৰে ভাদৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী উৎসৱ পালন কৰা হয়। সমগ্ৰ দেশতে এই দিনটো শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে অতি ধুমধামেৰে পালন কৰাৰ পৰম্পৰা আছে। কিন্তু অসমত পালন কৰাৰ নিয়মত কিছু অমিল আছে। ২০২৫ চনত জন্মাষ্টমী কেতিয়া আৰু পূজাৰ শুভ সময় কি হ'ব জানক।
- Barasha Misra
- Updated on: Aug 13, 2025
- 14:11 pm
Janmashtami 2025: জন্মাষ্টমীত বিৰল সংযোগ, এই ৩ ৰাশিৰ লোকে লাভ কৰিব সফলতা!
সমগ্ৰ দেশতে উদযাপন কৰা হয় জন্মাষ্টমী উৎসৱ। ২০২৫ চনত কোনবোৰ শুভ যোগত এই উৎসৱ পালন কৰা হ’ব, জন্মাষ্টমী উদযাপনৰ সঠিক তাৰিখৰ লগতে কোন ৰাশি উপকৃত হ’ব জানক।
- Trishna Kalita
- Updated on: Aug 11, 2025
- 16:14 pm