পতঞ্জলি
পতঞ্জলি আয়ুৰ্বেদ হৈছে হৰিদ্বাৰত অৱস্থিত ভাৰতীয় বহুজাতিক সংঘবদ্ধ হোল্ডিং কোম্পানী । ২০০৬ চনত ৰামদেৱ আৰু বালকৃষ্ণই ইয়াক প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ এটা কাৰ্যালয় দিল্লীত আৰু ইয়াৰ উৎপাদন ইউনিট তথা মুখ্য কাৰ্যালয় হৰিদ্বাৰৰ ঔদ্যোগিক অঞ্চলত আছে । কোম্পানীটোৱে প্ৰসাধন সামগ্ৰী, আয়ুৰ্বেদিক চিকিৎসা, ব্যক্তিগত যতন আৰু খাদ্য সামগ্ৰী প্ৰস্তুত কৰে । ৯৪ শতাংশ শ্বেয়াৰ থকা কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া বালকৃষ্ণ । ৰামদেৱে কোম্পানীটোক প্ৰতিনিধিত্ব কৰি কৌশলগত সিদ্ধান্ত গ্ৰহণ কৰে ।
আপুনি ঘৰৰ পৰাই পতঞ্জলিৰ সামগ্ৰী অৰ্ডাৰ কৰিব পাৰে, পাব আকৰ্ষণীয় ৰেহাই…
কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অৰ্ডাৰ দিলেও গ্ৰাহকে যথেষ্ট ৰেহাই লাভ কৰিব। যিসকলে দোকানলৈ যাব নোৱাৰে তেওঁলোকে এতিয়া ঘৰৰ পৰাই অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰিব পাৰিব।
- Manas Borah
- Updated on: Jan 26, 2026
- 20:31 pm
শ্বেয়াৰ বজাৰত পতঞ্জলিৰ আচৰিত প্ৰদৰ্শন, চেন্সেক্স আৰু নিফটিত অতিক্ৰম কৰি ধনী কৰিলে বিনিয়োগকাৰীক
তিনিওটা ব্যৱসায়িক দিনতে কোম্পানীটোৰ শ্বেয়াৰ প্ৰায় ২% বৃদ্ধি পাইছে, আনহাতে চেন্সেক্স আৰু নিফটিৰ শ্বেয়াৰ ০.৭০% হ্ৰাস পাইছে।
- Manas Borah
- Updated on: Jan 25, 2026
- 17:16 pm
কেনেকৈ গ্লোবেল ব্ৰেণ্ডৰ মাজত জনপ্ৰিয় হৈ পৰিল পতঞ্জলিৰ ব্যৱসায়িক মডেল ?
আজিৰ সময়ত পশ্চিমীয়া পদ্ধতি আৰু সামগ্ৰীৰে বজাৰখন ভৰি পৰিছে। এনে সময়ত পতঞ্জলিয়ে প্ৰমাণ কৰিছে যে, নিজৰ শিপাৰ লগত সংযুক্ত হৈ থকাটো নিশ্চিত সফলতা।
- Manas Borah
- Updated on: Jan 24, 2026
- 19:55 pm
স্নায়ুৰ বিষৰ পৰা পাওক সকাহ! ‘পীড়ানিল গোল্ড’ৰ গৱেষণাৰ পৰা স্থায়ী সমাধান
ৱাইলী পাব্লিকেশ্যনে প্ৰকাশ কৰা আন্তঃৰাষ্ট্ৰীয় সমনীয়াৰ দ্বাৰা পৰ্যালোচিত আলোচনী পেইন ৰিচাৰ্চ এণ্ড মেনেজমেণ্টত প্ৰকাশিত পতঞ্জলিৰ গৱেষণা পত্ৰত আয়ুৰ্বেদিক চিকিৎসাৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও পীড়ানিল নামৰ ঔষধৰ বিষয়েও তথ্য পোৱা যায়। এই ঔষধে কেনেকৈ স্নায়ুৰ বিষৰ পৰা উপশম পাব পাৰি জানক।
- Barasha Misra
- Updated on: Jan 20, 2026
- 16:29 pm
টাইপ-১ ডায়েবেটিছৰ সমস্যা সহজে হ’ব দূৰ; বাবা ৰামদেৱে আগবঢ়াইছে বিধান, মাত্ৰ কৰক এই কাম
যোগগুৰু বাবা ৰামদেৱে যোগাসন আৰু সঠিক খাদ্যাভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দি টাইপ-১ ডায়েবেটিছৰ কিছুমান ফলপ্ৰসূ দিহা আগবঢ়াইছে। কি কৈছে বাবা ৰামদেৱে। জানো আহক তেওঁ আগবঢ়োৱা সহজ বিধানৰ বিষয়ে।
- Monjit Dutta
- Updated on: Jan 19, 2026
- 16:06 pm
কিদৰে তেজত বৃদ্ধি কৰিব হিমগ্ল’বিনৰ মাত্ৰা? বাবা ৰামদেৱে দিছে সহজ তথা কম খৰচী উপায়
তেওঁ উল্লেখ কৰিছে যে ল’ হিমগ্ল’বিন অৰ্থাৎ তেজৰ অভাৱ আৰু বেয়া পাচনতন্ত্ৰ আজিকালি জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। ইয়াৰ ফলত শৰীৰত দুৰ্বলতা, হাত-ভৰি ঠাণ্ডা হৈ থকা আৰু শক্তিৰ অভাৱ অনুভৱ হয়। স্বামী ৰামদেৱে এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ আয়ুৰ্বেদিক সহায়ৰ পৰামৰ্শ দিয়ে।
- Monjit Dutta
- Updated on: Jan 17, 2026
- 19:44 pm
হাওঁফাওঁৰ সংক্ৰমণ হ্ৰাস কৰে পতঞ্জলিৰ এই ঔষধে, ব্যৱহাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক…
পতঞ্জলিয়ে দাবী কৰে যে শ্বছাৰী ৱটীয়ে হাওঁফাওঁ পৰিষ্কাৰ কৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে। এই ঔষধে ব্ৰংকোডিলেটৰ হিচাপেও কাম কৰিব পাৰে। ইয়াৰ উপৰিও হাওঁফাওঁৰ সংক্ৰমণ নোহোৱা কৰে। ইয়াৰ সেৱনে হাওঁফাওঁৰ ক্ষমতাও বৃদ্ধি কৰে।
- Trishna Kalita
- Updated on: Jan 17, 2026
- 18:11 pm
দৈনিক ২০-৩০ মিনিট কপালভাতি কৰক, সকলো ৰোগ নিৰাময় হ’ব বুলি ক’লে বাবা ৰামদেৱে
বাবা ৰামদেৱে ঘৰে ঘৰে যোগৰ অভ্যাস বিয়পাইছে। তেওঁ সদায় যোগাভ্যাস কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে যোগাভ্যাস কৰিলে বহু ৰোগৰ পৰা সকাহ পোৱা যায়। এই লেখাটোত আমি আপোনালোকক কপালভাতি প্ৰাণায়াম কৰাৰ উপকাৰিতাৰ বিষয়ে ক'ম।
- Barasha Misra
- Updated on: Jan 16, 2026
- 15:22 pm
হাওঁফাওঁৰ লগত জড়িত সমস্যাত ভুগিছে নেকি? পতঞ্জলিয়ে আনিছে সমাধান…
পতঞ্জলিৰ বিভিন্ন প্ৰডাক্ট এতিয়া মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিছে। বিভিন্ন ৰোগৰ ক্ষেত্ৰত পতঞ্জলিৰ ঔষধ ফলপ্ৰসূ বুলি দাবী কৰে কোম্পানীটোয়ে। শেহতীয়াকৈ এটা নতুন ঔষধৰ বিষয়ে উল্লেখ কৰিছে কোম্পানীটোয়ে।
- Barasha Sarma
- Updated on: Jan 16, 2026
- 13:02 pm
পতঞ্জলিৰ দিব্য যৌৱনামৃত বটীয়ে দূৰ কৰিব দৈনিক সন্মুখীন হোৱা এনে সমস্যা, জানি লওক ব্যৱহাৰৰ নিয়ম
এই সমস্যা দূৰ কৰিবলৈ মানুহে বিভিন্ন ঔষধ সেৱন কৰে, যিবোৰৰ ভিতৰত সাধাৰণতে এলোপেথিক ঔষধৰ ব্যৱহাৰ বেছি। এই সমস্যাৰ সমাধানকল্পে পতঞ্জলিৰ 'দিব্য যৌৱনামৃত বটী' এক বিকল্প হ'ব পাৰে।
- Monjit Dutta
- Updated on: Jan 15, 2026
- 20:41 pm
দাঁতৰ সমস্যা হ’ব দূৰ! পতঞ্জলিৰ এই টুথপেষ্ট দাঁতৰ সমস্যাত উপকাৰী
শিশুৰ পৰা বৃদ্ধলৈকে বহু লোক দাঁতৰ সমস্যাত ভুগিছে। এই পৰিস্থিতিত পতঞ্জলিৰ আয়ুৰ্বেদিক টুথপেষ্ট উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ই কি কি সমস্যাত সহায় কৰে আৰু ইয়াক কেনেকৈ শুদ্ধভাৱে ব্যৱহাৰ কৰিব লাগে জানো আহক।
- Barasha Misra
- Updated on: Jan 15, 2026
- 17:59 pm
কি কি ৰোগৰ বাবে ভাল পানীলাউ? জনালে বাবা ৰামদেৱে…
Baba Ramdev Home Remedies:যোগগুৰু বাবা ৰামদেৱে মানুহক বিভিন্ন সময়ত স্বাস্থ্য সম্পৰ্কীয় সমাধান দিয়ে। শেহতীয়াকৈ তেওঁ পানীলাউৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিছে। পানীলাউ খালে শৰীৰৰ বাবে ভাল আৰু ই মানুহক বহু উপকাৰ সাধন কৰে।
- Barasha Sarma
- Updated on: Jan 15, 2026
- 14:47 pm
Patanjali: ছালৰ সমস্যাৰ বাবে অত্যন্ত উপকাৰী পতঞ্জলিৰ এই তেল, কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানক…
পৰিৱৰ্তিত জীৱনশৈলী, প্ৰদূষণ, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মানসিক চাপে ছালত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। খজুৱতি, খৰ, ভেঁকুৰৰ সংক্ৰমণ, শুকানতা, বিৰক্তিৰ দৰে সমস্যাই বহুতকে অসুবিধা দিয়ে। এনে পৰিস্থিতিত পতঞ্জলিৰ দিব্য কায়াকল্প তেল ছালৰ সমস্যাৰ বাবে উপকাৰী হ’ব পাৰে।
- Trishna Kalita
- Updated on: Jan 15, 2026
- 13:38 pm
শীতৰ বতৰত দেহৰ বাবে মহৌষধি এই প্ৰাকৃতিক ‘সম্পদ’, বাবা ৰামদেৱে দিছে নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ উপায়
শীতৰ দিনত চৰ্দি, কাঁহ আৰু হাওঁফাওঁৰ সমস্যাৰ পৰা বাচি থাকিবলৈ কাকড়া সিংঘী হ’ল এবিধ অন্যতম আয়ুৰ্বেদিক ঔষধ। বাবা ৰামদেৱৰ পৰামৰ্শ অনুসৰি ই কেনেকৈ আপোনাৰ শৰীৰক গৰম আৰু শক্তিশালী কৰি ৰাখে, সেই বিষয়ে জানিবলৈ এই লেখাটো পঢ়ক।
- Monjit Dutta
- Updated on: Jan 13, 2026
- 13:35 pm
উচ্চ ৰক্তচাপৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? এই যোগাসনসমূহ অভ্যাস কৰক…
সময়মতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। যোগাসনে কেৱল শৰীৰক সক্ৰিয় কৰি ৰখাই নহয়, মানসিক চাপ কমোৱাৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে।
- Manas Borah
- Updated on: Jan 2, 2026
- 19:47 pm