শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাওঁফাওঁৰ লগত জড়িত সমস্যাত ভুগিছে নেকি? পতঞ্জলিয়ে আনিছে সমাধান…

পতঞ্জলিৰ বিভিন্ন প্ৰডাক্ট এতিয়া মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিছে। বিভিন্ন ৰোগৰ ক্ষেত্ৰত পতঞ্জলিৰ ঔষধ ফলপ্ৰসূ বুলি দাবী কৰে কোম্পানীটোয়ে। শেহতীয়াকৈ এটা নতুন ঔষধৰ বিষয়ে উল্লেখ কৰিছে কোম্পানীটোয়ে।

হাওঁফাওঁৰ লগত জড়িত সমস্যাত ভুগিছে নেকি? পতঞ্জলিয়ে আনিছে সমাধান…
পতঞ্জলি
Barasha Sarma
Barasha Sarma | Published: 16 Jan 2026 13:02 PM

বৰ্তমান সময়ত চাৰিওফালে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। শীতকালত প্ৰদূষণ বেছি হয়। এই প্ৰদূষণে হাঁপানী, ব্ৰংকাইটিছ, চি অ’ পি ডি আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ ফলত হাওঁফাওঁৰ সংক্ৰমণ হোৱাও দেখা যায়। কিন্তু এতিয়া পতঞ্জলিয়ে হাওঁফাওঁৰ লগত জড়িত সমস্যাৰ বাবে ঔষধ প্ৰস্তুতি কৰিছে। ইয়াৰ নাম শ্বৱাছাৰী ৱতী (Swasari Vati)। পতঞ্জলিয়ে দাবী কৰিছে যে এই ঔষধ হাওঁফাওঁৰ বাবে উপকাৰী। ইয়াৰ বনৌষধিৰ পৰা তৈয়াৰ কৰা হয়। এয়া সেৱন কৰিলে কোনো চাইড এফেক্টো নহয়।

পতঞ্জলিয়ে দাবী কৰি যে, এই ঔষধে হাওঁফাওঁ পৰিষ্কাৰ কৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে। ই ব্ৰংকোডিলেটৰ হিচাপেও কাম কৰে, ইয়াৰ হাওঁফাওঁৰ সংক্ৰমণৰ সম্ভাৱনা কম হয় আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা ভাল হয়। পতঞ্জলিৰ মতে, এই ঔষধ ককাদসিংহ, আদাৰ অৱশিষ্ট, মুলেঠি, দালচেনি আদিৰ দ্বাৰা প্ৰস্তুত কৰা হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী

গৱেষণাৰ মতে এই ঔষধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ ফলত হাওঁফাওঁৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়। এই ঔষধে হাওঁফাওঁত জমা হোৱা শ্লেষ্মা, কফ, প্ৰদাহ কমায়। পতঞ্জলিৰ দাবী যে এই ঔষধে হাঁপানী, ব্ৰংকাইটিছ, অথবা চি অ’ পি ডিৰ দৰে সমস্যা থকা লোককো সকাহ দিব পাৰে।

কেনেকৈ খাব

ইয়াৰ এটা টেবলেট পুৱা খালী পেটত আৰু নিশা আহাৰ গ্ৰহণ কৰাৰ আগতে খাব পাৰে।  কিন্তু ৰোগীয়ে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। ইয়াৰোপৰি আপুনি যদি পূৰ্বৰে পৰা হাওঁফাওঁৰ সমস্যাৰ বাবে কিবা ঔষধ সেৱন কৰি আছে তেন্তে এই পতঞ্জলি ঔষধ বিকল্প হিচাপে ব্যৱহাৰ নকৰিব। এনে ক্ষেত্ৰত প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কেতিয়াও নিজাববীয়াকৈ কোনো ঔষধ নাখাব।

 

স্পষ্টীকৰণঃ এইটো এটা Sponsored লেখা। ইয়াত উল্লেখ কৰা সকলো তথ্য বিজ্ঞাপন কোম্পানীটোৰ। এই লেখাটোৰ বিষয়বস্তু বা দাবীৰ সত্যাসত্য TV9Assam য়ে বিচাৰ নকৰে। গতিকে যিকোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।)

 

অন্য খবৰ পঢ়কঃ কি কি ৰোগৰ বাবে ভাল পানীলাউ? জনালে বাবা ৰামদেৱে…