শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: কিমান বৃদ্ধি পালে? আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Gold Price Today: পুনৰ বৃদ্ধি পালে সোণ আৰু ৰূপৰ দাম। গুড ৰিটাৰ্ণে প্ৰকাশ কৰা তথ্য অনুসৰি, আজি বজাৰত পুনৰ দাম বৃদ্ধি পাইছে। গতিকে আপুনি যদি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

Barasha Sarma
Barasha Sarma | Published: 20 Jan 2026 10:07 AM
নতুন বছৰৰ পৰা সোণৰ দাম বৃদ্ধি হৈ অহা দেখা গৈছে। কিন্তু মাজে মাজে মূল্য কম হোৱাও দেখা যায়। সোণৰ বজাৰত মূল্য হ্ৰাস-বৃদ্ধি হোৱাতো সাধাৰণ কথা। আজি ২০ জানুৱাৰীত পুনৰ সোণৰ দাম বৃদ্ধি হোৱা দেখা গৈছে।

1 / 5
আজি ২০ জানুৱাৰী, ২০২৬। আজিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৪,৭২৮ টকা। ১০ গ্ৰামৰ মূল্য ১,৪৭,২৮০ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য ১৪,৭২,৮০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৪,৬২,৪০০ টকা।

2 / 5
আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৩,৫০০ টকা। ১০ গ্ৰামৰ মূল্য ১,৩৫,০০০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ১৩,৫০,০০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৩,৪০,৫০০ টকা।

3 / 5
আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,০৪৬ টকা । ১০ গ্ৰামৰ মূল্য ১,১০,৪৬০ টকা। আনহাতে আজি ১৮ কেৰেট ১০০ গ্ৰাম সোণৰ মূল্য ১১,০৪,৬০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১০,৯৬,৮০০ টকা।

4 / 5
আজি ১ গ্ৰাম ৰূপৰ দাম ৩১৫ টকা। ১০ গ্ৰামৰ মূল্য ৩,১৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৩,০৫০ টকা। আনহাতে আজি ১০০ গ্ৰাম সোণৰ মূল্য ৩১,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৩০,৫০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5