শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বজাৰত সোণৰ উৰ্ধমুখী গতি, একেকোবে দাম বাঢ়িল প্ৰায় ১৯১০০০ টকা! কিমান হ’ব আজিৰ দৰ?

গ্ৰাহকসকলৰ বাবে আজিৰ সোণ-ৰূপৰ বজাৰত এক উদ্বেগজনক খবৰ। সোণৰ বজাৰত আজি দেখা গৈছে দৰৰ উৰ্ধমুখী গতি। বজাৰত আজি হোৰাহোৰে বাঢ়িছে সোণৰ দাম। আপুনি যদি অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে চাই লওক এতিয়াই।

Monjit Dutta
Monjit Dutta | Updated On: 19 Jan 2026 10:31 AM
সোণ-ৰূপৰ অলংকাৰ ক্ৰয় বা বিনিয়োগ কৰিব বিচৰা গ্ৰাহকসকলৰ বাবে এক উদ্বেগজনক খবৰ। 'গুড ৰিটাৰ্ণছ'ৰ শেহতীয়া তথ্য অনুসৰি, সোণৰ বজাৰত আজি তীব্ৰ উৰ্ধমুখী গতি দেখা গৈছে। হোৰাহোৰে বাঢ়িছে সোণৰ দৰ।

1 / 5
আটাইতকৈ শুদ্ধ মানৰ ২৪ কেৰেট সোণৰ মূল্য আজি প্ৰতি গ্ৰামত ১৯১ টকাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত বৰ্তমান ১ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য হৈছেগৈ ১৪,৫৬৯ টকা।

2 / 5
গহনা তৈয়াৰ কৰিবলৈ আটাইতকৈ বেছি ব্যৱহৃত ২২ কেৰেট সোণৰ দাম আজি প্ৰতি গ্ৰামত ১৭৫ টকাকৈ বৃদ্ধি পাইছে। গ্ৰাহকসকলে এতিয়া ১ গ্ৰাম ২২ কেৰেট সোণ ক্ৰয় কৰিবলৈ ১৩,৩৫৫ টকা পৰিশোধ কৰিব লাগিব।

3 / 5
১৮ কেৰেট সোণৰ মূল্যতো আজি বিশেষ প্ৰভাৱ পৰিছে। প্ৰতি গ্ৰামত ১৪৩ টকাকৈ বৃদ্ধি পোৱাৰ ফলত বজাৰত ইয়াৰ মূল্য বৰ্তমান ১০,৯২৭ টকা হৈছে। সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ বজাৰতো দৰ বৃদ্ধিৰ এই প্ৰভাৱ পৰিছে।

4 / 5
কেৱল সোণেই নহয়, ৰূপৰ মূল্যয়ো আজি সাধাৰণ গ্ৰাহকক যথেষ্ট চিন্তিত কৰি তুলিছে। বজাৰত আজি প্ৰতি গ্ৰাম ৰূপৰ মূল্য ১০ টকাকৈ বৃদ্ধি পাইছে। এই দৰ বৃদ্ধিৰ ফলত বৰ্তমান এক কিলোগ্ৰাম ৰূপৰ মূল্য প্ৰায় ৩,০৫,০০০ টকা হৈছেগৈ।

5 / 5