শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: হ্ৰাস নে বৃদ্ধি? আজি গুৱাহাটীৰ বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ, জানক দাম…

Gold Price Today: বিগত সময়চোৱাত হোৰাহোৰে বৃদ্ধি পাইছে সোণ আৰু ৰূপৰ মূল্য। আজিৰ দিনটোতো সোণ আৰু ৰূপৰ মূল্যত বিশেষ পৰিবৰ্তন দেখা যোৱা নাই। গতিকে আপুনি যদি বজাৰলৈ যোৱাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জানি লওক।

Barasha Sarma
Barasha Sarma | Published: 27 Jan 2026 10:26 AM
বিগত সময়চোৱাত হোৰাহোৰে বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য। আজিৰ দিনটোতো সোণ আৰু ৰূপৰ মূল্যত বিশেষ পৰিবৰ্তন হোৱা দেখা নাই। গতিকে আপুনি যদি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে ইয়াৰ দাম জনা দৰকাৰ।

1 / 5
আজি ২৭ জানুৱাৰীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৬,১৯৫ টকা। ১০ গ্ৰামৰ মূল্য ১,৬১,৯৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৬১,৯৫০ টকা। ১০০ গ্ৰামৰ দাম আছিল ১৬,১৯,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৬,১৯,৫০০ টকা। আজি দামৰ বিশেষ কোনো পৰিবৰ্তন হোৱা নাই।

2 / 5
আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১৪,৮৪৫ টকা। ১০ গ্ৰামৰ মূল্য ১,৪৮,৪৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,৪৮,৪৫০ টকা। ১০০ গ্ৰামৰ মূল্য ১৪,৮৪,৫০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৪,৮৪,৫০০ টকা।

3 / 5
আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,১৪৬ টকা। ১০ গ্ৰামৰ মূল্য ১,২১,৪৬০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২১,৪৬০ টকা। ১০০ গ্ৰামৰ মূল্য ১২,১৪,৬০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১২,১৪,৬০০ টকা।

4 / 5
আজি ১ গ্ৰাম ৰূপৰ মূল্য ৩৬০ টকা। ১০ গ্ৰামৰ মূল্য ৩,৬০০ টকা। ১০০ গ্ৰামৰ মূল্য ৩৬,০০০ টকা। আনহাতে আজি ১ কিলো ৰূপৰ মূল্য ৩,৬০,০০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৩,৬০,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।

5 / 5