
ক'ভিড-১৯
Covid-19 বা কোৰোনা ভাইৰাছ , ই এক সংক্ৰামক ভাইৰাছজনিত ৰোগ। এই ভাইৰাছ প্ৰথমবাৰৰ বাবে ২০১৯ চনত চীনৰ য়ুহানত ধৰা পৰিছিল। তাৰ পাছতে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ই ত্ৰাসৰ সৃষ্টি কৰিছিল। কোৰোনা ভাইৰাছৰ ফলত বিশ্বত কোটি কোটি লোকৰ মৃত্যু হৈছে। এই ভাইৰাছৰ সম্পূৰ্ণ নিৰ্মূল কৰাৰ চেষ্টা চলাই থকা হৈছে যদিও নতুনকৈ পুনৰ এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা পোহৰলৈ আহিছে।
শেহতীয়াকৈ কোৰোনাৰ নতুন ভেৰিয়েন্ট JN.1ৰ উন্মেষ ঘটিছে। এই ভেৰিয়েন্টৰ ৰোগী ভাৰততো ধৰা পৰিছে। প ভিন্নতা JN.1ৰ উন্মেষ ঘটিছে। এই ভেৰিয়েন্ট ভাৰতত উপস্থিত হৈছে। ইয়াৰ দ্বাৰা আক্ৰান্ত প্ৰথমজন ৰোগী কেৰালাতো পোৱা গৈছে। কেৱল ভাৰততে নহয়, বিশ্বৰ আন বহু দেশতো JN.1 ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে।
আক্ৰান্ত ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলেই এজন ব্যক্তিৰ পৰা আন এজনলৈ কোৰনা ভাইৰাছ বিয়পে। অতি সহজে এই ভাইৰাছ এজনৰ পৰা আনজনকৈ বিয়পে আৰু ই ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। কোৰোনাত আক্ৰান্ত ব্যক্তিসকলক সাধাৰণতে আইছোলেশ্যনত ৰখা হয়।
দেশত বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, অসমত কিমান সক্ৰিয় ৰোগী আছে জানক…
Corona virus: দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। সৰ্বাধিক ৰোগীৰ কেৰালাত সক্ৰিয় আছে যদিও দিল্লীতো বহু লোক আক্ৰান্ত হৈছে। আনহাতে অসমতো কোৰোনাত আক্ৰান্ত ৰোগী ধৰা পৰিছে।
- Barasha Sarma
- Updated on: Jun 10, 2025
- 12:13 pm
দেশত ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬ হাজাৰৰ সীমা, বিগত ২৪ ঘণ্টাত ৬ জনৰ মৃত্যু
জানুৱাৰী মাহৰ পৰা দেশত ক’ৰোনাত আক্ৰান্ত হৈ ৬১জন লোকৰ মৃত্যু হৈছে। কেৱল দিল্লীতে চলিত বৰ্ষত এই পৰ্যন্ত কৰ’নাত ৭ জন লোকৰ মৃত্যু হৈছে। বৰ্তমান দিল্লীত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৬৫ জন।
- Trishna Kalita
- Updated on: Jun 8, 2025
- 13:28 pm
দেশত ক’ভিডৰ সংহাৰ! ২৪ ঘন্টাত ৭ জনৰ মৃত্যু, অসমত সক্ৰিয় ৰোগীৰ সংখ্যা কিমান?
পুনৰবাৰ দেশত ভাবুকি স্বৰূপ হৈ পৰিছে ক'ভিড-১৯ । সময়ৰ লগে লগে বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪৩০২ জন। ইয়াৰ পিছত বৃহস্পতিবাৰে এই ৰোগী ৪৮৬৬ লৈ বৃদ্ধি পাইছে।লগতে বৰ্তমান সমগ্ৰ দেশৰ ভিতৰতে কেৰালাত ক"ভিডৰ সক্ৰিয় ৰোগীৰ সংখ্যা সৰ্বাধিক যি হৈছে ১৪৮৭ জন। এতিয়ালৈকে দেশত ক"ভিডৰ বাবে ৭ জন লোকৰ মৃত্যু হৈছে।
- Trishna Kalita
- Updated on: Jun 5, 2025
- 13:18 pm
ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে নেকি ক’ভিড? বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত ২৭৬ জন লোক, ৭ জনৰ মৃত্যু
ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত ২৭৬ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যা ৪,৩০২লৈ বৃদ্ধি পাইছে। আনহাতে, দিল্লী, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত সৰ্বাধিক ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। অৱশ্যে সুস্থ হৈ ঘৰলৈ উভতিছে ৩২৮১জন ৰোগী ।
- Trishna Kalita
- Updated on: Jun 5, 2025
- 09:03 am
Covid 19: বুষ্টাৰ ড’জ লোৱাৰ পাছতো আক্ৰান্ত হ’ব নেকি কোৰোনাত? জানক চিকিৎসকে কি কয়…
Covid 19: দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ১০০০ ৰো অধিকলোক আক্ৰান্ত হৈছে দেশত। গতিকে প্ৰশ্ন হয়, বুষ্টাৰ ড'জ লোৱাসকল আক্ৰান্ত হ'ব নেকি কোৰোনাত?
- Barasha Sarma
- Updated on: May 30, 2025
- 13:01 pm
কৰ’নাৰ NB.1.8.1 ভেৰিয়েন্ট আৰু অধিক বিপজ্জনক হৈ পৰিছে, WHO ই দিলে এই পৰামৰ্শ
সমগ্ৰ বিশ্বতে পুনৰবাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা। কৰ'নাৰ বহুতো নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। বিশ্ব স্বাস্থ্য সংস্থাই ৰাইজক এই সন্দৰ্ভত সতৰ্ক হ’বলৈ অনুৰোধ জনাইছে। নতুন ভেৰিয়েন্টৰ বিষয়ে WHO-এ কি ক’লে জানো আহক ।
- Barasha Misra
- Updated on: May 30, 2025
- 11:52 am
পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিব ক’ভিডে! ‘বাবা ভাংগা’ই কৰা ভৱিষ্যদ্বাণীক লৈ চৰ্চা…
বৰ্তমান ভাৰতত এহেজাৰৰো অধিক সক্ৰিয় ক’ভিড-১৯ ৰোগী আছে। একে সময়তে ভাইৰাছৰ প্ৰত্যাৱৰ্তনৰ মাজতে দশক দশক পূৰ্বে জাপানী ‘বাবা ভাংগাই’ কৰা ভৱিষ্যদ্বাণী ভাইৰেল হৈ পৰিছে, যিয়ে ভয় খুৱাইছে মানুহক। এই মহিলাগৰাকীয়ে ক’ৰ’না ভাইৰাছৰ মহামাৰী, ৰাজকুমাৰী ডায়েনাৰ মৃত্যু, ফ্ৰেডী মাৰ্কিউৰীৰ মৃত্যু আদি বহু কথাৰ আগজাননী দিছিল।
- Trishna Kalita
- Updated on: May 28, 2025
- 15:11 pm
কৰ’নাৰ পূৰ্বৰ সেই লক্ষণ নোহোৱা হৈছে নেকি, ইয়াৰ কাৰণ কি?
ক'ভিডৰ ভয়ংকৰ লক্ষণবোৰ এতিয়া প্ৰায় নাইকিয়া হৈছে বুলি একাংশই ক'বলৈ আৰম্ভ কৰিছে। যোৱা দুবছৰত ক'ভিডৰ ৰোগীৰ ক্ষেত্ৰত এই লক্ষণ দেখা পোৱা নাই। ইয়াৰ আঁৰৰ কাৰণ কি? বিশেষজ্ঞসকলে কি কয় জানক...
- Barasha Misra
- Updated on: May 28, 2025
- 12:11 pm
দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ! কোন ৰাজ্যত কিমানজন লোক আক্ৰান্ত হৈছে? সবিশেষ জানক
ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। মহাৰাষ্ট্ৰ, কেৰালা, উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে ৰাজ্যত বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা। নতুন ভেৰিয়েণ্ট LF.7, XFG, JN.1 আৰু NB.1.8.1 আদি দেখা গৈছে যদিও বেছিভাগ ক্ষেত্ৰতে লক্ষণসমূহ মৃদু। সকলোকে আতংকিত নহ’বলৈ আহ্বান ৰাজ্য চৰকাৰে । লক্ষণ দেখা দিলে তৎক্ষণাত পৰীক্ষা কৰক।
- Trishna Kalita
- Updated on: May 28, 2025
- 07:20 am
কিয় ইটোৰ পিছত সিটো কৰ’নাৰ নতুন ভেৰিয়েণ্ট আহি আছে, ইয়াৰ আঁৰৰ কাৰণ…
বিশ্বৰ বহু ঠাইত পুনৰ বৃদ্ধি পাইছে ক'ভিড। ৰোগীৰ কোষৰ সংস্পৰ্শলৈ অহাৰ পিছত ইয়াৰ ৰূপ সলনি হয়। বিশেষজ্ঞসকলে কয় যে এই পৰ্যন্ত কৰ’না ভাইৰাছৰ বহু শ ৰূপ সলনি হৈছে। ইয়াৰে কিছুমান গুৰুতৰ আৰু কিছুমান একেবাৰে বিয়পিব পৰা নাছিল।
- Barasha Misra
- Updated on: May 27, 2025
- 13:05 pm
পুনৰ Covid-19 ৰ ভয়াবহ ৰূপ! দেশত শ শ লোক আক্ৰান্ত কোৰোনাত…
Covid 19: দেশত পুনৰ বৃদ্ধি কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, গুজৰাট, হাৰিয়ানা আৰু কৰ্ণাটকৰ লগতে বিভিন্ন ঠাইৰ পৰা এনে খবৰ পোহৰলৈ আহিছে।
- Barasha Sarma
- Updated on: May 24, 2025
- 10:48 am
ক’ভিডৰ JN.1 ভেৰিয়েন্ট নতুন আৰু বিপজ্জনক নেকি? বিশেষজ্ঞই কি কয় জানক…
এসপ্তাহৰ পূৰ্বে বিভিন্ন দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছিল। এতিয়া ভাৰততো বাঢ়িছে এই ভাইৰাছৰ ৰোগী। মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। JN.1 ভাইৰাছৰ বাবে ৰোগী বৃদ্ধিৰ কাৰণ হিচাপে ব্যাখ্যা কৰা হৈছে। কিন্তু এইটো সঁচাকৈয়ে Covidৰ নতুন ভেৰিয়েন্ট নেকি? এই বিষয়ে বিশেষজ্ঞই কি কয়?
- Trishna Kalita
- Updated on: May 25, 2025
- 12:46 pm
কৰ’না ভেকচিনৰ বাবে হৃদৰোগৰ আশংকা বাঢ়িছে নেকি? জানক কৰ’না ভেকচিনৰ বিষয়ে এই ডাঙৰ খবৰ
Covid vaccine: ক'ভিড ভেকচিন সন্দৰ্ভত পূৰ্বে বহু ধৰণৰ দাবী উত্থাপন কৰা হৈছিল। বহুজনৰ মতে, ভেকচিন ল'লে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ভেকচিনৰ বাবে তেজৰ গোট গঠন হ’ব বুলিও দাবী কৰা হৈছিল। যাৰ বাবে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোকৰ দৰে বিপদ হ’ব পাৰে বুলিও দাবী কৰিছিল।
- Barasha Misra
- Updated on: May 27, 2025
- 12:57 pm
পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা, বুষ্টাৰ ড’জৰ প্ৰয়োজন হ’ব নেকি? বিশেষজ্ঞসকলৰ পৰা জানক
বিশ্বৰ বহু ঠাইত পুনৰ বৃদ্ধি পাইছে ক'ভিড। ভাৰতত দ্ৰুতগতিত ধৰা পৰিছে আক্ৰান্তৰ সংখ্যা। বৰ্তমান কেৰালাত সৰ্বাধিক সক্ৰিয় ক'ভিড আক্ৰান্তৰ সংখ্যা। এনে ক্ষেত্ৰত বুষ্টাৰ ড’জৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হৈছে। যদি ক'ভিড আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি হয়, তেন্তে বুষ্টাৰ ড’জ ল'ব লাগিব নেকি?
- Barasha Misra
- Updated on: May 27, 2025
- 12:56 pm
দেশত পুনৰ ক’ভিডে ধাৰণ কৰিছে বিধ্বংসী ৰূপ! ২ জনৰ মৃত্যু, কোন ৰাজ্যত কিমান লোক আক্ৰান্ত হৈছে সবিশেষ জানক
সমগ্ৰ বিশ্বতে বিশেষকৈ হংকং আৰু ছিংগাপুৰত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰততো প্ৰধানকৈ কেৰালা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে।
- Trishna Kalita
- Updated on: May 25, 2025
- 12:46 pm