
ৰাখীবন্ধন
ৰাখীবন্ধন ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা। লগতে লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েক জনৰ বায়েক বা ভনীয়েক জনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়।
Raksha Bandhan 2025: ৰাখীবন্ধনৰ সৈতে জড়িত দুটা কাহিনী জানো আহক
Raksha Bandhan 2025: আজি উদযাপন কৰা হৈছে ৰাখীবন্ধন উৎসৱ। প্ৰতি বছৰে এই উৎসৱ শাওণ মাহৰ পূৰ্ণিমা দিৱসত পালন কৰা হয়। আজি ৰাখীবন্ধনৰ দিনটোত ব্রতকথা পাঠ কৰিলে এই উৎসৱৰ গুৰুত্ব আৰু উদ্দেশ্য উন্মোচিত হয়। ৰাখীবন্ধনৰ সম্পূৰ্ণ কাহিনী পঢ়ক।
- Barasha Misra
- Updated on: Aug 9, 2025
- 11:18 am
Raksha bandhan 2025: আজি পবিত্ৰ ৰাখীবন্ধন, ভাতৃক কেতিয়া পিন্ধাব ৰাখী? জানক শুভ সময়
Raksha bandhan 2025 : ৰাখীবন্ধন ভাতৃ-ভগ্নীৰ অবিচ্ছেদ্য প্ৰেমৰ উৎসৱ। ভাতৃৰ হাতত ৰাখী বান্ধি দীৰ্ঘায়ু আৰু সুখ-সমৃদ্ধিৰ কামনা কৰে ভনীয়েকে। যদি আপুনিও ৰাখী বান্ধিবলৈ সাজু হৈছে, তেন্তে দিনটোৰ কোনটো সময় ৰাখী পিন্ধোৱাটো আটাইতকৈ শুভ সেই বিষয়ে জনাটো গুৰুত্বপূৰ্ণ।
- Barasha Misra
- Updated on: Aug 9, 2025
- 09:35 am
Happy Raksha Bandhan: আজি পবিত্ৰ ৰাখী বন্ধন, এই দিনটোত দূৰত থকা ভাতৃ-ভগ্নীক দিয়ক শুভেচ্ছা
আজি উদযাপন কৰা হৈছে ৰাখীবন্ধন উৎসৱ (Rakhi festival 2025)। ৰীতি-নীতিৰে (Raksha Bandhan Rituals) ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী বান্ধি এই দিনটো পালন কৰিছে। ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ।
- Barasha Misra
- Updated on: Aug 9, 2025
- 09:37 am
Raksha Bandhan 2025: ৰাখীবন্ধনত ভুলতেও নকৰিব এইবোৰ কাম…ভয়ংকৰ বিপদত পৰিব আপুনি!
Raksha Bandhan 2025: কাইলৈ ৰাখীবন্ধন উৎসৱ। এই দিনটোতে ভগ্নীসকলে ভাতৃৰ হাতৰ ৰাখী বান্ধি দীৰ্ঘায়ু আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰে। এই দিনটোত কিছুমান কথা বিশেষভাৱে যত্ন লোৱা উচিত।
- Barasha Misra
- Updated on: Aug 8, 2025
- 17:49 pm
Raksha Bandhan 2025: ৰাখীবন্ধনৰ ইতিহাস আৰু তাৎপৰ্য জানো আহক
আজি পবিত্ৰ ৰাখীবন্ধন। হিন্দু ধৰ্মত এই দিনটো ভাতৃ আৰু ভগ্নীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। যিটো দিনত ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধি দিয়ে। ৰাখী বন্ধন ভাই- ভনীৰ মাজত থকা সম্পৰ্কৰ এক অনন্য নিদৰ্শন।
- Barasha Misra
- Updated on: Aug 9, 2025
- 09:44 am
Happy Raksha bandhan 2025: এনেকৈ জনাওক মৰমৰ ভাতৃ-ভগ্নীক ৰাখীবন্ধনৰ শুভেচ্ছা…, সম্পৰ্ক হৈ পৰিব মধুৰ…
Happy Raksha bandhan 2025: প্ৰতিবছৰৰ দৰে এইবাৰো ৰাখীবন্ধন পালন কৰা হ'ব। হিন্দু ধৰ্মত ৰাখীবন্ধনৰ বিশেষ গুৰুত্ব আছে। এই দিনটোত ভগ্নীয়ে ভাতৃ বা ককায়েকক ৰাখী পিন্ধায়।
- Barasha Sarma
- Updated on: Aug 8, 2025
- 15:33 pm
Happy Raksha Bandhan 2025 Wishes: ৰাখীবন্ধনত আপোনাৰ ভাতৃ-ভগ্নীক দিয়ক এই বিশেষ শুভেচ্ছাবাণী
৯ আগষ্টত হৈছে ৰাখীবন্ধন। ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধি দিয়ে। সেই ৰাখীডালতে প্ৰকাশ কৰে মৰম-চেনেহ।
- Barasha Misra
- Updated on: Aug 7, 2025
- 07:17 am
Happy Raksha Bandhan: এনেদৰে ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক ৰাখীবন্ধনৰ শুভেচ্ছা…
এইবাৰ ৰাখীবন্ধন ৯ আগষ্ট তাৰিখে পালন কৰা হ'ব।এই দিনটো ভাই-ভনী দুয়োৰে বাবে অতি বিশেষ। এই দিনটোতে ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী বান্ধে, য'ত ভাতৃয়ে ভনীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই বিশেষ অনুষ্ঠানত আপোনালোকে আপোনজনক শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।
- Trishna Kalita
- Updated on: Aug 6, 2025
- 20:26 pm
Raksha Bandhan 2025: ৰাখীবন্ধনত ভুলতো ভগ্নীক নিদিব এই উপহাৰ, আনিব পাৰে দুৰ্ভাগ্য…
ভাই-ভনীৰ প্ৰেম আৰু বহুমূলীয়া সম্পৰ্কৰ উৎসৱ ৰাখীবন্ধন প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমাৰ দিনটোত পালন কৰা হয়।য'ত ৰাখীবন্ধাৰ পিছত ভাতৃয়ে ভগ্নীক উপহাৰ দিয়ে। কিন্তু এনে বহু বস্তু আছে যিবোৰ ভাতৃয়ে ভগ্নীক দিয়াটো শুভ বুলি গণ্য কৰা নহয়।
- Trishna Kalita
- Updated on: Aug 6, 2025
- 19:51 pm
৮ নে ৯ আগষ্ট, কেতিয়া পালন কৰা হ’ব ৰাখীবন্ধন? দূৰ কৰক বিভ্ৰান্তি…
মাত্ৰ কেইদিনমানৰ পিছতে আহি আছে ৰাখীবন্ধন উৎসৱ, কিন্তু ইয়াৰ তিথি দুদিনীয়া হৈছে। যাৰ বাবে সকলোৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে যে এইবাৰ দুদিনৰ বাবে ৰাখীবন্ধন পালন কৰা হ’ব নেকি? এনে পৰিস্থিতিত এই বিভ্ৰান্তি দূৰ আহক।
- Trishna Kalita
- Updated on: Aug 4, 2025
- 13:55 pm
Raksha Bandhan 2025: ৰাখীবন্ধনৰ দিনা ভুলতেও এইখিনি সময়ত নিপিন্ধাব ৰাখী, ভাতৃৰ ওপৰত পৰিব অশুভ প্ৰভাৱ!
ধৰ্মীয় বিশ্বাস অনুসৰি ৰাখী বান্ধিবলৈ শুভ সময় জনাটো অতি প্ৰয়োজনীয়। যদি কোনো কাম শুভ সময়ত কৰা হয় তেন্তে তাৰ ফলাফল ইতিবাচক হয়।
- Barasha Misra
- Updated on: Aug 3, 2025
- 17:14 pm
Raksha Bandhan 2025: ৰাখীবন্ধনৰ কিমান দিনৰ পিছত ভাতৃয়ে হাতৰ পৰা ৰাখী আঁতৰাব পাৰে? মাথোঁ নকৰিব ভুল!
Raksha Bandhan 2025: জীৱনৰ প্ৰতিটো সম্পৰ্ক বহুমূলীয়া। ৰাখীবন্ধন হৈছে ভাতৃ-ভগ্নীৰ মৰমৰ বান্ধোন। কিমান দিনৰ পিছত এজন ভাতৃয়ে ৰাখীবন্ধনৰ পিছত হাতৰ ৰাখীডাল আঁতৰাব পাৰে জানক।
- Barasha Misra
- Updated on: Aug 2, 2025
- 17:35 pm
Raksha Bandhan 2025: ৰাখীবন্ধনত কেনেধৰণৰ ৰাখী ভাতৃৰ হাতত পিন্ধোৱাটো শুভ?
Raksha Bandhan 2025: ৰাখীবন্ধনৰ উৎসৱ অতি বিশেষ। এই দিনটোত ভগ্নীসকলে নিজৰ ভাতৃৰ হাতত ৰাখী বান্ধে। এই দিনটোত কোনটো ৰাখী পিন্ধালে শুভ ফল পোৱা যায়?
- Barasha Misra
- Updated on: Aug 2, 2025
- 17:16 pm
Raksha Bandhan 2025: ৰাখীবন্ধন কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…
Raksha Bandhan 2025: প্ৰতিবছৰে ৰাখীবন্ধন পালন কৰা হয়। হিন্দু ধৰ্মত ৰাখীবন্ধনৰ বিশেষ মহত্ব আছে। এই দিনটোত ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধায়। গতিকে প্ৰশ্ন হয়, চলিত বৰ্ষত ৰাখীবন্ধন কেতিয়া পালন কৰা হ'ব?
- Barasha Sarma
- Updated on: Jul 29, 2025
- 20:30 pm
কোনে কাক প্ৰথম ৰাখী পিন্ধাইছিল? জানক ৰাখীবন্ধনৰ ইতিহাস আৰু তাৎপৰ্য
ৰাখীবন্ধন ভাৰতৰ এটা বিশেষ উৎসৱ। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘ আৰু নিৰোগী জীৱনৰ কামনা কৰে। ভাতৃ–ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ এই উৎসৱ পালন কৰা হয়।
- Barasha Misra
- Updated on: Aug 2, 2025
- 17:17 pm