
ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)
ভূপেন কুমাৰ বৰা জন্ম ৩০ অক্টোবৰ ১৯৭০ত। অসমৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন ৰাজনীতিবিদ। বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ দুবাৰকৈ অসম বিধানসভাৰ সদস্য আছিল। ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল।
সঁচাকৈ এৰিব নেকি কংগ্ৰেছ? সাংসদ দত্তই ক’লে, ভূপেন বৰা বিজেপিলৈ আহিব পাৰে…
বিজেপিত যোগদান কৰিব নেকি ভূপেন বৰাই- এই সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ মাজতে বিজেপিৰ সাংসদ এগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। সাংসদ ৰঞ্জিত দত্তই কৈছে যে, বৰাই বিজেপিত যোগদান কৰিলে একো আপত্তি নাই ।
- Barasha Sarma
- Updated on: Jun 9, 2025
- 20:02 pm
বিজেপিত যোগদান কৰিব নেকি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই…
বিজেপিত যোগদান কৰিব নেকি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই? সভাপতি পদৰ পৰা বৰা আঁতৰ হোৱাৰ পাছতে এতিয়া বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
- Barasha Sarma
- Updated on: Jun 8, 2025
- 20:57 pm
লবীকেন্দ্ৰিক ৰাজনীতি ৰোধৰ চেষ্টা! ভূপেন বৰাক দিল্লীলৈ তলব কংগ্ৰেছ হাইকমাণ্ডৰ…
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক দিল্লীলৈ তলব। কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্দেশ লাভৰ পাছতে ভূপেন বৰা ইতিমধ্যে ৰাওনা হৈছে দিল্লীলৈ।
- Barasha Sarma
- Updated on: May 29, 2025
- 16:16 pm
APCC president: পত্নীৰ পাকিস্তান বিতৰ্কৰ মাজতেই আহিল ভাল খবৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ
ঘোষণা হ'ল APCC ৰ নতুন কমিটী। AICC য়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্ত প্ৰদান কৰে সাংসদ গৌৰৱ গগৈক। উল্লেখ্য যে, যোৱা কেইটামান মাহত সভাপতিকেন্দ্ৰিক বিতৰ্কই কংগ্ৰেছৰ ভিতৰচৰাত খলকনিৰ সৃষ্টি কৰিছিল।
- Barasha Sarma
- Updated on: May 28, 2025
- 14:55 pm
নিৰ্বাচনৰ দিনা ঘৰত বহি থকাতো পাপ, আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটনাৰ দিনঃ ভূপেন বৰা
আজি ৰাজ্যত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। নিজা সমষ্টিৰ পৰা ভোটদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, নিৰ্বাচনৰ দিনা ঘৰত বহি থকা পাপ।
- Barasha Sarma
- Updated on: May 2, 2025
- 10:43 am
কংগ্ৰেছৰ চিহ্ন ‘লুঙী’, বিজেপিৰ ‘গডছেৰ বন্দুক’- কোনে কিয় কৰিব সলনি…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যই পুনৰ তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি। নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক দলীয় প্ৰতীক হাতৰ সলনি লুঙী কৰিব দিয়ে। ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে দিয়ে ইয়াৰ প্ৰত্যুত্তৰ।
- Barasha Sarma
- Updated on: Apr 22, 2025
- 11:40 am
Assam Assembly Election: নতুন ৰণনীতিৰ সৈতে ২৬’ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে! কি হ’ব মূল নিৰ্বাচনী এজেণ্ডা?
কংগ্ৰেছৰ বৈঠকত দুৰ্নীতিৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা কৌশল ৰচনা কৰা হয়। লগতে কংগ্ৰেছ নেতৃত্বই অসমৰ নেতাসকলক অনুশাসনৰ ভিতৰত থাকি আৰু ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজিবলৈ পৰামৰ্শ দিয়ে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পৰা শিক্ষা লৈ কংগ্ৰেছ হাইকমাণ্ডেও বুথ পৰ্যায়ত ভোটাৰ তালিকাৰ পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰে।
- Trishna Kalita
- Updated on: Feb 28, 2025
- 14:00 pm
কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? গৌৰৱ হ’ব নেকি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী…
Next president of Assam congress: কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? এই সন্দৰ্ভত জল্পনা-কল্পনা চলি থকাৰ মাজতে আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ বিশেষ বৈঠক।
- Barasha Sarma
- Updated on: Feb 27, 2025
- 16:12 pm
Bhupen kumar Borah : লক্ষ্য ২০২৬ ! ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি দলৰ বিষয়ববীয়া সালসলনি কৰিব প্ৰদেশ কংগ্ৰেছে…
দলৰ সাংগঠনিক দিশটোক অধিক শক্তিশালি কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । দেওবাৰে এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে,অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি দলৰ সকলো বিষয়ববীয়া সালসলনি কৰিব।
- Manas Borah
- Updated on: Jan 5, 2025
- 15:10 pm
মৃত কংগ্ৰেছকৰ্মীৰ পত্নীৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ পত্র, নিযুক্তি নিদিলে ৰাজ্যজুৰি কৰিব পদযাত্ৰা!
বুধবাৰে কংগ্ৰেছৰ 'ৰাজভৱন চলো' প্ৰতিবাদত মৃত্যু হৈছিল মৃদুল ইছলামৰ।ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যু হৈছিল অধিবক্তা মৃদুল ইছলামৰ। মৃদুলৰ পত্নীক চাকৰিত নিযুক্তি নিদিলে ৰাজ্যজুৰি পদযাত্ৰা কৰিব কংগ্রেছে। পদযাত্ৰা কৰি মৃদুলৰ পৰিয়ালৰ বাবে ১ কোটি টকা সংগ্ৰহৰ লক্ষ্য কংগ্ৰেছৰ। চৰকাৰে মৃদুলৰ পত্নীক সংস্থাপন নিদিলে কংগ্ৰেছে সহায় কৰিব পৰিয়ালটোক।
- Trishna Kalita
- Updated on: Dec 21, 2024
- 11:35 am
গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰিছে কংগ্ৰেছে: প্ৰতিবাদক লৈ ক’লে মুখ্যমন্ত্ৰীয়ে…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, "ভূপেন বৰা, ৰিপুণ বৰা বা কংগ্ৰেছৰ যোনে নহওক, বিগত কেইদিনমানৰ পৰা তেওঁলোক গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত ডাঙৰ নেতা হোৱাৰ প্ৰতিযোগিতা চলিছে। সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক পণবন্দী কৰি লৈছে কংগ্ৰেছে।"
- Trishna Kalita
- Updated on: Dec 20, 2024
- 16:20 pm
কংগ্ৰেছৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি! ভূপেন বৰা, ৰিপুন বৰাৰ লগতে কেইবাজনো নেতা-কৰ্মীক আটক
কংগ্ৰেছৰ প্ৰতিবাদত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দিছপুৰত কংগ্রেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ মাজত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি। কংগ্রেছৰ প্রতিবাদকাৰীক বাধা প্রদান আৰক্ষীৰ। আৰক্ষীৰ নিৰাপত্তা বেহু ফালি জনতা ভৱনলৈ যোৱাৰ চেষ্টা কংগ্ৰেছীৰ। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত বহু কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে।
- Trishna Kalita
- Updated on: Dec 20, 2024
- 13:20 pm
আজি প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী: প্ৰতিবাদ ৰুধিবলৈ সাজু আৰক্ষী-প্ৰশাসন!
আজি প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ সষ্টম আৰক্ষী-প্ৰশাসন। মোতায়ন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী। প্ৰতিটো দলৰ নেতৃত্বত থাকিব একোজনকৈ জ্যেষ্ঠ বিষয়া। লগতে থাকিব CRPF, SSBৰ জোৱান। গঢ়ি তোলা হৈছে কেইবা তৰপীয়া নিৰাপত্তা বেহু।
- Trishna Kalita
- Updated on: Dec 20, 2024
- 12:29 pm
ৰাজভৱনৰ সমীপত বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব: কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ
কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। এফআইআৰ পঞ্জীয়ন, ভিডিঅ’ ৰেকৰ্ডিংৰ পৰ্যালোচনা কৰি ঘটনাৰ সম্যক তদন্ত কৰিব আৰক্ষীয়ে। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
- Trishna Kalita
- Updated on: Dec 19, 2024
- 18:13 pm
এতিয়াৰ পৰা কংগ্ৰেছ নেতা-সাংসদৰ থাকিব নোৱাৰে ফেন ক্লাব, দিয়া হ’ব দলৰ পৰা অব্যাহতি…
ফেন ক্লাব সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কংগ্ৰেছ হাইকমাণ্ড। এতিয়াৰ পৰা থাকিব নোৱাৰিব কংগ্ৰেছ নেতা- সাংসদৰ ফেনক্লাব। কেৱল ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়েহে ৰাখিব পাৰিব ফেনক্লাব।
- Barasha Sarma
- Updated on: Dec 16, 2024
- 14:28 pm