স্মাৰ্টফোন ক্ৰয়ৰ কথা চিন্তা কৰিছে নেকি? অহা সপ্তাহত বজাৰলৈ আহিব এইকেইটা 5G ফোন
বৰ্তমান সময়ত এটা স্মাৰ্টফোন মানুহৰ জীৱনৰ এক অভিন্ন অংগ হৈ পৰিছে। ইফালে টেলিকম কোম্পানীসমূহে দ্ৰুতগতিৰ 5G সেৱা দেশত মুকলি কৰাৰ পিছত এতিয়া এই সেৱা ব্যৱহাৰ কৰিব পৰা 5G মোবাইলো প্ৰয়োজনীয় হৈ পৰিছে। গতিকে আপুনিও যদি সম্প্ৰতি এটা নতুন 5G স্মাৰ্টফোন ক্ৰয়ৰ কথা চিন্তা কৰিছে, তেন্তে আপুনি অপেক্ষা কৰক অহা সপ্তাহলৈ অপেক্ষা কৰক। অহা সপ্তাহত দেশৰ বজাৰত মুকলি কৰা হ’ব Motorola G45 5G, iQOO Z9S Pro আৰু iQOO Z9S স্মাৰ্টফোন।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6