ইউৰিক এচিডৰ সমস্যা হ'লে কোনবোৰ ফল খাব নালাগে ?

January 30, 2026

TV9 ASSAM

শৰীৰত ইউৰিৰ এচিড অত্যধিক জমা হ'লে বাতবিষ আৰু গাঁঠিৰ বিষ হ'ব পাৰে। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন।

ইউৰিৰ এচিড

আপেলত আঁহৰ পৰিমাণ বেছি যদিও কিছুমান মানুহৰ ইউৰিক এচিডৰ মাত্ৰাত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। গতিকে সেইবোৰ পৰিমিতভাৱে খাব লাগে।

আপেল

অমিতা পেটৰ বাবে উপকাৰী যদিও ইউৰিক এচিড বেছি থকা লোকে দৈনিক খোৱাৰ পৰা বিৰত থাকিব লাগে।

অমিতা

কমলাত ভিটামিন চি থাকে যদিও অতিৰিক্তভাৱে খালে ইউৰিক এচিড বৃদ্ধি পাব পাৰে।

কমলা

আঙুৰত প্ৰাকৃতিক চেনি আৰু কিছু এচিড থাকে, যি ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। অত্যধিক খোৱাৰ পৰা বিৰত থাকক।

আঙুৰ

চেৰী স্বাস্থ্যৰ বাবে ভাল কিন্তু ইউৰিক এচিড বেছি হ'লে সীমিক পৰিমাণতহে খাব লাগে।

চেৰী

ইউৰিক এচিড থাকিলে কল, তৰমুজ, আমলখি,নাচপতি আদি  ফল-মূল খাব পাৰে। ই ইউৰিক এচিড নিয়ন্ত্ৰণত সহায় কৰে।

কোনবোৰ ফল খাব ?

পঢ়িবলৈ ক্লিক কৰক

এই ৰোগবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ক’লা ৰাজমাহ খাদ্যৰ তালিকাত ৰাখিব পাৰে