অহা সপ্তাহত বজাৰলৈ ৮টাকৈ নতুন মোবাইলঃ তালিকাত বহু চৰ্চিত এই মোবাইলো
সময়ৰ লগে লগে চাহিদা বৃদ্ধি পাইছে অত্যাধুনিক সুবিধা সম্বলিত নতুন স্মাৰ্টফোনৰ। গ্ৰাহকসকলৰ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি মোবাইল নিৰ্মাতা প্ৰতিষ্ঠানসমূহে ৮টাকৈ নতুন মোবাইল বজাৰত মুকলি কৰিবলৈ আগবাঢ়িছে। যদি আপুনিও এটা নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই মোবাইল কেইটা বিক্ৰীৰ বাবে মুকলি কৰালৈ অপেক্ষা কৰিব পাৰে। বজাৰলৈ আহিবলগীয়া এই মোবাইলকেইটাৰ বিষয়ে জানো আহকঃ

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6