শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Mobile Network: সঘনাই নেটৱৰ্কৰ সমস্যা ! ভাল নেটৱৰ্ক লাভ কৰিবলৈ কি কৰিব ? জানক

নেটৱৰ্কৰ সমস্যাই আমাক বহু সময়ত অস্থিৰ কৰি তোলে । বহুতে বহু সময়ত মোবাইল নেটনৰ্কৰ সমস্যাৰ সন্মুখীন হয় । কিন্তু আপোনাৰ এই সমস্যা হোৱাৰ সময়ত কেনেকৈ ভাল নেটৱৰ্ক আনিব পাৰি জানেনে ?

manas-borah
Manas Borah | Updated On: 19 Aug 2024 18:03 PM
নেটৱৰ্কৰ সমস্যাই আমাক বহু সময়ত অস্থিৰ কৰি তোলে । বহুতে বহু সময়ত মোবাইল নেটনৰ্কৰ সমস্যাৰ সন্মুখীন হয় । কিন্তু আপোনাৰ এই সমস্যা হোৱাৰ সময়ত কেনেকৈ ভাল নেটৱৰ্ক আনিব পাৰি জানেনে ?

নেটৱৰ্কৰ সমস্যাই আমাক বহু সময়ত অস্থিৰ কৰি তোলে । বহুতে বহু সময়ত মোবাইল নেটনৰ্কৰ সমস্যাৰ সন্মুখীন হয় । কিন্তু আপোনাৰ এই সমস্যা হোৱাৰ সময়ত কেনেকৈ ভাল নেটৱৰ্ক আনিব পাৰি জানেনে ?

1 / 8
নেটৱৰ্কৰ সমস্যা হোৱাৰ সময়ত আপুনি নতুন নেটৱৰ্ক চিগনেলৰ বাবে চেষ্টা চলাব পাৰে । ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ  ফ্লাইট মোড অন-অফ কৰিব লাগিব । ইয়াৰ পাছতে নতুন নেটৱৰ্কত চিগনেল ভাল হোৱা সম্ভাৱনা থাকে।

2 / 8
যেতিয়াই আপুনি নেটৱৰ্কৰ সমস্যাৰ সন্মুখীন হ'ব, তেতিয়াই বেয়া নেটৱৰ্ক লাভ কৰা স্থানৰ পৰা অলপ আঁতৰি দিব । ৰোমৰ ভিতৰত থাকিলে খিৰিকীৰ কাষত আপুনি অলপ সময় ৰৈ দিয়ক । নহ'লে মুকলি ঠাইলৈ যাব পাৰে । ইয়াৰ পাছত আপুনি  ভাল নেটৱৰ্ক চিগনেল লাভ কৰিব ।

3 / 8
Mobile Network: সঘনাই নেটৱৰ্কৰ সমস্যা ! ভাল নেটৱৰ্ক লাভ কৰিবলৈ কি কৰিব ? জানক

4 / 8
নেটৱৰ্ক নাথাকিলে ফোনটোৰ পৰা চিমটো এবাৰ আঁতৰাই দিয়ক । ইয়াৰ পাছত অলপ সময়ৰ অপেক্ষা কৰি পুনৰ ছিমটো ফোনত লগাই দিয়ক । এই কাম কৰিলে পুনৰ ভাল নেটৱৰ্ক পোৱাৰ অধিক সম্ভাৱনা থাকে ।

5 / 8
বহু সময়ত মোবাইলত নেটৱৰ্ক ছেটিং বেণ্ড শুদ্ধ কৈ নাথাকে । এই ক্ষেত্ৰত ছেটিংছত গৈ মেনুৱেলি 3G, 4G বা 5G নেটৱৰ্ক নিৰ্বাচন কৰক।

6 / 8
বহু সময়ত মোবাইল চফটৱেৰ আপডেট নকৰিলে নেটৱৰ্ক সমস্যাৰ সৃষ্টি হয়। গতিকে ফোন চফটৱেৰ আপগ্ৰেড নিয়মীয়াকৈ কৰি থাকিব ।

7 / 8
যদি নেটৱৰ্ক অতি দুৰ্বল হয়, তেন্তে অন্য নেটৱৰ্কলৈ সলনি কৰক। উদাহৰণস্বৰূপে LTE ৰ পৰা 3G বা WiFi নেটৱৰ্কলৈ সলনি কৰিব পাৰে ।

8 / 8