Kawasaki Hydrogen Bike: পেট্ৰ’ল আৰু বিদ্যুৎ অবিহনে চলিব এই ছুপাৰবাইকখন, প্ৰদূষণৰ পৰিৱৰ্তে এৰি দিব পানী
Hydrogen Bike Kawasaki: কাৱাছাকিয়ে যিখন বাইক নিৰ্মাণ কৰি আছে, সেইখন বাইকত পেট্ৰ’লৰ প্ৰয়োজন নাই, বিদ্যুৎতৰ প্ৰয়োজন নহয়। এই বাইকে সাধাৰণ বাইকৰ দৰে প্ৰদূষণ বিয়পাব নোৱাৰে, বৰঞ্চ ধোঁৱাৰ সলনি কেৱল পানীহে নিৰ্গত কৰিব।Kawasakiৰ নতুন ইক’-ফ্ৰেণ্ডলী ছুপাৰবাইকৰ বিষয়ে জানক ই কিমান শক্তিশালী।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5