শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Tata Car Discount: গণেশ চতুৰ্থীত নতুন গাড়ী কিনিব বিচাৰে নেকি? ইয়াত উপলব্ধ সকলো অফাৰ

টাটা মটৰ্ছৰ গাড়ীত ডাঙৰ ডাঙৰ ৰেহাইৰ অফাৰ দিয়া হৈছে, আপুনি ছেপ্টেম্বৰ মাহৰ বাবে ইয়াৰ সুবিধা ল’ব পাৰে। এই অফাৰৰ অধীনত Tata Punch, Tiago, Tigor, Safari, Altroz, Harrier আৰু Nexon নেক্সন সস্তাতে ক্ৰয় কৰিব পাৰিব।

Barasha Misra
Barasha Misra | Updated On: 06 Sep 2024 09:56 AM
Tata Safariত মুঠ ১.৬৫ লাখ টকা পৰ্যন্ত ৰেহাই দিয়া হৈছে। হেৰিয়াৰত ১.৪৫ লাখ টকা পৰ্যন্ত ৰেহাই পোৱা যাব। ছাফাৰীৰ মূল্য ১৫.৪৯ লাখ টকাৰ পৰা আৰম্ভ হয় আৰু হেৰিয়াৰৰ মূল্য ১৪.৯৯ লাখ টকাৰ পৰা আৰম্ভ হয় ।

1 / 5
Tata Nexon  ক্ৰয় কৰি ১.১৫ লাখ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব। এই SUV ৰ মূল্য ৮ লাখৰ পৰা ১৫.৮ লাখ টকা।

2 / 5
Tata Tiagoত ৯০ হাজাৰ টকা পৰ্যন্ত ৰেহাই আৰু টিগ’ৰত ৮৫ হাজাৰ টকা পৰ্যন্ত ৰেহাই। টিয়াগোৰ মূল্য ৫.৬৫ লাখৰ পৰা আৰম্ভ হয় আৰু টিগ’ৰৰ মূল্য ৬.৩০ লাখ টকাৰ পৰা আৰম্ভ হয়।

3 / 5
Tata Altroz ক্ৰয় কৰি ৰাহি কৰিব পাৰিব ৭০ হাজাৰ টকা। ইয়াৰ পেট্ৰ’ল, ডিজেল আৰু চিএনজি মডেলত ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। গাড়ীখনৰ মূল্য ৬.৬৫ লাখ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয়।

4 / 5
Tata Punch SUV ৰ সৈতে মুঠ ১৫ হাজাৰ টকা পৰ্যন্ত ৰেহাই দিয়া হৈছে। ভাৰতীয় বজাৰত ইয়াৰ মূল্য ৬.১৩ লাখৰ পৰা ১০.২০ লাখ টকাৰ ভিতৰত।

5 / 5