Moto G04s ৰ পৰা Lava Yuva 5G লৈকে, এই সপ্তাহত ভাৰতত মুকলি হ’ব ২টা নতুন স্মাৰ্টফোন
Motorola আৰু Lava আদি কোম্পানীৰ নতুন স্মাৰ্টফোন এই সপ্তাহত ভাৰতৰ বজাৰত মুকলি কৰিবলৈ ওলাইছে। যদি আপুনিও নতুন ফোন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে অলপ সময় অপেক্ষা কৰক। মুকলিৰ পূৰ্বে Motorola ই আগন্তুক স্মাৰ্টফোনটোত উপলব্ধ কিছুমান বিশেষ বৈশিষ্ট্যও নিশ্চিত কৰিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5