Jio আৰু Vi ৰ মাজত প্লেনৰ যুঁজঃ কোনটো কোম্পানীৰ পৰা লাভ কৰিব অধিক সুবিধা, চাওক…
দেশৰ দুই আগশাৰীৰ টেলিকম কোম্পানী Jio আৰু Viৰ মাজত চলিছে যুঁজ। অৱশ্যে কোনো আইনী কাৰণত সংঘটিত হোৱা নাই এই যুঁজ। এই দুয়োটা টেলিকম কোম্পানীয়ে নিজৰ গ্ৰাহকক আকৃষ্ট কৰিবলৈ বিভিন্ন পৰিকল্পনা আগবঢ়ায়। দুয়োটা কোম্পানীয়ে মাহেকীয়া প্লেনৰ পৰা বছৰেকীয়া প্লেনলৈকে আকৰ্ষণীয় প্লেন আগবঢ়ায়। এই প্লেন কেন্দ্ৰিক যুঁজেই দেখা গৈছে Vi আৰু Jio ৰ মাজত। পিছে কোনটো কোম্পানীয়ে আপোনাক অধিক সুবিধা দিব, চাওক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5