Google Maps Trick: বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? ঘৰত বহিয়েই জানক ৰাস্তাত ক’ত জাম পাব
কাৰ্যালয়লৈ বা ভ্ৰমণলৈ যোৱাৰ আগতে গুগল মেপত উপলব্ধ এই বৈশিষ্ট্যসমূহ এবাৰ চাওক। ইয়াৰ সহায়ত আপুনি বাটত ক'ত ক'ত ট্ৰেফিক জামৰ সন্মুখীন হ’ব আৰু গন্তব্যস্থানত উপনীত হ’বলৈ কিমান সময় লাগিব সেই বিষয়ে আগতীয়াকৈ তথ্য লাভ কৰিব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5