Smartphone Charging Issues : কি কি কাৰণত মোবাইল চাৰ্জিঙৰ সমস্য়া সৃষ্টি হয় ?…জানক
মোবাইল চাৰ্জিঙত কেতিয়াবা এনেকুৱা সমস্যা সৃষ্টি হয় যে, সম্পূৰ্ণ চাৰ্জ দিয়াৰ পাছতো অতি কম সময়ৰ ভিতৰতে চাৰ্জ ৩০-৪০ শতাংশলৈ কমি যায়। আপোনাৰ ফোনত এনেকুৱা সমস্যা হৈছে নেকি?

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5