5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Best Selling Cars: বজাৰত বাঢ়িছে এই পাঁচখন বাহনৰ চাহিদাঃ সৰ্বাধিক বিক্ৰী হোৱা বাহন কি, চাওক..

ভাৰতীয় বজাৰত গ্ৰাহকৰ বিশেষ আকৰ্ষণ লাভ কৰিছে কেইখনমান বাহনে। এই বাহনকেইখনে ভাৰতীয় বজাৰত শেহতীয়া সময়ছোৱাত বিপুল চাহিদা লাভ কৰিছে। যদি আপুনিও আগন্তুক কিছু দিনৰ ভিতৰত বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিছে, তেন্তে ভাৰতীয় বজাৰত চাহিদা বৃদ্ধি পোৱা এনে পাঁচখন বাহনৰ বিষয়ে জানি থোৱা উচিত হ’ব।

monjit-dutta
Monjit Dutta | Published: 10 Aug 2024 12:53 PM
Hyundai Creta: জুলাই মাহত হুণ্ডাইৰ এই এছ ইউ ভিখনে বিক্ৰীৰ ক্ষেত্ৰত টাটা মটৰ্ছৰ জনপ্ৰিয় বাহন টাটা পাঞ্চক অতিক্ৰম কৰিছে। যোৱা মাহত দেশজুৰি মুঠ ১৭,৩৫০ খন ক্ৰেটা বাহন বিক্ৰী হৈছে। দেশত ব্যাপক চাহিদা লাভ কৰা এই এছ ইউ ভিখনৰ মূল্য ১০,৯৯,৯০০ টকাৰ পৰা ২০,১৪,৯০০ টকা (এক্স শ্ব’ৰুম) টকাৰ ভিতৰত।

1 / 5
Tata Punc: টাটা মটৰ্ছৰ এই এছ ইউ ভিখনে সৰ্বাধিক বিক্ৰী হোৱা বাহনৰ তালিকাত দ্বিতীয় স্থানত আছে। যোৱা মাহত এই বাহনখনৰ ১৬,১২১ ইউনিট বিক্ৰী হৈছিল। এই এছ ইউ ভিখনৰ মূল্য ৬,১২,৯০০ টকাৰ পৰা ৯,৮৯,৯০০ টকা (এক্স শ্ব’ৰুম)ৰ ভিতৰত।

2 / 5
Maruti Brezza: দেশত সৰ্বাধিক বিক্ৰী হোৱা বাহনৰ তৃতীয় স্থানত আছে মাৰুতি চুজুকিৰ এই এছ ইউ ভিখন। জুলাই মাহত দেশত মুঠ ১৪,৬৭৬ খন ব্ৰেজা বিক্ৰী হৈছিল। এই বাহনখনৰ মূল্য হৈছে ৮.৩৪ লাখৰ পৰা ১৪.১৪ লাখ (এক্স শ্ব’ৰুম) টকা পৰ্যন্ত।

3 / 5
Tata Nexon: দেশত প্ৰচলিত আটাইতকৈ নিৰাপদ বাহনৰ ভিতৰত অন্যতম টাটা মটৰ্ছৰ এই বাহনখন জুলাই মাহত ১৩,৯০২ গৰাকী গ্ৰাহকে ক্ৰয় কৰিছে। এই বাহনখনৰ মূল্য ৭,৯৯,৯০০ টকাৰ পৰা ১৪,৭৯,৯৯০ টকাৰ (এক্স শ্ব’ৰুম) ভিতৰত হ’ব।

4 / 5
Mahindra Scorpio: মহিন্দ্ৰাৰ এই SUV খনৰ মুঠ ১২,২৩৭ খন ইউনিট বিগত জুলাই মাহত দেশত বিক্ৰী হৈছিল। এই বাহনখনৰ মূল্য ১৩,৬১,৬০০ টকাৰ পৰা ১৭,৪১,৮০১ টকা (এক্স শ্ব’ৰুম) পৰ্যন্ত হ’ব।

5 / 5
Follow Us
Latest Stories