শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen garg last journey: ভগ্নী জংকিৰ কাষলৈ জুবিন… শেষ বাৰ চাবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ

বিদায় জুবিন... কোনেও আশা নকৰা এই দৃশ্য। কেতিয়াও এই সময় পুনৰ ঘূৰি নাহে। গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ অনুৰাগীৰ ভিৰ।

barasha-misra
Barasha Misra | Updated On: 21 Sep 2025 09:07 AM
গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা স্বগৃহলৈ গৈ নিয়া হৈছে জুবিন গাৰ্গক। ফুলৰ দলিচাৰে আদৰণী জনাইছে সকলোৱে।

1 / 5
বিদায় জুবিন... কোনেও আশা নকৰা এই দৃশ্য। কেতিয়াও এই সময় পুনৰ ঘূৰি নাহে। গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ অনুৰাগীৰ ভিৰ।

বিদায় জুবিন... কোনেও আশা নকৰা এই দৃশ্য। কেতিয়াও এই সময় পুনৰ ঘূৰি নাহে। গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ অনুৰাগীৰ ভিৰ।

2 / 5
ইফালে যাত্ৰা পথত  হাজাৰ হাজাৰ অনুৰাগীয়ে দিছে শিল্পীজনক মৰম। ৰাস্তাৰ দুয়োপাৰে কেৱল মানুহ আৰু মানুহ। সকলোৱে স্মৃতি হিচাপে জুবিনৰ একপি ফটো তুলিব বিচাৰিছে।

3 / 5
মায়াবিনী গানেৰে সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সাজু কিংবদন্তিক। ইফালে স্বামী জুবিন গাৰ্গক হেৰুৱাৰ বিয়োগত কান্দোনত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ।

4 / 5
সকলোৱে  প্ৰাণৰ প্ৰিয় শিল্পীগৰাকীক চাবলৈ কৰিছে হেতাওপৰা। কাহিলীপাৰাৰ পৰা শিল্পীজনক নিয়া হ'ব সৰুসজাইলৈ, তাত জনাব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। নিশাৰে পৰা সৰুসজাইলৈ। সন্ধিয়া ৬ বজাত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ কৰিবলৈ এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।

5 / 5