Budget 2026: কৰদাতাৰ বাবে সহজ হ’ব এই ব্যৱস্থা , AI ৰ ওপৰত চৰকাৰে দিছে গুৰুত্ব
২০২৬ চনৰ ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট । এই বাজেটখন যোৱা বছৰৰ ডাঙৰ বাজেট আৰু ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন আয়কৰ আইন ২০২৫ৰ মাজত আহিছে। এই বাজেটখনক ব্ৰীজ বাজেট বুলিও কোৱা হৈছে, যিয়ে পুৰণি ব্যৱস্থাৰ পৰা নতুন কৰ ব্যৱস্থালৈ পৰিৱৰ্তন কৰাত সহায় কৰিব।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5