শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ, জুবিনৰ মৃত্যু সন্দৰ্ভত জেৰা চলাইছিল SIT-এ

Zubeen Garg : ৭ দিন জেৰাৰ পাছত আজি SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জানিব পৰা মতে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল সন্দীপন ।

trishna-kalita
Trishna Kalita | Updated On: 08 Oct 2025 12:00 PM
অৱশেষত  গ্ৰেপ্তাৰ কৰা হ'ল DSP সন্দীপন গাৰ্গক।   জুবিনৰ মৃত্যু সন্দৰ্ভত সন্দীপনক ধাৰাবাহিক জেৰা চলাইছিল SIT-এ।

অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল DSP সন্দীপন গাৰ্গক। জুবিনৰ মৃত্যু সন্দৰ্ভত সন্দীপনক ধাৰাবাহিক জেৰা চলাইছিল SIT-এ।

1 / 5
জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জানিব পৰা মতে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ  মৃত্যুৰ সময়ত উপস্থিত আছিল সন্দীপন ।

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জানিব পৰা মতে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল সন্দীপন ।

2 / 5
৭ দিন জেৰাৰ পাছত আজি SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। SITৰ জেৰাৰ অন্তত সন্দীপনক গ্ৰেপ্তাৰ।

৭ দিন জেৰাৰ পাছত আজি SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। SITৰ জেৰাৰ অন্তত সন্দীপনক গ্ৰেপ্তাৰ।

3 / 5
গ্ৰেপ্তাৰৰ পিছতে CJM আদালতত লৈ যোৱা হৈছে সন্দীপন গাৰ্গক। SIT-এ নিজৰ জিম্মাত বিচাৰি কৰিব আবেদন।

গ্ৰেপ্তাৰৰ পিছতে CJM আদালতত লৈ যোৱা হৈছে সন্দীপন গাৰ্গক। SIT-এ নিজৰ জিম্মাত বিচাৰি কৰিব আবেদন।

4 / 5
DPS সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ নকৰাক লৈ উত্থাপন হৈছিল বহু প্ৰশ্নৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। 
ইফালে আজি SITৰ সন্মুখত হাজিৰ হ'ব সংগীত শিল্পী মানস ৰবীন।

DPS সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ নকৰাক লৈ উত্থাপন হৈছিল বহু প্ৰশ্নৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। ইফালে আজি SITৰ সন্মুখত হাজিৰ হ'ব সংগীত শিল্পী মানস ৰবীন।

5 / 5