শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg Death: জুবিনৰ পাৰ্থিৱ শৰীৰৰ সৈতে কিয় নাহিল সিদ্ধাৰ্থ শর্মা, শেখৰ গোস্বামী আৰু সন্দীপন গাৰ্গ?

চিৰদিনৰ বাবে শুই পৰিল জুবিন গাৰ্গ। আজি অসমলৈ অনা হ'ল জুবিনৰ নশ্বৰ দেহ। কিন্তু জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা বন্ধু সিদ্ধাৰ্থ শর্মা, শেখৰ গোস্বামী আৰু ভাতৃ সন্দীপন গাৰ্গ নাহিল। ইয়াৰ আঁৰৰ কাৰণ জানো আহক

barasha-misra
Barasha Misra | Published: 21 Sep 2025 11:21 AM
সাগৰ তলিত শুৱলৈ মন কৰা মানুহজন সাগত পৰি চিৰদিনৰ বাবে শুই পৰিলে। আজি আকাশত গাতে লগাব বিচৰা মানুহজনে অন্তিমবাৰৰ বাবে বিমান যাত্ৰা কৰি আহে মাতৃভূমিলৈ, কিন্তু কফিনত।

1 / 5
নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ বন্ধুৰ সৈতে ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গৰ জীৱন যাত্ৰাৰ পৰিসমাপ্তি ঘটে। বৃহস্পতিবাৰে শেষৰ বাবে সংগীত পৰিৱেশন কৰিছিল জুবিনে।

2 / 5
জুবিনৰ সৈতে ছিংগাপুৰলৈ গৈছিল তেওঁৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ, বন্ধু সংগীত শিল্পী শেখৰ গোস্বামী আৰু মেনেজাৰ সিদ্ধাৰ্থ শর্মা। কিন্তু অহাৰ সময়ত জুবিনৰ সৈতে অসমলৈ আহিব নোৱাৰিলে তেওঁলোক।

3 / 5
এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে তেওঁলোকে জুবিন গাৰ্গৰ সৈতে কিয় অসমলৈ নাহিল? আচলতে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি আছে ছিংগাপুৰ আৰক্ষীয়ে। যাৰ বাবে তেওঁলোকক সোধা-পোছাৰ বাবে মাতিছিল।

4 / 5
সেয়ে তথ্যনুসৰি আৰক্ষীক সহযোগ কৰাৰ স্বাৰ্থত আৰু নিৰাপত্তাজনীত কাৰণৰ বাবে অসমলৈ আহিব পৰা নাই সংগীত শিল্পী শেখৰ গোস্বামী, ভাতৃ সান্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শর্মা।

5 / 5