শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

TV9 Festival Of India 2025: পূজাৰ পৰা বজাৰলৈ, TV9 ফেষ্টিভেল অৱ ইণ্ডিয়াৰ বিশেষ আয়োজন, চাওক ফটো…

TV9 Festival Of India 2025: ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে টিভি৯ ফেষ্টিভেল অৱ ইণ্ডিয়া। ইয়াত আপুনি পূজা চোৱাৰ লগতে বিভিন্ন বস্তু ক্ৰয় আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব পাৰিব।

barasha-sarma
Barasha Sarma | Published: 30 Sep 2025 09:39 AM
যোৱা ২টা বছৰৰ দৰে এইবাৰো টিভি৯ ফেষ্টিভেল অৱ ইণ্ডিয়া ২০২৫ ত দুৰ্গা পূজা অনুষ্ঠিত কৰা হয। য'ত নৱপত্ৰিতা প্ৰৱেশ, কল্প আৰম্ভ, সংকল্প, প্ৰাণপ্ৰতিষ্ঠা, চক্ষুদন আৰতি, পুষ্পাঞ্জলি, ভোগ নিবেদন, আৰু প্ৰসাদ আদি বিতৰণ কৰা হয়।

1 / 6
মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে TV9 Festival of India 2025। সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি উৎসৰ্গিত এই উৎসৱত আপুনি লাভ কৰিব আধ্যাত্মিকতা ভাব। ইয়াৰ সজ্জা, লাইট, গ্ৰেণ্ড ষ্টেজ,ডিজে সংগীত আৰু লাইভ প্ৰদৰ্শন আদি সকলোবোৰেই মূল আকৰ্ষণ।

2 / 6
শাৰদীয় নৱৰাত্ৰি উপলক্ষে আৰম্ভ হোৱা পাঁচদিনীয়া টিভি ৯ ফেষ্টত শিল্পৰ পৰা আৰম্ভ কৰি দেশী-বিদেশী সামগ্ৰীলৈকে বিভিন্ন ধৰণৰ বজাৰ বহিছে। গতিকে ইয়াত আপুনি বজাৰৰ আনন্দও ল'ব পাৰে। এই অনুষ্ঠানত বহুত দোকান স্থাপন কৰা হৈছে। আপুনি চাগে 3D ছবিৰ কথা শুনিছে। কিন্তু টিভি৯ ফেষ্টত ৫ডি ফটো ক্ৰয় কৰিব পাৰিব আপুনি।

3 / 6
খাদ্যৰো আছে বিশেষ বজাৰ। আপুনি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। আফগান ড্ৰাই ফ্ৰুটৰ দোকানো আছে। গতিকে টিভি৯ য়ে আয়োজন কৰা এই অনুষ্ঠানৰ পৰা আপুনি বিভিন্ন প্ৰকাৰৰ ড্ৰাই ফ্ৰুট ক্ৰয় কৰিব পাৰিব।

4 / 6
এই ফেষ্টিভেলত হস্তশিল্পৰ ষ্টলও স্থাপন কৰা হৈছে। যদি আপুনি ঘৰত প্ৰাচীনৰ স্পৰ্শ দিব বিচাৰিছে তেন্তে ইয়াৰ পৰা মূৰ্তি ক্ৰয় কৰিব পাৰে। ভাৰতীয় টিভি৯ ফেষ্টিভেলত ৰাজস্থান আৰ্ট এণ্ড ক্ৰাফ্টৰ ষ্টলত আপুনি বিভিন্ন ধৰণৰ সজাই থোৱা বস্তু পাব।

5 / 6
ইমানেই নহয়, ইয়াত আপুনি কাপোৰ ক্ৰয় কৰিব পাৰিব। মহিলা, পুৰুষ , শিশু আদি সকলোৰে বাবে ইয়াত আপুনি ক্ৰয় কৰিব পাৰিব। এক কথাত পূজাৰ বজাৰ কৰাৰ বাবে এই ঠাই উত্তম। ইয়াত আপুনি আধ্যাত্মিকতাৰ লগতে বজাৰ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আনন্দ ল'ব পাৰিব।

6 / 6