শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মই নথকাৰ অনুভৱ… অসমীয়াক উজাগৰে এৰি প্ৰকৃতিৰ কোলাত শুই গ’ল প্ৰাণৰ জুবিন

এতিয়া আৰু হাজাৰ মাতিলেও কোনোদিনে অনুৰাগীৰ ওচৰলৈ নাহে প্ৰাণৰ শিল্পীগৰাকী। অশ্ৰুসিক্ত নয়নেৰে কায়িকভাৱে স্বামীক বিদায় দিলে পত্নী গৰিমাই। জুবিন গাৰ্গৰ বিদায় পৰত সকলোকে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত..

trishna-kalita
Trishna Kalita | Updated On: 23 Sep 2025 17:19 PM
অসমীয়াৰ নিঠৰুৱা কৰি মায়াৰ সংসাৰ ত্যাগ কৰিলে জুবিন গাৰ্গে । জুবিন গাৰ্গৰ বিদায় পৰত সকলোকে একেলগে গালে 'মায়াবিনী ৰাতিৰ বুকুত..'। প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে সাষ্টাংগে প্ৰণাম কৰিলে লাখ লাখ অনুৰাগীয়ে।

1 / 5
আজি সোণাপুৰৰ হাতীমূৰাত শেষকৃত্য সম্পন্ন হয় জুবিন গাৰ্গৰ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনায় শিল্পীজনক। ২১ জাঁই তোপধ্বনিৰে শিল্পীজনাক সন্মান জোৱানৰ।

2 / 5
এতিয়া আৰু হাজাৰ মাতিলেও কোনোদিনে অনুৰাগীৰ ওচৰলৈ নাহে প্ৰাণৰ শিল্পীগৰাকী।  অশ্ৰুসিক্ত নয়নেৰে কায়িকভাৱে স্বামীক বিদায় দিলে পত্নী গৰিমাই।

3 / 5
শেষকৃত্যৰ সময়ত এনেদৰে কান্দি কান্দি কৰ্তব্য পালন কৰিলে আৰক্ষী বিষয়াই। জুবিনবিহীন অসম এখন কল্পনাই কৰিব নোৱাৰে অসমীয়াই।

4 / 5
নিজে ৰোপন কৰা চন্দন গছৰ কাঠৰ টুকুৰাৰ উত্তাপতেই বিলীন হৈ গুচি গ'ল মহান জুবিন। ২০১৭ চনত নিজৰ জন্মদিনত কলাক্ষেত্ৰত নিজেই ৰোপন কৰিছিল চন্দন গছজোপা।

5 / 5