Roi Roi Binale: ‘কি হেৰুৱাইছো আমি!’ জুবিন গাৰ্গৰ অন্তিম ছবিখন চাই কান্দোনত ভাগি পৰিছে অনুৰাগী
আজি মুক্তি পালে জুবিন গাৰ্গৰ বহু প্ৰত্যাক্ষিত ছবি 'ৰৈ ৰৈ বিনালে'। পুৱতি নিশাৰে পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে হাউচফুল। বহু দৰ্শকে আধাতে সামৰি ছবিগৃহৰ পৰা ওলাই আহিছে। কিয়নো প্ৰিয় শিল্পীজনক চাই থাকিব পৰা নাই।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6