শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Panchayat Election 2025: আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ, ৫খন জিলাৰ ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত অনিয়ম হোৱাৰো অভিযোগ উত্থাপন হৈছে। ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

barasha-misra
Barasha Misra | Updated On: 04 May 2025 08:49 AM
শুকুৰবাৰে ৰাজ্যৰ ১৪ খন জিলাত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন স্থানত সংঘটিত হয় নিৰ্বাচনী হিংসা। লগতে বহু ভোটকেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

1 / 5
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত অনিয়ম হোৱাৰো অভিযোগ উত্থাপন হৈছে। ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত অনিয়ম হোৱাৰো অভিযোগ উত্থাপন হৈছে। ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

2 / 5
পুৱা ৭.৩০ বজাৰ পৰা ৰাজ্যৰ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে। গোলাঘাট, লখিমপুৰৰ দুটা, শ্ৰী ভূমিত ৮ টা, মাজুলীত এটা, হাইলাকান্দিত ৩১ টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ। ।

3 / 5
ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিবৃতি মতে, শুকুৰবাৰৰ দিনটোত জিলা উপায়ুক্তসকলৰ পৰা পোৱা তথ্য অনুসৰি আনুমানিক ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ ।

4 / 5
উল্লেখ্য যে, প্ৰথম পৰ্যায়ত বৰাক আৰু উজনী অসমত আৰু দ্বিতীয় পৰ্যায়ত হ'ব নামনি আৰু উত্তৰ অসমৰ জিলা সমূহত। দুয়োটা পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৩৬,৬৮২ জন। ইয়াৰে ভিতৰত পুৰুষ ভোটা ৯০.৭১ লাখ, মহিলা ভোটাৰ ৮৯.৬৯ লাখ আৰু অন্যান্য শ্ৰেণীৰ ভোটাৰ ৪০৮ গৰাকী ।

5 / 5