শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কটকটীয়া নিৰাপত্তাৰ মাজেৰে খানাপাৰাত উপস্থিত হয় প্ৰধানমন্ত্ৰী। খানাপাৰাত অনুষ্ঠিত আজি সুধাকণ্ঠৰ এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

trishna-kalita
Trishna Kalita | Updated On: 13 Sep 2025 18:31 PM
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমানবন্দৰ পৰা পোনে পোনে খানাপাৰালৈ প্ৰধানমন্ত্ৰী মোদী।

1 / 5
বিমানবন্দৰ পথত বিভিন্ন কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনে আদৰণি জনোৱা হৈছে  প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীক আদৰিবলৈ পথৰ কাষত সমগ্ৰ জনতাৰ ভিৰ। গাড়ীৰ ভিতৰৰ পৰা জনতাক অভিবাদন জনালে মোদীয়ে।

2 / 5
কটকটীয়া নিৰাপত্তাৰ মাজেৰে খানাপাৰাত উপস্থিত হয় প্ৰধানমন্ত্ৰী । খানাপাৰাত অনুষ্ঠিত আজি সুধাকণ্ঠৰ এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

3 / 5
আজি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। সুধাকণ্ঠৰ সন্মানাৰ্থে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে ভূপেন হাজৰিকাৰ স্মৃতিত এক বিশেষ ১০০ টকীয়া মুদ্ৰা উন্মোচন কৰিব।

4 / 5
ইয়াৰ পূৰ্বে উত্তৰ-পূবৰ দুই ৰাজ্য মিজোৰাম আৰু মণিপুৰ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  ভৈৰৱী-ছাইৰাং সংযোগী মিজোৰামৰ প্ৰথমটো ৰেলপথ মিজোৰামবাসীৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে। মণিপুৰৰ বিভিন্ন জনগোষ্ঠীক হিংসাৰ পৰা আঁতৰি ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ দিশত কাম কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে।

5 / 5