শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান! বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ অসম প্ৰদেশ কংগ্ৰেছৰ

কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিৰুদ্ধে কৰা মন্তব্যৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে বিজয় শ্বাহৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । দলটোৰ নাগৰিক আৰু সামাজিক প্ৰচাৰ শাখাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এই অভিযোগ ।

raj-saikia
Raj Saikia | Published: 17 May 2025 14:59 PM
কৰ্ণেল ছফিয়া কুৰেশ্বী, অপাৰেশ্যন সেন্দূৰৰ পাচত চৰ্চালৈ আহিছিল ভাৰতীয় সেনাৰ এইগৰাকী মহিলা বিষয়াৰ নাম । অপেশ্যেন সেন্দূৰ সন্দৰ্ভত বিশদ বিৱৰণ আগবঢ়াইছিল এইগৰাকী সেনা বিষয়াই ।

1 / 8
শেহতীয়াকৈ ছফিয়া কুৰেশ্বী সন্দৰ্ভত মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছে এগৰাকী বিজেপি নেতা । মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল ছফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদী ভগ্নী বুলি মন্তব্য কৰিছিল । তাৰ পাছতেই সৃষ্টি হয় বিতৰ্কৰ ।

2 / 8
এই মন্তব্যৰ বাবে উচ্চ ন্যায়ালয়ে বিজয় শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও মন্ত্ৰী শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

3 / 8
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিৰুদ্ধে কৰা মন্তব্যৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে বিজয় শ্বাহৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । দলটোৰ নাগৰিক আৰু সামাজিক প্ৰচাৰ শাখাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এই অভিযোগ ।

কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিৰুদ্ধে কৰা মন্তব্যৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছে বিজয় শ্বাহৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । দলটোৰ নাগৰিক আৰু সামাজিক প্ৰচাৰ শাখাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এই অভিযোগ ।

4 / 8
বিৰোধী দলটোৱে দৃঢ়তাৰে কয় যে শ্বাহৰ এই মন্তব্যই কেৱল “জনসাধাৰণৰ আৱেগক আঘাত কৰাই নহয়, সমগ্ৰ দেশক ক্ষুব্ধ কৰি তুলিছে” ।

5 / 8
নাগৰিক আৰু সামাজিক প্ৰচাৰ শাখাৰ অধ্যক্ষ বন্দীপ দত্তই কয়, ‘‘সশস্ত্ৰ বাহিনীৰ কোনো বিষয়াৰ বিৰুদ্ধে মন্তব্য সহ্য কৰিব নোৱাৰি । এনে মন্তব্যই আমাৰ বাহিনীৰ মনোবল দুৰ্বল কৰি তুলিব ।”

6 / 8
তেওঁ কয় যে যি সময়ত সমগ্ৰ দেশখনে সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে একত্ৰিত হৈছিল, সেই সময়ত এজন মন্ত্ৰীৰ এনে মন্তব্য অতি নিন্দনীয় ।

7 / 8
উল্লেখ্য যে বিজয় শ্বাহ মধ্যপ্ৰদেশ চৰকাৰৰ জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ।

8 / 8